05/11/2025
মই post কৰা নাই বুলি নাভাবিব, মই মনে মনে আছোঁ বুলি। মোক ডিচেম্বৰ মাহত আগুৱাই নিনিলে কি হব ভবিষ্যত? সকলোৱে দেখিব। জুবিন দাক যদি অতি শীঘ্ৰে ন্যায় দিব নোৱাৰে মই কি কৰো সকলোৱে দেখিব। আৰু বহু দেখিছোঁ, এতিয়া আৰু সহ্য নহয়ছে মোৰ । বহুতৰ মন্তব্য দেখিছোঁ facrbook টো খুলিলে। শোভা নোপোৱা মুখেৰে তেনে জাতি বিৰোধী, সংবিধান বিৰোধী কথা বাৰ্তা কোৱাত ভাল ভবিষ্যত যে দেখিম তেনে দেখা নোপোৱা হৈছোঁ। মই সকলো বিলাক কথা কৈ দিছোঁ। ভাবিছোঁ সকলোৱে কৰিবলৈ আগ্ৰহী হব সপোন দেখুওৱা ব্যক্তিজনৰ কাৰণে। পিছে যি ধৰণৰ কাম কাজ চলাই আছে কিছু লোকে বৰ বিপদত পৰিব।
মই সকলোকে লৈ নতুনকৈ জীৱনৰ পাতনি মেলিম ভাবিছোঁ বুলি নাভাবিব মই সকলোৱে যেনেকৈ ধ্বংসৰ দিশে গৈছে তেনেকুৱা মই কৰিব নোৱাৰিম বুলি। মই সকলোকে লৈ জীয়াৱ পাৰিলে, সকলোকে লৈ আপোনালোকে যোৱা ধ্বংসৰ বাটেৰেও খুব সোনকালে লৈ যাব পাৰোঁ। কিন্তু তেনে কৰিলে ভগৱানে যি কাৰণে সমগ্ৰ মানৱ জাতি সৃষ্টি কৰিছে, সকলোকে নস্যাৎ কৰা হব। আমি কোনো সৰগ বাখি নহম।
ভগৱান, ধৰ্ম, মানৱতা ,ইতিহাস, সংবিধান, এই সকলো আমি নামনি আমি কাৰ ক্ষতি কৰিছো কওক। এনেকুৱা যদি সকলো নামনি কেৱলমাত্ৰ ৰাজনীতিৰ ক্ষেত্ৰত গাদী বচাব খোজোঁ, ধৰ্মৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বৰ ক্ষেত্ৰত মানবেই যদি ধৰ্মক সঁচা প্ৰমাণ কৰাৰ সাহস কৰে, তেনে ভগবানৰ কি কাম? মানৱে যদি সকলো কৰি লব পাৰে। আৰু সকলো থিক কৰাৰ নিয়তৰে মই সকলোকে সকলো কৈ দিছোঁ পিছে সকলোৱে ধ্বংস বিচাৰে যদি হওঁক ধ্বংস। মইয়ে সকলোৰে দৰে হৈ যাওঁ। চেলেঞ্জ কৰিছোঁ হয় সকলোৰে লগত একেলগে জীয়াম, নহলে সকলো থিক নকৰে যদি সকলোৰে লগত একেলগে মিলি মৰিম আৰু সকলো নৰকবাখি হম। আমাৰ সকলোৰে ভুলৰ বাবে পূৰ্ব পুৰুষৰ লগতে যি সকলক আমি আদৰ্শ হিচাপে মানি চলি থাকো, তেঁওলোকো নৰকবাখী হব। সকলোৱে সেয়া বিচাৰে যদি কৈ দিব। সৰু কথা ভাবিলে মূৰ্খ হব সকলো। আৰু যদি মই মিছা কৈছোঁ সকলোৰে আগলৈ আনক কথা সমুহ। মই কাকো ভয় নকৰোঁ। বিশ্লেষণ কৰক অসম ভাৰতৰ সকলো ধৰ্মৰ আঁলিম- ভকতে। সমাজৰ আগত কথা সমুহ আনক। সকলোকে জ্ঞানী বনাওক।
আৰু কথা হল অসম ভাৰতৰ ৰাজনীতি। সকলো দিশ বন্ধ কৰক। সকলোৱে মিলি প্ৰথমে সমগ্ৰ মানৱ জতিটোক বচাওক। যদি ভগৱানে এইবোৰ দেখি পৃথিৱীয়ে ধ্বংস কৰি দিয়ে, সকলো দেখোন বেকাৰ হব ন। আমাৰ মনোবাঞ্ছা সমূহো আমি কি কৰিম মনত সাঁচি, একোৱেই দেখোন পূৰ নহব।
সকলোৰে ভালৰ বাবে বৰ্তমান, ভবিষ্যতৰ সকলো কথা ভাৱি মই কথাবোৰ কৈছোঁ। কাৰো একো ক্ষতি নোহোৱাকৈ মই সকলো থিক কৰিব পাৰিম। কিন্তু অকলে নোৱাৰোঁ কাৰণে সমগ্ৰ অসম বাখিক মই কথাবোৰ কৈছোঁ। প্ৰথমে অসম ভাৰত থিক হওঁক। বাকী সকলো নিজে থিক হব।
মই সকলো পক্ষক লগ কৰিব বিচাৰোঁ। ভবিষ্যত পৰিকল্পনা সমূহ সকলোকে কৈ সকলোৰে সহযোগত সকলো কৰিম ভাবিছোঁ। মই কাৰো বিৰোধিতা কৰা নাই। দুনিয়াৰ মূহমায়াত টকাৰ প্ৰাধান্য বেছিকৈ দি মানৱে নিজ মানৱ শ্ৰেষ্ঠক পাহৰি গৈছে। ভগৱানক চিনিব পাহৰি গৈছে।
জুবিন দাক মই মানৱ ৰূপী ভগৱান বুলি কৈছোঁ কীয়নো মোৰ জীৱনত তেঁওৰ প্ৰাধান্য বেছি। কিয়নো, মই মনে প্ৰানে তেওঁক ভাল পাওঁ। আৰু তেঁওৰ বাৱে মই সকলো কৰিব পাৰিম। মই সকলোৰে দৰে হলে কেৱল এক পক্ষ ভাবি আনৰ কথা চিন্তা নকৰি আন বহুটো কৰিব পৰিলোঁ হয়, কোনেও নভবাকে। কিন্তু মই তেনেকুৱা নকৰোঁ। নিজৰ লাভ হব ভাবি আনক কষ্ট দিয়াটো মোক অসমীয়া জাতিয়ে নাই শিকোৱা। মই অসমত জন্ম গ্ৰহণ কৰি অসমীয়া নাম পাইছোঁ আৰু নিজকে ভাগ্যবান মানো, নিজকে অসমীয়া কৈ। মই মোৰ অসম দেশক বহু ভাল পাওঁ। মই বেয়া হোৱাটো নিবিচাৰোঁ, সেয়ে সকলুকে লৈ আগলৈ যাব বিচাৰোঁ। মোক সকলো পক্ষই সহায় কৰক।
এটা কথা শেষত কব বিচাৰোঁ, জুবিন দাৰ ন্যায় সোনকালে দিয়ক আমাক। আমি আন একো নিবিচাৰোঁ। আৰু সকলোকে এটা সুন্দৰ ভবিষ্যত দিয়ক। মোৰ কথা বোৰ বিশ্লেষণ কৰক।মোক সকলোৰে আগলৈ নিয়ক সকলোৱে। সকলোৰে মঙ্গল হব।২৬ ত নতুন যুগৰ আৰম্ভ কৰিম। মোৰ সপোন সকলোৱে পূৰ কৰক। হব দিয়ক।
জয় জুবিন দা♥️
জয় আই অসম।।