I am with Mehdi Alom

I am with Mehdi Alom Social worker,NGO Founder,Stock & Crypto Trader,Poem writer,Local business Manager also BOOK Lover ❤️

জীৱনত সফলতাৰ পথত সৎ চৰিত্ৰ আৰু ইতিবাচক ব্যক্তিত্বই আমাক সদায় এখোজ আগুৱাই লৈ যায়। 💪 সততা, নম্ৰতা আৰু আনৰ প্ৰতি সন্মানৰ ...
25/07/2025

জীৱনত সফলতাৰ পথত সৎ চৰিত্ৰ আৰু ইতিবাচক ব্যক্তিত্বই আমাক সদায় এখোজ আগুৱাই লৈ যায়। 💪 সততা, নম্ৰতা আৰু আনৰ প্ৰতি সন্মানৰ মনোভাৱে আমাৰ সম্পৰ্কক মজবুত কৰে আৰু সমাজত এক ইতিবাচক প্ৰভাৱ পেলায়। 🌟

এটা সুন্দৰ ব্যক্তিত্ব গঢ়ি তুলিবলৈ আমি নিজৰ ওপৰত কাম কৰা উচিত—নিজৰ ভুলৰ পৰা শিক্ষা লৈ, আনৰ কথা মনোযোগ দি শুনি আৰু সদায় সঠিক পথত আগবাঢ়ি। 💡

আপোনাৰ মতে, কি গুণে এজন ব্যক্তিক সচাঁইয়ে আনৰ পৰা পৃথক কৰে? আপোনাৰ চিন্তা শ্বেয়াৰ কৰক! ⬇️

িত্ৰ #ব্যক্তিত্ব #ইতিবাচক_জীৱন

20/07/2025

যেতিয়া মানুহে মানি ল’বলৈ শিকে,তেতিয়া কোনে ঘৃণা কৰিলে বা কোনে অৱহেলা কৰিলে,সেই লৈ একো এটা প্ৰভাৱ নপৰে। 😅❤️‍🩹

পানবাৰী আঞ্চলিক এবিএমছু  ৰ উদ্যোগত চলি থকা "গ্ৰীষ্মকালীন শৈক্ষিক প্ৰশিক্ষণ শিৱিৰ"ত যোৱাকালি "শনিবৰিয়া চ'ৰা" আয়োজন কৰা ...
20/07/2025

পানবাৰী আঞ্চলিক এবিএমছু ৰ উদ্যোগত চলি থকা "গ্ৰীষ্মকালীন শৈক্ষিক প্ৰশিক্ষণ শিৱিৰ"ত যোৱাকালি "শনিবৰিয়া চ'ৰা" আয়োজন কৰা হৈছিল ।
উক্ত অনুষ্ঠানৰ যোগেদি ছাত্ৰ-ছাত্ৰীৰ মাজত কাব্য,গ্ৰন্থ-পূথি,লোকগীত,নৃত্য ও সংগীতৰ আদিৰ ওপৰত আলোকপাত কৰা হয়।

#এবিএমছু

16/07/2025

- সকলো মানি ল’ব লাগে.. যিমানেই কষ্ট নহওক কিয়। বাস্তৱতা যেতিয়া যি পথত লৈ যাব,সেই পথতেই খোজ কাঢ়িব লাগে..! 🙂❤️‍🩹

কৃষকসকলৰ অভাৱ-অভিযোগ সংবাদ মাধ্যমৰ জৰিয়তে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। #কৃষক  #খেতি  #শস্য  #পানবাৰী  #আলুখুন্দা  #ভা...
15/07/2025

কৃষকসকলৰ অভাৱ-অভিযোগ সংবাদ মাধ্যমৰ জৰিয়তে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ।

#কৃষক #খেতি #শস্য #পানবাৰী #আলুখুন্দা #ভাংনামাৰী #খেতিয়ক

15/07/2025

অলপতে এবিএমছুৰ উদ্যোগত গুৱাহাটীত ৱাকফ সংশোধনী আইন ২০২৫ৰ বিৰোধিতাৰে এক ঐতিহাসিক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হৈছিল। এই কাৰ্যসূচীৰ অংশগ্ৰহণ কৰাৰ বাবে ছয়মাইলৰ ফ্ৰাই অফাৰৰ পৰা ছছলৰ প্ৰতিবাদস্থলীলৈ আমি খোজ কাঢ়ি গৈছিলোঁ ।

#ৱাকফ_আইন_বিৰোধ #প্ৰতিবাদ #গুৱাহাটী #এবিএমছু

09/07/2025

অসমত চলি থকা অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে এবিএমছুৰ উদ্যোগত আয়োজিত বিক্ষোভ কাৰ্যসূচীৰ কিয়দাংশ।

#এবিএমছু

29/06/2025

তিক্ততাৰ ওপৰত অযথা শব্দ খৰচ কৰি সম্পৰ্কক বিষাক্ত কৰাতকৈ মৌন হৈ থকাটোৱেই সুন্দৰ।

28/06/2025

বিজেপি শাসিত চৰকাৰৰ অমানৱীয় ‘পুশ্ববেক’ নীতিৰ বিৰুদ্ধে সদৌ বিটিচি সংখ্যালঘূ ছাত্ৰ সন্থা (এবিএমছু) ৰ গুৱাহাটীৰ চচলত প্ৰতিবাদী অৱস্থান ধৰ্মঘট ।
#এবিএমছু

যোৱা কালি পানবাৰী আঞ্চলিক এবিএমছুৰ উদ্যোগত ছাত্র অভিৱৰ্তন সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাত উপস্থিত থাকি আমাৰ অঞ্চলত হঠাতে...
01/09/2024

যোৱা কালি পানবাৰী আঞ্চলিক এবিএমছুৰ উদ্যোগত ছাত্র অভিৱৰ্তন সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাত উপস্থিত থাকি আমাৰ অঞ্চলত হঠাতে গঢ়ি উঠা সামগ্ৰিক সমস্যা সম্পৰ্কে আলোচনা আগবঢ়াও,সমান্তৰালভাৱে উক্ত সমস্যাৰাজিৰ সমাধানৰ বাবে ছাত্র-ছাত্ৰী আৰু অভিভাৱকক লগত মত বিনিময় কৰা হয়।

নাম্বাৰপাৰাত এদিন ❤️     #নাম্বাৰপাৰা  ❤🌸🖤🥀
12/04/2024

নাম্বাৰপাৰাত এদিন ❤️

#নাম্বাৰপাৰা ❤🌸🖤🥀

আজি নৱগঠিত পানবাৰী আঞ্চলিক সমিতি ABMSU ৰ উদ্যোগত আৰু বিজনী জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক মেহদী আলম,শিক্ষা সম্পাদক আব...
09/11/2023

আজি নৱগঠিত পানবাৰী আঞ্চলিক সমিতি ABMSU ৰ উদ্যোগত আৰু বিজনী জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক মেহদী আলম,শিক্ষা সম্পাদক আবু তালেবৰ সহযোগত চিৰাং জিলাৰ বিজনী মহকুমাৰ পানবাৰী আৰক্ষী চকীত উপস্থিত হৈ ভাৰপ্ৰাপ্ত বিষয়া আৰু আৰক্ষীৰ চক্ৰ পৰিদৰ্শকৰ লগত স্থানীয় বিভিন্ন সমস্যা,মদ-জুৱা,বাল্যবিবাহ আদি সমাধানৰ বাবে বিস্তাৰিত ভাৱে আলোচনা কৰা হয় ।

সমান্তৰালভাৱে নিজ দামুগাওঁ দক্ষিণ পাৰা এল.পি স্কুলত উপস্থিত হৈ নতুনকৈ যোগদান কৰা সহকাৰী শিক্ষকক আদৰণি জনোৱা আৰু শিক্ষকসকলৰ লগত শৈক্ষিক,সামাজিক দিশৰ বহু কথা আলোচনা কৰা হয় । মূলতঃ আমাৰ অঞ্চলত শক্তিশালী শিক্ষাৰ পৰিৱেশ গঢ় লৈ উঠক তাৰেই সূক্ষ্ম প্ৰয়াস এয়া।

#এবিএমছু #পানবাৰীথানা #শিক্ষা

Address

Sorbhog

Alerts

Be the first to know and let us send you an email when I am with Mehdi Alom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to I am with Mehdi Alom:

Share

Category