News Time4

News Time4 NEWS MEDIA

মানকাচৰ এ এ লতিফ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এ আই ডি এছ সন্দৰ্ভত সজাগতা সভা।
08/09/2026

মানকাচৰ এ এ লতিফ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এ আই ডি এছ সন্দৰ্ভত সজাগতা সভা।

08/09/2026

মানকাচৰত এ আই ডি এছ সন্দৰ্ভত সজাগতা সভা।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা স্বাস্থ্য ছোছাইটিৰ উদ্যোগত মানকাচৰ এ এ লতিফ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ।

08/09/2026

মানকাচৰৰ শিক্ষা খণ্ডৰ এটা বিদ্যালয়ৰ পৰিচালনা সমিতি গঠণৰ নামত এগৰাকী CRC ৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিধ্বস্ত ৰাস্তা-ঘাটসমূহ নিৰ্মাণ কৰা আৰু উন্নত যাতায়াত ব্যৱস্থা গঢ়ি তোলা।
08/09/2026

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিধ্বস্ত ৰাস্তা-ঘাটসমূহ নিৰ্মাণ কৰা আৰু উন্নত যাতায়াত ব্যৱস্থা গঢ়ি তোলা।

08/09/2026

হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত AIDSO জিলা ছাত্ৰৰ বিক্ষোভ কাৰ্যসূচী

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিধ্বস্ত ৰাস্তা-ঘাটসমূহ নিৰ্মাণ কৰা আৰু উন্নত যাতায়াত ব্যৱস্থা গঢ়ি তোলা।

জিলাখনৰ প্ৰত্যন্ত অঞ্চলসমূহ সামৰি লৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত বাছ সেৱা প্ৰৱৰ্তনৰ দাবীত।

হাটশিঙিমাৰীৰ সুখচৰ আৰক্ষীৰ বৃহৎ সফলতা।ড্ৰাগছৰ বিৰুদ্ধে সুখচৰ আৰক্ষীৰ অভিযানত নিচাজাতীয় টেবলেট সহ আটক এজন।
08/09/2026

হাটশিঙিমাৰীৰ সুখচৰ আৰক্ষীৰ বৃহৎ সফলতা।
ড্ৰাগছৰ বিৰুদ্ধে সুখচৰ আৰক্ষীৰ অভিযানত
নিচাজাতীয় টেবলেট সহ আটক এজন।

08/09/2026

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ North East Animal Protection Society ৰ কৰ্মীয়ে কি ক'লে চাওঁক ।

07/09/2026

হাটশিঙিমাৰীৰ সুখচৰ ফাত্তাপাৰাত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ খহনীয়া ৰূপ।

07/09/2026

দক্ষিণ শালমাৰা মানকাচৰ জিলা কৃষি কাৰ্যালয়ত আত্মনিৰ্ভৰশীলতা অভিযানৰ অধীনত মাটি মাহৰ বীজ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়।

হাটশিঙিমাৰীৰ জিলা কৃষি কাৰ্যালয়ত আত্মনিৰ্ভৰশীলতা অভিযানৰ অধীনত মাটি মাহৰ বীজ বিতৰণ অনুষ্ঠান।
07/09/2026

হাটশিঙিমাৰীৰ জিলা কৃষি কাৰ্যালয়ত আত্মনিৰ্ভৰশীলতা অভিযানৰ অধীনত মাটি মাহৰ বীজ বিতৰণ অনুষ্ঠান।

Address

South Salmara

Telephone

+919395764530

Website

Alerts

Be the first to know and let us send you an email when News Time4 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share