অসম দেশৰ বাগিচাৰে ছোৱালী

অসম দেশৰ বাগিচাৰে ছোৱালী নমস্কাৰ 🙏মোৰ Page লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ 🙏🥰
(1)

21/09/2025

এইটো জনমৰ বাবে বিদায় জুবিন দা 🙏🙏💔😭
অন্তিম শয়নত আমাৰ প্ৰাণৰ জুবিন দা🙏🙏

এই বিশাল জনসমুদ্ৰই চিঞৰি চিঞৰি কৈছে...জুবিন দা তুমি আমাৰ মৰমৰ শিকলি দাল চিঙি থৈ কেনেকৈ যাব পিৰিবা💔💔😭😭জুবিন দা তুমি অমৰ হ...
21/09/2025

এই বিশাল জনসমুদ্ৰই চিঞৰি চিঞৰি কৈছে...
জুবিন দা তুমি আমাৰ মৰমৰ শিকলি দাল চিঙি থৈ কেনেকৈ যাব পিৰিবা💔💔😭😭
জুবিন দা তুমি অমৰ হোৱা 🙏🙏

21/09/2025

অসমৰ আটাইতকৈ ধনী মানুহজন..
যিয়ে কেৱল মানুহ ঘটিছে
মানুহ আৰু মানুহ 🙏🙏
জুবিন দা তুমি অমৰ হোৱা 🙏🙏

20/09/2025

প্ৰতি শৰতৰ প্ৰভাতি ফুলে
ক'ব তোমাকেই মোৰে কথা..💔
প্ৰতি মেঘালী নিশা জোনে
ক'ব তোমাকেই মোৰে বেথা ...💔😭

20/09/2025

🙏🙏

20/09/2025

😭😭💔💔

20/09/2025
20/09/2025

Heart beat of Assam 🙏🙏♥️♥️
Zubeen Garg♥️♥️♥️🙏🙏

20/09/2025

জুবিন গাৰ্গ অমৰ হওঁক 🙏🙏♥️
শিৱসাগৰ 🙏

20/09/2025

ভগৱানে আপোনাক শক্তি দিয়ক 🙏🙏😭😭💔

Uff....নশ্বৰ দেহ, শ্ৰদ্ধাঞ্জলি, পঞ্চভূতত বিলিন,পুষ্প ৰথ এইবোৰ শব্দ আপোনাৰ বাবে শুনি সয্য কৰিব নোৱাৰিছোঁ😭🙏🙏ভগৱানে সকলোকে ...
20/09/2025

Uff....নশ্বৰ দেহ, শ্ৰদ্ধাঞ্জলি, পঞ্চভূতত বিলিন,পুষ্প ৰথ এইবোৰ শব্দ আপোনাৰ বাবে শুনি সয্য কৰিব নোৱাৰিছোঁ😭🙏🙏
ভগৱানে সকলোকে শক্তি দিয়ক🙏🙏
আপোনাক কেনেকৈ বিদায় দিম😭😭
বুকুখন ফাটি গৈছে 💔💔💔😭😭

Address

Sonari
Sivasagar
785690

Opening Hours

9am - 5pm

Alerts

Be the first to know and let us send you an email when অসম দেশৰ বাগিচাৰে ছোৱালী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category