Kamrup Barta

Kamrup Barta Kamrup Barta is a trusted Assamese digital news platform committed to delivering accurate, timely, and unbiased news to people across Assam

হাজোৰ শিলিগুৰিত নিশা বৃহৎ পৰিমাণৰ সন্দেহজনক টেবলেটসহ  এখন AS 25 W 9317 নম্বৰৰ স্কৰপিঅ গাড়ী জব্দ কৰে ৰাইজে ।জব্দকৃত গাড়ীখ...
09/07/2026

হাজোৰ শিলিগুৰিত নিশা বৃহৎ পৰিমাণৰ সন্দেহজনক টেবলেটসহ এখন AS 25 W 9317 নম্বৰৰ স্কৰপিঅ গাড়ী জব্দ কৰে ৰাইজে ।

জব্দকৃত গাড়ীখন শুৱালকুছি আৰক্ষীক গতাই দিয়ে ৰাইজে ।

আজি ৯ জুলাই,২০২৬ বৃহস্পতিবাৰ, ১২টা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে কেনে হ'ব আজিৰ দিনটো ।
08/07/2026

আজি ৯ জুলাই,
২০২৬ বৃহস্পতিবাৰ, ১২টা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে কেনে হ'ব আজিৰ দিনটো ।

আজি ৯ জুলাই ,বৃহস্পতিবাৰ২০২৬, আজি কামৰূপ জিলাত (গুৱাহাটীৰ আশে-পাশে) বতৰৰ আগজাননী
08/07/2026

আজি ৯ জুলাই ,বৃহস্পতিবাৰ
২০২৬, আজি কামৰূপ জিলাত (গুৱাহাটীৰ আশে-পাশে) বতৰৰ আগজাননী

আজি ৮ জুলাই,২০২৬ বুধবাৰ ১২টা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে কেনে হ'ব আজিৰ দিনটো ।
07/07/2026

আজি ৮ জুলাই,
২০২৬ বুধবাৰ ১২টা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে কেনে হ'ব আজিৰ দিনটো ।

আজি ৮ জুলাই ,বুধবাৰ২০২৬, আজি কামৰূপ জিলাত (গুৱাহাটীৰ আশে-পাশে) বতৰৰ আগজাননী
07/07/2026

আজি ৮ জুলাই ,বুধবাৰ
২০২৬, আজি কামৰূপ জিলাত (গুৱাহাটীৰ আশে-পাশে) বতৰৰ আগজাননী

কামৰূপৰ  গন্ধমৌত নিশা সংঘটিত হয় চুৰি কাণ্ডৰ ঘটনা বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত  ৱাইদুল ইছলাম ঘৰত সংঘটিত হৈছে এই চুৰি কা...
07/07/2026

কামৰূপৰ গন্ধমৌত নিশা সংঘটিত হয় চুৰি কাণ্ডৰ ঘটনা
বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত ৱাইদুল ইছলাম ঘৰত সংঘটিত হৈছে এই চুৰি কাণ্ড ।

দাক্ষিণাত্যৰ ছবি জগতত অসমীয়া জীয়ৰীৰ জয়যাত্ৰা ,তেলেগু ছবিত মুখ্য চৰিত্ৰত কামৰূপৰ ভৈৰৱী ডেকাতেলেগু ছবিত মূখ্য চৰিত্ৰত  অভি...
06/07/2026

দাক্ষিণাত্যৰ ছবি জগতত অসমীয়া জীয়ৰীৰ জয়যাত্ৰা ,তেলেগু ছবিত মুখ্য চৰিত্ৰত কামৰূপৰ ভৈৰৱী ডেকা
তেলেগু ছবিত মূখ্য চৰিত্ৰত অভিনয় কৰি দেখুৱাইছে নিজৰ প্ৰতিভা
কৰ্ম সুত্ৰে হায়দৰাবাদলৈ গৈ তেলেগু ভাষা শিকি তেলেগু বোলছবিত অভিনয় অসম কন্যা ভৈৰৱী আৰাধ্যা ডেকাৰ ।

এতিয়া এচামে ইথানলৰ বিৰোধীতা কৰিছে।ইথানল বন্ধ হ’লে কুহিয়াৰ খেতিয়ক, মাকৈ খেতি কৰা কৃষকসকলৰ কি হ’ব?মন্ত্ৰী পীযুষ হাজৰিকা   ...
06/07/2026

এতিয়া এচামে ইথানলৰ বিৰোধীতা কৰিছে।
ইথানল বন্ধ হ’লে কুহিয়াৰ খেতিয়ক, মাকৈ খেতি কৰা কৃষকসকলৰ কি হ’ব?
মন্ত্ৰী পীযুষ হাজৰিকা

আজি ৬ জুলাই,২০২৬ সোমবাৰে ১২টা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে কেনে হ'ব আজিৰ দিনটো ।
05/07/2026

আজি ৬ জুলাই,
২০২৬ সোমবাৰে ১২টা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে কেনে হ'ব আজিৰ দিনটো ।

আজি ৬ জুলাই ,সোমবাৰ২০২৬, আজি কামৰূপ জিলাত (গুৱাহাটীৰ আশে-পাশে) বতৰৰ আগজাননী
05/07/2026

আজি ৬ জুলাই ,সোমবাৰ
২০২৬, আজি কামৰূপ জিলাত (গুৱাহাটীৰ আশে-পাশে) বতৰৰ আগজাননী

Address

GUWAHATI
Sualkuchi
781103

Website

Alerts

Be the first to know and let us send you an email when Kamrup Barta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share