The Ahom

The Ahom আমাৰ লক্ষ্য সকলো আহোমক একত্ৰিত কৰাৰ আমি আমাৰ লক্ষ্যত মাৰ বান্ধি থিয় হ’ব লাগিব ৷

14/04/2025

সকলো ৰাইজলৈ বাপতিসাহোন ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলোঁ 💐💐

13/01/2025

বিশ্বাস কৰিব নোৱাৰা এটা সত্য 😞 আচৰিত হৈছোঁ ককাই 😱 চিৰদিনৰ বাবে বিদায় জনালোঁ😭💐

12/11/2024

মাও ছুঙ্ খা পি নঙ্ 🙏

24/10/2024

খুব সুন্দৰ হ’ব শুভেচ্ছা জনালোঁ আপোনালোক সকলোলৈ💐💐

২০২৫ চনত চৰাইদেউত হ’ব লগা গগৈ সন্মিলিত ঐক্যমঞ্চৰ মহা সন্মিলনত একেলগে ৫০০১ গৰাকী অসমৰ বিভিন্ন জিলাৰ যুৱক যুৱতীয়ে লাই লুঙ খাম নৃত্য প্ৰদৰ্শন কৰি অভিলেখ ৰচিব ৷

17/10/2024

বয়কম পি নঙ্- তাঙ্ লাই🙏

17/10/2024

সকলো অসমবাসী ৰাইজলৈ কাতিবিহুৰ হিয়াভৰা ওলগ যাচিলোঁ💐💐

ৰাজ কাৰেং 😍❤️
13/06/2024

ৰাজ কাৰেং 😍❤️

      Our Shivsagar is a beautiful place😍
26/05/2024

Our Shivsagar is a beautiful place😍

বীৰাংগনা মূলাগাভৰু অমৰ হওঁক বীৰত্বৰ তেজ আজিও বোৱাই দিয়ক ।১৫৩২ চনত আজিৰ  দিনটোত ৩০ এপ্ৰিল তাৰিখত তুৰ্বকৰ বিৰুদ্ধে দেশৰ কা...
30/04/2024

বীৰাংগনা মূলাগাভৰু অমৰ হওঁক বীৰত্বৰ তেজ আজিও বোৱাই দিয়ক ।১৫৩২ চনত আজিৰ দিনটোত ৩০ এপ্ৰিল তাৰিখত তুৰ্বকৰ বিৰুদ্ধে দেশৰ কাৰণে বীৰৰ দৰে যুদ্ধ কৰি শ্বহীদ হৈছিল বীৰাংগনা মূলাগাভৰু ৷ আজিৰ দিনটোত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছোঁ।

জয়মতীৰ ( টাই আহোম উচ্ছাৰণ -জাঞমতী, )১৭শ, শতিকাৰ আছিল আহোমৰ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপানি পত্নী । পতি আৰু দেশৰ হকে জীৱন ...
27/03/2024

জয়মতীৰ ( টাই আহোম উচ্ছাৰণ -জাঞমতী, )
১৭শ, শতিকাৰ আছিল আহোমৰ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপানি পত্নী । পতি আৰু দেশৰ হকে জীৱন ত্যাগ কৰাৰ বাবে জয়মতী অসমৰ বুৰঞ্জীৰ এক উল্লেখনীয় চৰিত্ৰ।

১৪‌দিনৰ নিৰ্যাতন সহ্য কৰি ১৬০১,শকৰ ১৩ চ'ত বা (১৬৭৯) খ্ৰীষ্টাব্দত ২৭, মাৰ্চত মৃত্যু হয়।

আই অসমীৰ চেনেহৰ জী , নাৰীৰ বীৰত্বৰ প্ৰতীয় বীৰাংগনা কুন মে ডাম জয়মতীৰ , আজি ৩৪৩ সংখ্যক মৃত্যু দিৱসৰ দিনটোত শ্ৰদ্ধাৰে সোৱৰিছো।

যদিও তেওঁ মুত্যু হ'ল তথাপিটো তেওঁ আমাৰ মাজত অসম আৰু নাৰীৰ সাহস আৰু বীৰত্বৰ প্ৰতীক , আহক আমি প্ৰতিজন মংগোলীয় গোষ্ঠীৰ এক হৈ,তেওঁৰ বাবে আজি গধূলি পদুলিৰ মুখত এগচি চাকি জ্বলাও , টাই আহোম 🐉🐉

🛑 আমি সকলোৱে #জয়মতীৰ বিষয়ে জ্ঞাত। আজিৰ দিনত বহুতে জয়মতী #মহাসতী বুলে ।

👉 কিন্তুু

🛑 আমি জনাত জয়ামতী “সতী” #নাছিল আৰু “সতী” #হোৱাও_নাছিল ।

⭕️কাৰণ ত্তাঈ আহোম সমাজত সতী হোৱা প্ৰথা নাই ।


✅ প্ৰকৃততে সতী কোন ❓❓❓❓

🛑 তাৰে উত্তৰ বিচাৰি ১৯৮৮ চনৰ ৫ চেপ্তেম্বৰত “আমাৰ অসম” কাকতত লিখা লিখনি এটি সকলোৰে বাবে আগ বঢ়ালো ===>>>>>>>>>>

👉 “ যি নাৰীয়ে জীৱন কালত পুৰুষৰ (স্বমী) আনন্দ আৰু মৰমৰ সামগ্ৰীৰ সমগ্ৰী নিজকে উৰ্চাগা কৰে আৰু অৱশেষত মৃত্যুত #জলা_জুইত (চিততা) #জাপ_দি ( কোনো কোনোৱে জোৰ কৰি ) #প্ৰাণ_বিসৰ্জন দিয়ে , সেই গৰাকী নাৰীয়েই #সতী। “

🛑 গতিকে ত্তাঈ আহোম সমাজত #সতী শব্দটো প্ৰয়োগ কৰা অনুচিত বুলি বিবচনা কৰো ।

ধন্যবাদ
ভাস্কৰজ্যোতি গগৈ
Bhaskarjyoti Gogoi

Address

Sonari (Assam India )Choraideo
Sonari
785690

Website

Alerts

Be the first to know and let us send you an email when The Ahom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The Ahom:

Share