Emamuddin Ahmed

Emamuddin Ahmed Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Emamuddin Ahmed, Digital creator, Tamulpur.

তামুলপুৰ জিলাৰ ৩টা পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ক্ৰমে নাগ্ৰিজুলী পৰিষদীয় সমষ্টিত শ্ৰী লক্ষী দাস ডাঙৰী...
26/09/2025

তামুলপুৰ জিলাৰ ৩টা পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ক্ৰমে নাগ্ৰিজুলী পৰিষদীয় সমষ্টিত শ্ৰী লক্ষী দাস ডাঙৰীয়া, বাগানপাৰা পৰিষদীয় সমষ্টিত শ্ৰী ৰেখা ৰাণী দাস বড়ো ডাঙৰীয়ানী আৰু দৰঙ্গাজুলী পৰিষদীয় সমষ্টিত শ্ৰী বিজিত গৌড়া নাৰ্জাৰী ডাঙৰীয়াৰ বিজয়ত আমি আনন্দিত তথা উৎফুল্লিত। আটাইকেইজন বিজয়ী প্ৰাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ।

দৰংঙাজুলী মণ্ডলৰ 19 নং কালীপুৰ বুথত নিৰ্বাচনী সভা।
10/09/2025

দৰংঙাজুলী মণ্ডলৰ 19 নং কালীপুৰ বুথত নিৰ্বাচনী সভা।

29/08/2025
আজি দেশৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় শ্ৰদ্ধাৰ শ্ৰীযুত Narendra Modi  ডাঙৰীয়াৰ ৰেডীও যোগে সম্প্ৰচাৰ হোৱা ১২৪ সংখ্যক জনপ...
27/07/2025

আজি দেশৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় শ্ৰদ্ধাৰ শ্ৰীযুত Narendra Modi ডাঙৰীয়াৰ ৰেডীও যোগে সম্প্ৰচাৰ হোৱা ১২৪ সংখ্যক জনপ্ৰিয় অনুষ্ঠান "মন কী বাত" অনুষ্ঠানটি তামুলপুৰ জিলাৰ অন্তৰ্গত গয়বাৰী মণ্ডলৰ 137 নং বুথত উপস্থিত থাকি অনুষ্ঠানটো উপভোগ কৰোঁ।

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি,বিশিষ্ট বৈজ্ঞানিক, লেখক তথা 'মিছাইল মেন' হিচাপে খ্যাত ড⁰ এ পি জে আব্দুল কালাম দেৱৰ মৃত্যুবাৰ্ষ...
27/07/2025

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি,বিশিষ্ট বৈজ্ঞানিক, লেখক তথা 'মিছাইল মেন' হিচাপে খ্যাত ড⁰ এ পি জে আব্দুল কালাম দেৱৰ মৃত্যুবাৰ্ষিকীত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। তেখেতৰ মহান কৰ্মৰাজি প্ৰতিজন ভাৰতীয় লোকৰ অন্তৰত চিৰদিন স্মৃতি হিচাবে জীয়াই থাকিব।

23/07/2025

তামুলপুৰবাসী ৰাইজৰ বাবে মুখ্যমন্ত্ৰী ড০ Himanta Biswa Sarma ডাঙৰীয়াৰ আন এক উপহাৰ।

তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নতুন বস্তি এঙাৰকাটা মধ্য ইংৰাজী বিদ্যালয়ক উচ্চ মাধ্যমিকলৈ উন্নীত কৰাৰ বাবে যোৱা কিছুদিনৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৱেদন কৰি আহিছিলো।ৰাইজেও কেইবাবাৰো ধৰি পূৰ্বৰ চৰকাৰসমূহক আৱেদন জনাই আহিছিল। কিন্তু পূৰ্বৰ চৰকাৰসমূহে ইয়াত সঁহাৰি জনোৱা নাছিল। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ লগতে উঠি অহা নৱ প্ৰজন্মক শিক্ষা গ্ৰহণৰ বাবে এই অতিকৈ গুৰুত্বপূৰ্ণ সুবিধা প্ৰদান কৰা বাবে ম‌ই মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দৰং ওদালগুৰিবাসী ৰাইজৰ হৈ আৰু সাংসদ হিচাপে বিশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

11/06/2025

শ্ৰদ্ধাৰ তামুলপুৰ জিলাৰ অন্তৰ্গত সমূহ ৰাইজ,
আপোনালোকৰ জ্ঞাতৰ্থে জনাব বিচাৰিছোঁ যে কিছু দুষ্ট চক্ৰ আৰু বিভিন্ন ৰাজনৈতিক দলে সমাজৰ একেবাৰে দৰিদ্ৰ ৰেখাৰ তলৰ, বঞ্চিত জনসাধাৰণক মিছা প্ৰলোভন দেখুৱাই ,*অৰুনোদয়* আঁচনি দিম বুলি ভুৱা ফর্ম বিতৰণ কৰা আমাৰ দৃষ্টি গোচৰ হৈছে । এয়া সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন,
এই আঁচনি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ তথা অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দুখীয়া জনগণক সহায় কৰাৰ এক সুদূৰ প্ৰয়াসী আঁচনি । সেয়েহে সাধাৰণ ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে বৰ্তমান সময়ত *অৰুনোদয়* নামত কোনো ফর্ম অহা নাই ,ফর্ম আহিলে আপোনালোকে বিভিন্ন নিউজৰ মাধ্যমে খবৰ পাব, সেয়েহে তেনে ভিত্তিহীন, ভুৱা, আৰু মিছলিয়া ৰাজনৈতিক দল আৰু ব্যক্তিসকলৰ পৰা সাৱধান হৈ থাকিবলৈ আব্বাহান জনোৱা হল ।

ৰাজ্যৰ বিহু সমিতিবোৰৰ বাবে সুখবৰ ....
07/04/2025

ৰাজ্যৰ বিহু সমিতিবোৰৰ বাবে সুখবৰ ....

আজি "বিশ্ব স্বাস্থ্য দিৱস" ৰ বিশেষ দিনটোত প্ৰতিগৰাকী ব্যক্তিক স্বাস্থ্যকৰ জীৱন-যাপন কৰিবৰ বাবে আহ্বান জনাইছোঁ। কাৰণ সুস্...
07/04/2025

আজি "বিশ্ব স্বাস্থ্য দিৱস" ৰ বিশেষ দিনটোত প্ৰতিগৰাকী ব্যক্তিক স্বাস্থ্যকৰ জীৱন-যাপন কৰিবৰ বাবে আহ্বান জনাইছোঁ। কাৰণ সুস্বাস্থ্যই হৈছে সুদক্ষতাৰ চাবি কাঠি । আপুনি দিনটোৰ আৰম্ভণিতে সদায় আধাঘণ্টা ব্যায়াম কৰক। যিমানে শাৰীৰিকভাৱে সক্ৰিয় হ'ব, আপুনি সিমানেই স্বাস্থ্যৱান হ'ব। গতিকে, সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ দিনটোৰ কিছু সময় হ'লেও আপুনি নিজৰ সৈতে অতিবাহিত কৰক।

আজিৰ দিনটোত মই প্ৰতিগৰাকী চিকিৎসক, নাৰ্চ তথা চিকিৎসা কৰ্মৰ লগত জড়িত ব্যক্তি লৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো।

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটে লাভ কৰিছে বৃহৎ বিজয়।
04/04/2025

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটে লাভ কৰিছে বৃহৎ বিজয়।

23/11/2024

Address

Tamulpur

Website

Alerts

Be the first to know and let us send you an email when Emamuddin Ahmed posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share