The Updates 24×7

The Updates 24×7 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from The Updates 24×7, Sualkuchi.

১৮ নৱেম্বৰ" এখন অসমীয়া কথাছবি, মুক্তি লাভ কৰিব এই বছৰৰ ১৮ নৱেম্বৰত জুবিন দাৰ জন্মদিনৰ দিনাই।   দাদাক আমাৰ ফালৰ পৰা জন্ম...
29/08/2026

১৮ নৱেম্বৰ" এখন অসমীয়া কথাছবি, মুক্তি লাভ কৰিব এই বছৰৰ ১৮ নৱেম্বৰত জুবিন দাৰ জন্মদিনৰ দিনাই। দাদাক আমাৰ ফালৰ পৰা জন্মদিনৰ এটি ক্ষুদ্ৰ উপহাৰ। ১ছেপ্তেম্বৰত teaserৰ লগতে Poster মুকলি কৰা হব আইদেউ ছবি গৃহত, অনুষ্ঠানত উপস্থিত থাকিব গৰিমা বৌ গতিকে সকলোৰে মৰম আৰু আৰ্শীবাদ বিছাৰিছো।

25/08/2026

Mama is always king 👑💖

13/07/2026

দৰ্শকৰ অফুৰন্ত মৰম আৰু আশীৰ্বাদে সফল কৰি তুলিছিল "তোমাৰ বাবে", "BAMBOO", "MANGO", "ভাইৰেল কৃষ্ণ"... S.H. PRODUCTION-ৰ চাৰিখনকৈ ৱেব চিৰিজ 🔥

সেই একেই বিশ্বাস, একেই আবেগ আৰু আগতকৈও অধিক পৰিশ্ৰমেৰে S.H. Production-এ লৈ আহিছে আন এখন নতুন মনোৰঞ্জনৰ ধামাকা—"GHOTALA"। 🎬

এইবাৰ SAFI HERO-ক দেখা পাব এনে এটা নতুন ৰূপত, যিটো আপুনি আগতে কেতিয়াও দেখা নাই।

ইতিমধ্যে চিৰিজখন
ৰ প্ৰথমটি খণ্ড মুক্তি পাইছে ল।

🎥 সম্পূৰ্ণ বিনামূলীয়াকৈ কমেণ্ট বক্সত দিয়া লিংকৰ জৰিয়তে এতিয়াই চাওঁক।

23/06/2026

📍কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ ওপৰত জন্ম দিন পাতি আটক ব্যবসায়ি দম্পত্তি
📍লগতে আটক ১২ শুভাকাংক্ষী

28/05/2026

📍দক্ষিণ কামৰূপৰ ছয়গাওঁত হিন্দু ধৰ্মাৱলম্বী লোকৰ মন্দিৰৰ সমীপত অচিনাক্ত লোকে পেলাই থৈ যায় গো - মাংস।
📍পৱিত্ৰ ঈদৰ দিনা ছয়গাঁৱৰ নোৱাপাৰাৰ বুঢ়া গোঁসাই মন্দিৰৰ সমীপত অচিনাক্ত লোকে পেলাই থৈ যায় নিষিদ্ধ মাংস।

01/04/2026

📍 বিৰোধীয়ে অপপ্ৰচাৰ চলোৱা বুলি দাবী কৰি কি মন্তব্য আৰু সকিয়নি দিলে হিমাংশুৱে

29/03/2026

📍NDA ৰ প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্য ৰ হৈ প্ৰচাৰ চলালে তেখেতৰ সহধৰ্মিনী ৰিচা বৈশ্যই

📍আজি পলাশবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক মাননীয় শ্ৰী প্ৰণৱ কলিতা ডাঙৰীয়াৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ পৰা আগন্তুক নিৰ্বাচনৰ...
21/03/2026

📍আজি পলাশবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক মাননীয় শ্ৰী প্ৰণৱ কলিতা ডাঙৰীয়াৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ পৰা আগন্তুক নিৰ্বাচনৰ বাবে আশিস বিছাৰে
যুব নেতা হিমাংশু বৈশ্যই

Address

Sualkuchi

Telephone

+917099695629

Website

Alerts

Be the first to know and let us send you an email when The Updates 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The Updates 24×7:

Shortcuts

Share