বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থা

  • Home
  • India
  • Sorbhog
  • বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থা

বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থা Please come and join us
বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থা - ( AASU )

18/11/2025
29/10/2025

অনুৰোধ আমাৰ, সিদ্ধান্ত আপোনাৰ ✊
জয় আই অসম✊

প্ৰিয় বৰনগৰ মহাবিদ্যালয়ৰ ভাইটি -ভন্টী আৰু  বন্ধু- বান্ধৱী সকল ।বৰনগৰ মহাবিদ্যালয়ত ৩১/১০/২০২৫ ইং তাৰিখে  অনুষ্ঠিত হবলগী...
28/10/2025

প্ৰিয় বৰনগৰ মহাবিদ্যালয়ৰ ভাইটি -ভন্টী আৰু বন্ধু- বান্ধৱী সকল ।বৰনগৰ মহাবিদ্যালয়ত ৩১/১০/২০২৫ ইং তাৰিখে অনুষ্ঠিত হবলগীয়া ২০২৫-২৬ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত "আছু" সমৰ্থিত প্ৰাৰ্থী সকলৰ হাতত হাত ধৰি আপোনালোকৰ বিবেকবান ভোটটি দি জয়যুক্ত কৰি বৰনগৰ মহাবিদ্যালয়খনৰ সুস্থ শৈক্ষিক পৰিবেশ গঢ়ি তোলাত সহায় কৰি একেলগে খোজত খোজ মিলাই আগুৱাই যাবলৈ আহবান জনালো ।।
ধন্যবাদ

জয়তু বৰনগৰ মহাবিদ্যালয়
জয় আই অসম
সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ ✊✊✊

ছাত্ৰ সন্থাৰ স্পষ্ট মত- তদন্ত ক্ষিপ্ৰ, নিৰপেক্ষ আৰু পানী নসৰকা হ’বই লাগিব।
27/09/2025

ছাত্ৰ সন্থাৰ স্পষ্ট মত- তদন্ত ক্ষিপ্ৰ, নিৰপেক্ষ আৰু পানী নসৰকা হ’বই লাগিব।

সকলোৱে আহিব🙏
20/09/2025

সকলোৱে আহিব🙏

19/09/2025

অসমীয়াৰ হিয়াৰ আমঠু “জুবিন গাৰ্গ ” ৰ আকস্মিক মৃত্যুৰ পৰিপ্ৰেক্ষিত্বত অহাকালি জাতীয় শোক দিৱস হিচাপে পালন কৰা হ’ব , বৰনগৰ অঞ্চলৰ সমূহ অনুষ্ঠান-প্ৰতিষ্ঠান দিনজুৰি বন্ধ ৰখাৰ লগতে সমূহ ৰাইজক বন্তি প্ৰজ্বলনৰ দ্বাৰা মহান শিল্পী গৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ অনুৰোধ জনোৱা হ’ল ৷৷
বৰনগৰ আঞ্চলিক ছাত্ৰসন্থা✊✊✊

19/09/2025

কবলৈ ভাষা নাই আমাৰ সকলোৰে মৰমৰ অতি আদৰৰ জুবিন গাৰ্গ দা ৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান পাতো কেনেকৈ ! তথাপিও উপায় নাই আজি সন্ধিয়া ৭ বজাত বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰা হৈছে গতিকে সমূহ সদস‍্যৰে উপস্হিতি আন্তৰিকতাৰে কামনা কৰা হ’ল ।🙏

বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা কৃষ্ণ জন্মাষ্টমীৰ এই পবিত্ৰ দিনটোত গৰখীয়া গোখাই থানলৈ অহা ভক্তগণলৈ নেমু চৰ্বত বিতৰণ...
14/09/2025

বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা কৃষ্ণ জন্মাষ্টমীৰ এই পবিত্ৰ দিনটোত গৰখীয়া গোখাই থানলৈ অহা ভক্তগণলৈ নেমু চৰ্বত বিতৰণ কৰি থকা মূহুৰ্ত🙏🙏🙏

08/09/2025

ভাৰত ৰত্ন ড•ভূপেন হাজৰিকাদেৱৰ শতবাৰ্ষিকী জন্মজয়ন্তী উপলক্ষে বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন । স্থান -শ্বহীদ ভৱন ,সৰভোগ

আজি শিক্ষক দিৱস উপলক্ষে বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৰনগৰৰ সমূহ শিক্ষানুষ্ঠানৰ "অধ্যক্ষ" সকলক সম্বৰ্ধনা জ্ঞাপন কৰ...
05/09/2025

আজি শিক্ষক দিৱস উপলক্ষে বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৰনগৰৰ সমূহ শিক্ষানুষ্ঠানৰ "অধ্যক্ষ" সকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে শিক্ষক দিৱসৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰোঁ।

ভাৰত চৰকাৰে জাৰি কৰা Immigration and Foreigners (Exemption) Order, 2025 নিৰ্দ্দেশ সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও গ্ৰহণ নকৰ...
03/09/2025

ভাৰত চৰকাৰে জাৰি কৰা Immigration and Foreigners (Exemption) Order, 2025 নিৰ্দ্দেশ সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও গ্ৰহণ নকৰে। কাইলৈ ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই এই নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব।

অসমীয়া প্ৰশাসনিক বিষয়া সৃষ্টিৰ বাবে আছুৰ বিশেষ প্ৰকল্প “প্ৰত‍্যাশা”
26/07/2025

অসমীয়া প্ৰশাসনিক বিষয়া সৃষ্টিৰ বাবে আছুৰ বিশেষ প্ৰকল্প “প্ৰত‍্যাশা”

Address

Sorbhog
781317

Telephone

+918011972652

Website

Alerts

Be the first to know and let us send you an email when বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category