Rodali Assam ৰ'দালী অসম

Rodali Assam ৰ'দালী অসম নতুন আশাৰ নতুনত্ব বিচাৰি

27/10/2025

ভন্টি তুমি 🔥

কঙালীৰ গৰ্ভতে অংকুৰিত হওক ভোগালীৰ বীজ। সোণোৱালী শস্যৰে পথাৰ উপচি পৰক তাৰে কামনাৰে সকলোলৈকে কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ...
18/10/2025

কঙালীৰ গৰ্ভতে অংকুৰিত হওক ভোগালীৰ বীজ।
সোণোৱালী শস্যৰে পথাৰ উপচি পৰক তাৰে কামনাৰে সকলোলৈকে কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। 🙏

15/10/2025



876K
আহক সকলোৰে মিলি 1M আজিয়ে সম্পূর্ণ কৰো। 🙏

আজি ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস। প্ৰতিগৰাকী কন্যাক লৈ পিতৃ মাতৃ গৌৰাম্বিত হৈ দেশ জিলিকি উঠে তাৰে কামনাৰে প্ৰতিগৰাকী কন্...
28/09/2025

আজি ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস। প্ৰতিগৰাকী কন্যাক লৈ পিতৃ মাতৃ গৌৰাম্বিত হৈ দেশ জিলিকি উঠে তাৰে কামনাৰে প্ৰতিগৰাকী কন্যালৈ কন্যা সন্তান দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ।



ৰাইজে সহযোগ কৰক।
26/09/2025

ৰাইজে সহযোগ কৰক।

24/09/2025

আমাৰ মৰমৰ জুবিন দাৰ শেষ মূহুর্তত আপুনি যেনেদৰে প্ৰতিটো ক্ষণ নিজে তদাৰক কৰি সূচীৰুৰূপে সম্পাদন কৰিলে তাৰ বাবে অসমবাসী কৃতজ্ঞ। এতিয়া মাত্ৰ আমাক জুবিন দা মৃত্যু ৰহস্য ফাদিল কৰি দোষীক শাস্তি দিয়ক চিৰদিন অসমীয়াৰ হৃদয়ত আপোনিও জিলিকিব মুখ্যমন্ত্রী মহোদয়।
Himanta Biswa Sarma

এক বিশ্বাস কৰিব নোৱাৰা খবৰ। হে ভগৱান কিয় ইমান সোনকালে লৈ গ'লা দাদাক। হে' শিল্পী কেনেকৈ বিশ্বাস কৰোঁ আপুনি যে আজি নাই......
19/09/2025

এক বিশ্বাস কৰিব নোৱাৰা খবৰ। হে ভগৱান কিয় ইমান সোনকালে লৈ গ'লা দাদাক।
হে' শিল্পী কেনেকৈ বিশ্বাস কৰোঁ আপুনি যে আজি নাই....😥😥😥

ঔম শান্তি🙏

বৰ্তমানৰ গৰৈমাৰীৰ চক্ৰ বিষয়া ২০১৯ বৰ্ষৰ ACS নূপুৰ বৰাৰ বাসগৃহত টকাৰ উজান উঠিছে৷ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৰাজপত্ৰিত বিষয়...
15/09/2025

বৰ্তমানৰ গৰৈমাৰীৰ চক্ৰ বিষয়া ২০১৯ বৰ্ষৰ ACS নূপুৰ বৰাৰ বাসগৃহত টকাৰ উজান উঠিছে৷ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৰাজপত্ৰিত বিষয়াগৰাকীৰ বাসগৃহত চলোৱা অভিযানত বহু পৰিমাণৰ টকা জব্দ কৰিছে ৷ কাৰ্বি আংলঙৰ সহকাৰী জিলা আয়ুক্ত হৈ থাকোতে আৰু বৰপেটাত চক্ৰ বিষয়া হৈ থকাৰ সময়তো মাটি দালালেৰে মিলি ধন ঘটাৰো অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে৷

14/09/2025

#টীয়ক ক্লথ বেংক ৰ আজি জন্মাষ্টমীৰ পবিত্ৰ দিনটোত ঢেকীয়াখোৱা বৰনামঘৰত তৃষ্ণা নিবাৰণ কাৰ্যসূচী।



মৰিয়নি সমষ্টিৰ বলমা জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থী সুৰজিৎ শইকীয়া আৰু গাখীৰখোৱা গাওঁ পঞ্চায়তৰ এজিপি দলৰ প্ৰাৰ্থী আঞ্চ...
12/05/2025

মৰিয়নি সমষ্টিৰ বলমা জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থী সুৰজিৎ শইকীয়া আৰু গাখীৰখোৱা গাওঁ পঞ্চায়তৰ এজিপি দলৰ প্ৰাৰ্থী আঞ্চলিক পঞ্চায়তৰ সদস্য দীপম চুতীয়া জয়ী। দুয়োজনলৈ ৰ'দালী অসমৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ।
Surajit Saikia Dipom Chutia

মৰিয়নি সমষ্টিৰ ১৩ নং বামুণপুখুৰী জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থী সিমান্ত গগৈ বৰুৱা জয়ী। তেখেতলৈ ৰ'দালী অসমৰ তৰফৰ পৰা আ...
12/05/2025

মৰিয়নি সমষ্টিৰ ১৩ নং বামুণপুখুৰী জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থী সিমান্ত গগৈ বৰুৱা জয়ী। তেখেতলৈ ৰ'দালী অসমৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ।
Simanta Boruah

Address

Teok Boloma Nakachari Road
Teok
785112

Alerts

Be the first to know and let us send you an email when Rodali Assam ৰ'দালী অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Rodali Assam ৰ'দালী অসম:

Share