Axomiya Media

Axomiya Media - Promote Your Music Video, Audio, Blogs, Page, Website, Business Here!

- Contact : 9127281843

07/10/2025

এটি বিশ্বাসৰ নাম - হালধিবাৰী বুঢ়ী মাই মন্দিৰ
সকলোৰে মনোবাঞ্ছা পূৰণ হওঁক, শ্বেয়াৰ কৰিব 🙏

06/10/2025

মা লক্ষ্মীৰ বাহন পবিত্ৰ লক্ষ্মী ফেঁচা দৰ্শন কৰিলে মনোবাঞ্ছা পূৰণ হয়।
জয় মা লক্ষ্মী 🙏 আগলৈ শ্বেয়াৰ কৰিব
Follow Axomiya Media 👈 For More Videos. 📌

05/10/2025

বিশ্বজিৎ ঠাকুৰীয়াৰ কণ্ঠত জুবিন দাৰ “বাটৰে শেষতে”
এবাৰ শুনিবচোন সকলোৱে।

জুবিন গাৰ্গে নিজে হাতেৰে লিখি উত্তৰ দিছে। পৰিচিত যুৱ সাহিত্যিক প্ৰাঞ্জল দলৈয়ে প্ৰশ্ন কৰিছে আৰু হাৰ্টথ্ৰৱ জুবিন গাৰ্গে নি...
30/09/2025

জুবিন গাৰ্গে নিজে হাতেৰে লিখি উত্তৰ দিছে।
পৰিচিত যুৱ সাহিত্যিক প্ৰাঞ্জল দলৈয়ে প্ৰশ্ন কৰিছে আৰু হাৰ্টথ্ৰৱ জুবিন গাৰ্গে নিজৰ হাতৰ আখৰেৰে লিখি উত্তৰ দিছে (দহ বছৰমান পুৰণি এই সাক্ষাৎকাৰ)

25/09/2025

ইহঁতৰ কাৰণেই আজি জুবিন গাৰ্গ আমাৰ পৰা আঁতৰি গ’ল!

23/09/2025

💟

📌সম্পন্ন হ'ল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। গতাই দিয়া হ'ল জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ। জুবিন গাৰ্গৰ সহযোগী শ্বেখৰ গোস্বামী...
20/09/2025

📌সম্পন্ন হ'ল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। গতাই দিয়া হ'ল জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ। জুবিন গাৰ্গৰ সহযোগী শ্বেখৰ গোস্বামী, সন্দীপন গাৰ্গ আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক গতাই দিয়া হয় নশ্বৰ দেহ। ভাৰতীয় দূতাবাসৰ বিষয়াসকলৰ উপস্থিতিত গতাই দিয়া হয় নশ্বৰ দেহ।

জুবিনেই কৈছিল , " দেহৰ ভৰসা নাই , বুজিছানে নাই " ।জুবিন আৰু নাই এক সৃষ্টিৰ শেষ, এক শতিকাৰ শেষ , এটা সত্বাৰ মৃত্যু ।জুবিন...
19/09/2025

জুবিনেই কৈছিল , " দেহৰ ভৰসা নাই , বুজিছানে নাই " ।

জুবিন আৰু নাই

এক সৃষ্টিৰ শেষ, এক শতিকাৰ শেষ , এটা সত্বাৰ মৃত্যু ।
জুবিন নামৰ বটবৃক্ষডাল অৱশেষত বিলীন হৈ গল

চিৰবিদায় জুবিন দা 💔
ৰক্তিম ৰঞ্জন তালুকদাৰ

18/09/2025

বেইমান মামা 😂😂

17/09/2025

Happy Biswakarma Puja 😂

Address

Sualkuchi

Telephone

+917099695629

Website

Alerts

Be the first to know and let us send you an email when Axomiya Media posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Axomiya Media:

Share