Barnagar Live

Barnagar Live Assamese News Portal, it's based on news of Politics, Bollywood, Sports, Entertainment, State, World, Education
(1)

01/09/2026

ভূটানে এৰিছে কুৰিশ্বু জলবিদ্যুৎ প্ৰকল্পৰ পানী।
বেঁ‌কী নৈৰ জলপৃষ্ঠ বৃদ্ধি।
নৈপৰীয়া ৰাইজক সতৰ্ক হোৱাৰ আহ্বান জিলা প্ৰশাসনৰ ।

01/09/2026

⛔অসমৰ বাবে অভিশপ্ত মাহটোৰ
⛔আজি প্রথমটো দিন!

01/09/2026

মানুহৰ মৃত্যুৰ পাছতহে সাৰ পায় এইখন চৰকাৰে।

টোল কৰ সংগ্ৰহ কৰি থকাৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাটো মুখ্যমন্ত্রী তথা জনপ্রতিনিধিসকলে দেখা নাপায় নেকি?

01/09/2026

📌তামুলপুৰত ইউ পি পি এল দলৰ দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ।

📌১১ ছেপ্টেম্বৰত আছুৱে কঁপাব ৰাজ্য📌ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব সদৌ অসম ছাত্ৰ সন্থাই আছুৰ ৰাজ্যি...
31/08/2026

📌১১ ছেপ্টেম্বৰত আছুৱে কঁপাব ৰাজ্য
📌ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব সদৌ অসম ছাত্ৰ সন্থাই আছুৰ ৰাজ্যিক কাৰ্যনির্বাহকত এই সিদ্ধান্ত

31/08/2026

📌কংগ্ৰেছক ডুপ্লিকেট বিৰোধী দলৰ আখ্যা অখিল গগৈৰ।

31/08/2026

📌শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিৰ পৰা অৱসৰ নিকুঞ্জ মজুমদাৰৰ:

31/08/2026

📌কাজিৰঙাৰ ইকো ছেনচিটিভ জ’ন(ESZ)ৰ পৰিসৰ হ্ৰাস সন্দৰ্ভত লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া।
📌“সমগ্ৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰীয়ে বিভ্ৰান্তিকৰ তথ্য দাঙি ধৰিছে”— লুৰীণজ্যোতি গগৈ।

31/08/2026

📌১৫বছৰৰ পুৰণি চৰকাৰী গাড়ী কৰা হ'ব স্ক্ৰেপিং। ব্য়ক্তিগত বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় এই নিয়ম। ঘোষণা মুখ্যমন্ত্ৰীৰ।

31/08/2026

⛔'দেশৰ প্ৰধানমন্ত্ৰী হ'ব ৰাহুল গান্ধী'। গৌৰৱ গগৈয়ে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হোৱাৰ কথা কওতেই বাজিল আজান।

Address

Sorbhog
781317

Alerts

Be the first to know and let us send you an email when Barnagar Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Barnagar Live:

Shortcuts

Share

Category