News ssm 34

News ssm 34 বাতৰিৰ সন্ধানত নিৰ্ভিক নিৰপেক্ষতাৰে অবিৰত যাত্ৰা

29/09/2025

মানকাচৰ সমষ্টিবাসী ৰাইজ লৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা, মহিবুৰ ৰহমান (বাপ্পি), কংগ্ৰেছৰ যুৱ নেতা, মানকাচৰ বিধানসভা সমষ্টি।

20/09/2025

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী ছুপাৰ মাৰ্কেটত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে।

জুবিন গাৰ্গৰ অকাল মৃত্যু যেন মানি লব পৰা নাই অসম বাসি ৰাইজে।

সকলৰে চকুত চকুলো দেখিবলৈ পোৱা গৈছে স্তব্ধ হৈ পৰিছে অসমৰ ৰাইজ ।

বিশেষকৈ জুবিন গাৰ্গৰ অনুৰাগী সকলে স্তব্ধ হৈ পৰিছে।

আজি দিনটোতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত দেখিবলৈ পোৱা গৈছে শ শ পুৰুষ- মহিলা একাংশ ৰাইজ দল সংগঠন আৰু টেট শিক্ষক শিক্ষয়িত্ৰী সকলে উপস্থিত হয় জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলী জনাবলৈ।

জুবিন গাৰ্গৰ মৰ্মান্তিক শোকাবহ ঘটনাক লৈ অসম তথা গোটেই ভাৰতবৰ্ষ স্তম্ভিত হৈ পৰিছে।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন প্ৰান্তে প্ৰান্তে জুবিন গাৰ্গৰ মৃত্যুৰ শোকাবহ ঘটনাক কেন্দ্ৰ কৰি শ্ৰদ্ধাঞ্জলি জনালে। অসমৰ সমগ্ৰ ঠাইৰ ৰাইজে সতোভংগ পৰিলক্ষিত হৈছে ।

অসমে এখন ডাঙৰ সম্পাদ হেৰুৱাইছে,এখন কণ্ঠ হেৰুৱাইছে।

15/09/2025

👉হাটশিঙিমাৰীৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বিক্ষোভ প্ৰদৰ্শণ।

👉দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী মহাবিদ্যালয়ত নাম ভৰ্তিকৰনৰ অনিয়মৰ অভিযোগ উত্থাপিত হৈছে।

👉মেধাবী শিক্ষাৰ্থীসকলে নামভৰ্তিকৰণৰ পৰা বঞ্চিত,

👉ধনৰ বিনিময়ত নামভৰ্তিকৰণৰ দাবি উত্থাপিত হৈছে অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে।

👉যাৰ ফলত শিক্ষাৰ্থীসকলৰ মাজত হাঁহাকাৰ ময় পৰিবেশৰ শৃষটি হৈছে।

05/09/2025

আহলে ছুন্নত ৱাল জামাতৰ তৰপৰ পৰা মহানবী হজৰত মহম্মদ (ছ:) জন্মবাৰ্ষিকী উৎযাপন:

আজি পুৱা ৮ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত খাৰুৱাৱান্ধা আহছানুল উলুম কাৰামতীয়া মাদ্ৰাছাৰ ছাত্ৰ ; শিক্ষক আৰু স্থানীয় ৰাইজে এখন ৰেলী উলিয়ায।
বাল্য বিবাহ বন্ধ কৰক; শিশু শ্ৰমিক বন্ধ কৰক; মদ খোৱা বন্ধ কৰক; ড্ৰাগছ সেৱন বন্ধ কৰক আদি শ্লোগান দিয়ে আৰু এই সন্দৰ্ভত উক্ত মাদ্ৰাছাৰ অধ্যক্ষ জনে কয় যে আজি মহানবী হজৰত মহম্মদ (ছ:) জন্ম বাৰ্ষিকী আৰু ইছলাম ধৰ্ম হ'ল শান্তিৰ ধৰ্ম । এই ধৰ্মত মদ ভাং খোৱা নিষিদ্ধ; ড্ৰাগছ সেৱন নিষিদ্ধ ; বাল্য বিবাহ; শিশু শ্ৰমিক আদি সম্পূৰ্ণৰূপে নিষিদ্ধ । এই ধৰ্মত দেশপ্ৰেমৰ শিক্ষা দিয়ে আৰু সমাজৰ বেয়া কামৰ প্ৰতি দূৰত্ব বজাই ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

আজমলৰ নিমন্ত্ৰণত অসমলৈ ৭ জনীয়া জমিয়ত উলেমা ই হিন্দৰ দল। ৭ জনীয়া দলক আটক কৰাৰ দাবী লুৰীণজ্যোতি গগৈৰ।
01/09/2025

আজমলৰ নিমন্ত্ৰণত অসমলৈ ৭ জনীয়া জমিয়ত উলেমা ই হিন্দৰ দল। ৭ জনীয়া দলক আটক কৰাৰ দাবী লুৰীণজ্যোতি গগৈৰ।

আপোনালোকে মতামত জনাব
01/09/2025

আপোনালোকে মতামত জনাব

30/08/2025

👉 *হাটশিঙিমাৰীত মন্ত্ৰী অশোক শিংহালৰ প্ৰতিমূৰ্তি দাহ*

👉অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ ৰাজীৱ ভৱনত মন্ত্ৰী অশোক শিংহালৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ সাব্যস্ত কৰে।

👉মন্ত্ৰী অশোক শিংহালে জন্তুৰ লগত তুলনা কংগ্ৰেছ দলক।

👉যাৰ ফলত আজি আবেলি হাটশিঙিমাৰী কংগ্ৰেছ কমিটীৰ উদ্যোগত দলৰ কৰ্মকৰ্তা সকল বিভিন্ন শ্লগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

👉মন্ত্ৰী অশোক শিংহাল হায় হায়,
অশোক শিংহাল মুৰ্দবাদ,
অশোক শিংহাল গো বেগ, আদি বিভিন্ন শ্লোগানেৰে প্ৰায় অৰ্ধ শতাধিক কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

20/08/2025

হাটশিঙিমাৰীৰ কোকৰাডাঙা ত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপ ধাৰণ।

ভাবুকিত ভাৰত-বাংলাদেশ সীমান্ত সংযোগী পথ।

অঞ্চলটোত চলা খহনীয়াৰ ফলত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ।

তাৰোপৰি ভাৰত-বাংলাদেশ সীমান্তৰ লগত সংযোগী হাটশিঙিমাৰীৰ পৰা শিশুমাৰা লৈ থকা সীমান্ত পথৰ পৰা ১০ মিটাৰ দূৰত থকা ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই চকুৰ পলকতে জাহ যাব পৰে সীমান্ত পথটো।

সীমান্ত পথটো নদীৰ বুকুত জাহ যোৱাৰ পিছত ভাবুকিত কোকৰাডাঙা,আছামেৰ আলগা, কানাইমাৰাকে আদি বিভিন্ন অঞ্চল।

যাৰফলত আতংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ।

Address

Mankachar
South Salmara
783135

Website

Alerts

Be the first to know and let us send you an email when News ssm 34 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share