Dipankar

Dipankar গাঁৱলীয়া লৰা

অসমৰ সাংষ্কৃতিক জগতৰ পুৰোধা,সৰ্বগুণাকৰ বিষ্ণু প্ৰসাদ ৰাভা আছিল একাধাৰে এগৰাকী কবি,সাহিত্যিক,চিত্ৰশিল্পী, অভিনেতা, সংগীতজ...
20/06/2026

অসমৰ সাংষ্কৃতিক জগতৰ পুৰোধা,সৰ্বগুণাকৰ বিষ্ণু প্ৰসাদ ৰাভা আছিল একাধাৰে এগৰাকী কবি,সাহিত্যিক,চিত্ৰশিল্পী, অভিনেতা, সংগীতজ্ঞ,নৃত্য বিদ, সমাজবাদী,বিপ্লৱী।
'অসমীয়া জাতিৰ আত্মা 'ক শিল্পৰ মাজেৰে বিশ্বৰ আগত প্ৰতিষ্ঠা কৰা এইগৰকী বৰণ্য চিন্তানায়কক আজি পুণ্য তিথিৰ দিনটোত শ্ৰদ্বাৰে স্মৰন কৰিছোঁ।।

গনেশগুৰিৰ উৰণসেতুৰ খুটাত অংকিত হৈ থকা আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ মচি দিয়া ছবি  পুনৰ অংকন কৰিলে চিত্ৰশিল্পী মাশ্বেল বৰু...
18/06/2026

গনেশগুৰিৰ উৰণসেতুৰ খুটাত অংকিত হৈ থকা আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ মচি দিয়া ছবি পুনৰ অংকন কৰিলে চিত্ৰশিল্পী মাশ্বেল বৰুৱাই।। ধন্যবাদ চিত্ৰশিল্পী গৰাকীলৈ 🙏🙏 ।।❤️❤️❤️❤️
জয় জুবিন দা ✊ ❤️

ছবিহে মচিব পাৰিব ! কিন্তুু আমাৰ মনৰ পৰা হৃদয়ৰ পৰা মচিব পাৰিব জানো ?প্ৰাণৰ শিল্পী গৰাকীৰ ছবিখনে কি আমনি কৰিলে ? #আমাৰজু...
17/06/2026

ছবিহে মচিব পাৰিব ! কিন্তুু আমাৰ মনৰ পৰা হৃদয়ৰ পৰা মচিব পাৰিব জানো ?প্ৰাণৰ শিল্পী গৰাকীৰ ছবিখনে কি আমনি কৰিলে ?
#আমাৰজুবিনঅমৰজুবিন 
❤️❤️❤️❤️

🛑 যোৰহাটত বায়ু সেনাৰ বিমান দূৰ্ঘটনা     ✈️
13/06/2026

🛑 যোৰহাটত বায়ু সেনাৰ বিমান দূৰ্ঘটনা ✈️

বিশিষ্ট অভিনেত্ৰী চেতনা দাস বাইদেও লৈ অভিনয় ক্ষেত্ৰত ২০২৫ বৰ্ষৰ  "সংগীত নাটক অকাডেমী বঁটা"।।
11/06/2026

বিশিষ্ট অভিনেত্ৰী চেতনা দাস বাইদেও লৈ অভিনয় ক্ষেত্ৰত ২০২৫ বৰ্ষৰ
"সংগীত নাটক অকাডেমী বঁটা"।।

খোৱাতো মেইন দেই ৰাইজ,😋কথা লৈ গুৰুত্ব নাই।
10/06/2026

খোৱাতো মেইন দেই ৰাইজ,😋
কথা লৈ গুৰুত্ব নাই।

❤️❤️ বহু দিনৰ পিছত ফটো একপি দিলোঁ...সকলোকে শুভকামনা।   #সুপ্ৰভাত
09/06/2026

❤️❤️ বহু দিনৰ পিছত ফটো একপি দিলোঁ...সকলোকে শুভকামনা।

#সুপ্ৰভাত

POSE ❤️ 😍
29/05/2026

POSE ❤️ 😍

Manuhjoni  ❣️
24/05/2026

Manuhjoni ❣️

Address

Barhat
Sonari
785693

Telephone

+917086335766

Website

Alerts

Be the first to know and let us send you an email when Dipankar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share