NE EYE

NE EYE Enjoy the high-quality reporting and rich, interactive multimedia storytelling of NE EYE. Whether it

24/05/2025

টংলা পৌৰসভাৰ প্ৰশংসনীয় পদক্ষেপ।
বাৰিষা আগমনৰ প্ৰতি লক্ষ্য ৰাখি টংলা নগৰৰ বাট পথ মেৰামতি।

07/05/2025

ওদালগুৰি টংলাত যুৱ মঞ্চৰ উদ্যোগত ২৮ সংখ্যক ব'হাগী উৎসৱ উদযাপনৰ লাইখুটা স্থাপন।

19/04/2025

টংলাত অসমীয়া বোলছবি "কেচটো নগেনৰ " প্ৰচাৰ।

ধনজিৎ দাসৰ পৰিচালনাত দক্ষিণ ভাৰতীয় ছবিক ফেৰ মাৰিব পৰাকৈ অহাঁ‌ ৯ মে তাৰিখে ৰাজ্যখনৰ সকলো ছবি গৃহলৈ আহি আছে আন এখন বেংগান্তক হাস্যৰসৰ অসমীয়া বোলছবি।

য'ত প্ৰবিন অভিনেতা অটুল পাচনি,তপন দাসৰ লগতে জনপ্ৰিয় অভিনেতা হিমাংশু প্ৰসাদ দাস,অমৃতা গগৈৰ পৰা,অংকিতা কাশ্যপ, অৰূপজ্যোতি দাসলৈ বহুতো ন-পুৰণি
কলা-কুশলীয়ে অভিনয় কৰিছে ছবিখনত।

সেয়েহে প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কালি সন্ধিয়া
টংলা চায়া ছবিগৃহত উপস্থিত হয়"কেচটো নগেন"'ছবিখনৰ কলা- কুশলী।।

স্থানীয় দল সংগঠন শুভাকাংক্ষীৰ উপস্থিতিত সকলো ৰাইজক ছবিখন আকোৱালি লবলৈ অহ্বান "কেচটো নগেন" পৰিয়ালৰ

16/04/2025

ওদালগুৰি জিলাৰ টংলা’ৰ ঘূৰ্ণিখাট’ত বোৱাৰী নিৰুদ্দেশৰ ঘটনা|
নিখোঁজ হ’ল এজন ৭ বছৰীয়া পুত্ৰ সন্তানেৰ মাতৃ |
নিখোঁজ নয়নমণি ৰাভাৰ পত্নী উপমা ৰাভা। ঘটনা ৭ এপ্ৰিলৰ
ঘটনাৰ সময়ত স্বামী গৃহত নথকাৰ সুযোগ
বুজি বোৱাৰী নিখোঁজ হোৱাৰ অভিযোগ। পৰিয়ালৰ পক্ষৰ পৰা দাবী – ঘটনাটো কেৱল নিখোজ নহয়, ইয়াৰ আঁৰত আছে অবৈধ প্ৰেম কাহিনী। স্বামীৰ স্পষ্ট অভিযোগ – “মোৰ পত্নীৰ অন্য পুৰুষৰ সৈতে গোপন সম্পৰ্ক আছিল।” স্বামী নয়নমণি ৰাভাই ঘটনাটো সন্দর্ভত লিখিত এজাহাৰ (FIR) দাখিল কৰিছে টংলা আৰক্ষীৰ ওচৰত।
পৰিয়াল আৰু স্বামীৰ আহ্বাওদালগুৰি জিলাৰ টংলা’ৰ ঘূৰ্ণিখাট’ত বুৱাৰী নিৰুদ্দেশৰ ঘটনা| ন — সু-কলমে ঘূৰি আহক উপমা ৰাভা আৰু তেওঁৰ পুত্ৰ।

16/04/2025

খ্ৰীষ্টিয়ানপাৰাত ১৯ তম ৰংজালি বৈসাগু উদযাপন

08/04/2025

# ৰাজ্যজুৰি ৰং বসন্ত উৎসৱৰ প্ৰস্তুতি!
# পুৰন্দিয়াটো ৰঙালীক আদৰিবলৈ মৌচুমী সংঘৰ উদ্যোগত ৯ দিনিয়াবিহুনাচৰ প্ৰশিক্ষণ!!

05/04/2025

# VCDC ৰ অধ্যক্ষ অলংবাৰ কছাৰীৰ মহানুভৱতা।।

# নিজৰ গাঁ‌থিৰ ধন খৰচ কৰি ৰাইজৰ হকে নিৰ্মাণ কৰিলে মথাউৰি।।

05/04/2025

হাগ্ৰামা মহিলাৰীক লৈ সৰৱ ইউপিপিএলৰ কেন্দ্ৰীয় নেতা ৰংগুল বড়ো।।

05/04/2025

বিতৰ্কিত ভাইৰেল ভিডিঅ সন্দৰ্ভত
পাৰিষদ দিলিপ বড়োৰ সংবাদমেল।

মই নিজে কৰা নাই! মোক তেনে কৰিবলৈ বাধ্যহে কৰোৱাইছিলঃ- পাৰিষদ দিলিপ বড়ো।

03/04/2025

# নিৰ্বাচনীৰ পূৰ্বে সল ঠেকত ইউপিপিএল

# খালিং দুৱাৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ দিলীপ কুমাৰ বড়োৰ অসামাজিক ভিডিঅ’ ভাইৰেল।

# বিতৰ্কিত ভিডিঅক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া

03/04/2025

সদিয়াৰ পৰা ধুবুৰীলৈ ৰঙালী বিহুক লৈ প্ৰস্তুতি প্ৰতিজন অসমীয়াৰ।।
ব্যতিক্ৰম নহয় বড়োভূমিৰ ডেকা, গাভৰু

03/04/2025

# BTR ত উন্নয়নৰ ফোপোলা স্বৰূপ
# এখন দলঙৰ বাবে হাহাকাৰ টংলাৰ হাহিনীত

Address

Tangla

Alerts

Be the first to know and let us send you an email when NE EYE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NE EYE:

Share

Category