Purbanchal Barta

Purbanchal Barta News & media

✅ মানকাচৰৰ কালাপানী আৰক্ষী চকীত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন।
15/08/2026

✅ মানকাচৰৰ কালাপানী আৰক্ষী চকীত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন।

15/08/2026

🔴 মানকাচৰৰ কালাপানী সমবায় সমিতিত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন।

11/08/2026

🔵 হাটশিঙিমাৰীত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল Hatsingimari electronic auto owner's association.

07/08/2026

🔴 মানকাচৰৰ বাঘাপাৰা প্ৰেৰণা মঞ্চৰ উদ্যোগত গ্ৰন্থ উন্মোচনী অনুষ্ঠান।

➡️ বাঘাপাৰা সাংস্কৃতিক কেন্দ্ৰত উন্মোচিত হ'ল আব্দুল কাদেৰ মিঞাৰ কবিতা পুথি মৃত্তিকাৰ মহাপ্ৰস্থান।

04/08/2026

🔴 মানকাচৰৰ কালাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিল্ডিং নিৰ্মাণৰ কামৰ শুভ উদ্বোধন।

➡️ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কালাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিল্ডিং নিৰ্মাণৰ কামৰ শুভ উদ্বোধন কৰে মানকাচৰৰ বিধায়ক মহিবুৰ ৰহমান আৰু জিলা পৰিষদৰ সদস্যা নুৰ ইয়াছমিনে।

✅ নিশা মানকাচৰৰ কালাপানী আৰক্ষীৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান।➡️ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ, এজনক আ...
31/07/2026

✅ নিশা মানকাচৰৰ কালাপানী আৰক্ষীৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান।

➡️ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ, এজনক আটক।

➡️ নিশা মানকাচৰৰ কালাপানী আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত বৰবিলা গাওঁত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।

➡️ আৰক্ষীয়ে ৭. ৩৭৮ কেজি গাঞ্জা জব্দ কৰাৰ লগতে শাহিনুৰ ইছলাম নামৰ এজনক আটক কৰে।

25/07/2026

🔴 মানকাচৰৰ ভুৰাকাটা গাওঁ পঞ্চায়তৰ MGNREGA বিতৰ্কৰ অভিযোগ অস্বীকাৰ কৰিলে কালাপানী জিলা পৰিষদৰ সদস্যা নুৰ ইয়াছমিনে।

✅ ৰাস্তাৰ মাজত পুখুৰী নে পুখুৰীৰ মাজত ৰাস্তা ধৰিব নোৱাৰি।➡️ ঘটনাৰ স্থান মানকাচৰৰ কালাপানী বজাৰ।➡️ বজাৰখনত নাই পানী নিষ্ক...
24/07/2026

✅ ৰাস্তাৰ মাজত পুখুৰী নে পুখুৰীৰ মাজত ৰাস্তা ধৰিব নোৱাৰি।

➡️ ঘটনাৰ স্থান মানকাচৰৰ কালাপানী বজাৰ।

➡️ বজাৰখনত নাই পানী নিষ্কাষণৰ ব্যৱস্থা।

➡️ বৰষুণ দিয়াৰ লগে লগে চলাচল অসম্ভৱ হৈ পৰে বজাৰখনৰ মাজত।

22/07/2026

🔴 মুকলি কৰা হ'ল SH Production ৰ নতুন ওয়েৱ ছিৰিজ ঘোটালা।

21/07/2026

🔵 মানকাচৰৰ বাউচকাটাত ৰাস্তা নিৰ্মাণৰ কামত বৃহৎ অনিয়মৰ অভিযোগ।

➡️ নাম মাত্ৰ কাম কৰি অধিকাংশ ধন আত্মসাথৰ অভিযোগ।

➡️ মানকাচৰৰ বিধায়ক পূঁজিৰ ফালৰপৰা ৫ লাখ টকা ৰাস্তা নিৰ্মাণৰ বাবে আগবঢ়ায় যদিও একাংশ লোকে কোনোমতে কাম কৰি অধিকাংশ টকা আত্মসাৎ অভিযোগ।

এই ক্ষেত্ৰত চৰকাৰৰ লগতে জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হৈছে লক্ষ্যনীয় বিষয়।

Address

South Salmara

Alerts

Be the first to know and let us send you an email when Purbanchal Barta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Purbanchal Barta:

Shortcuts

Share