Teok Press Club

Teok Press Club Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Teok Press Club, Media/News Company, Jorhat, Teok.

Teok FRUযোৰহাট জিলা দিৱস উপলক্ষে, যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত।।ৰক্ত দান শিবিৰ।।১ জুলাই ২০২৫।।
01/07/2025

Teok FRU
যোৰহাট জিলা দিৱস উপলক্ষে,
যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত।।
ৰক্ত দান শিবিৰ।।
১ জুলাই ২০২৫।।

সকলোৰে সহায় সহযোগ কামনা কৰিলোঁ।
29/06/2025

সকলোৰে সহায় সহযোগ কামনা কৰিলোঁ।

05/06/2025
সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ।।
03/06/2025

সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ।।

02/06/2025

গ্ৰন্থপ্ৰেমী আৰু পঢ়ুৱৈ সমাজৰ বাবে ভাল খৱৰ📚📚।। টীয়ক জাতীয় বিদ্যালয়ৰ অস্থায়ী প্ৰেক্ষাগৃহত টীয়কৰ বয়োজ্যেষ...

টীয়কত টীয়ক প্ৰেছ ক্লাৱৰ উদ্যোগত অহা ১৪ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰ ২০২৫ লৈ অনুষ্ঠিত হব  দ্বিতীয় টীয়ক  গ্ৰন্থ মেলা । টীয়ক...
02/06/2025

টীয়কত টীয়ক প্ৰেছ ক্লাৱৰ উদ্যোগত অহা ১৪ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰ ২০২৫ লৈ অনুষ্ঠিত হব দ্বিতীয় টীয়ক গ্ৰন্থ মেলা । টীয়কৰ বিদ্বান সমাজৰ লগতে টীয়কৰ সমাজ জীৱনৰে সংপৃক্ত হৈ থকা আটাইবোৰ দল সংগঠন,জাতীয় সংগঠনৰ প্ৰত্যক্ষ সহযোগত অনুষ্ঠিত হব লগা গ্ৰন্থ মেলা উদযাপন সন্দৰ্ভত আজি আয়োজিত ৰাজহুৱা সভাৰ
কেইটামান ভাল লগা মুহূৰ্ত ।

দ্বিতীয় টীয়ক গ্ৰন্থ মেলা উদযাপন সমিতিৰ একাংশ। আজি টীয়ক জাতীয় বিদ্যালয়ত অনুষ্ঠিত ৰাজহুৱা সভাত এখন শক্তিশালী সমিতি গঠ...
01/06/2025

দ্বিতীয় টীয়ক গ্ৰন্থ মেলা উদযাপন সমিতিৰ একাংশ। আজি টীয়ক জাতীয় বিদ্যালয়ত অনুষ্ঠিত ৰাজহুৱা সভাত এখন শক্তিশালী সমিতি গঠন কৰা হয়।

সকলোকে নিমন্ত্ৰণ জনালোঁ 🙏🙏🙏🙏🙏টীয়ক জাতীয় বিদ্যালয়ৰ দিনৰ ২ বজা।
01/06/2025

সকলোকে নিমন্ত্ৰণ জনালোঁ 🙏🙏🙏🙏🙏
টীয়ক জাতীয় বিদ্যালয়ৰ
দিনৰ ২ বজা।

গুৰুত্বপূৰ্ণ সভা।।বিশেষ অসুবিধাৰ বাবে কেইবাজনো অনুপস্থিত।দুলাল হাজৰিকা আৰু মেদিনীকমল বৰা উপস্থিত আছিল।ফটো= সভাপতি বিজু ত...
29/05/2025

গুৰুত্বপূৰ্ণ সভা।।
বিশেষ অসুবিধাৰ বাবে কেইবাজনো অনুপস্থিত।
দুলাল হাজৰিকা আৰু মেদিনীকমল বৰা উপস্থিত আছিল।
ফটো= সভাপতি বিজু তনোৱাল।

টীয়ক প্ৰেছ ক্লাৱৰ উপ সভাপতি ৰূপকজ্যোতি বৰাৰ মাতৃৰ আজি পুৱা ১১-৩০ বজাত বাৰ্ধক্যজনিত কাৰণত স্বৰ্গগামী হয়। মৃত্যুৰ সময়ত আ...
09/04/2025

টীয়ক প্ৰেছ ক্লাৱৰ উপ সভাপতি ৰূপকজ্যোতি বৰাৰ মাতৃৰ আজি পুৱা ১১-৩০ বজাত বাৰ্ধক্যজনিত কাৰণত স্বৰ্গগামী হয়। মৃত্যুৰ সময়ত আই গৰাকীৰ বয়স প্ৰায় ১১০ বছৰ হৈছিল। আইৰ আত্মাৰ সদগতি কামনা কৰিলো।।🙏🏻🙏🏻🙏🏻🙏🏻

টীয়ক প্ৰেছ ক্লাৱৰ এক প্ৰয়াস...কেৰিয়াৰ কাউন্সেলিং । ইচ্ছুক ছাত্ৰ ছাত্ৰী সকলে পুৱা ৯ বজাত পঞ্জীয়ন কৰিব লাগিব। স্থান:জ্ঞানপ...
04/04/2025

টীয়ক প্ৰেছ ক্লাৱৰ এক প্ৰয়াস...
কেৰিয়াৰ কাউন্সেলিং ।

ইচ্ছুক ছাত্ৰ ছাত্ৰী সকলে পুৱা ৯ বজাত পঞ্জীয়ন কৰিব লাগিব।
স্থান:জ্ঞানপীঠ একাডেমী, টীয়ক

Address

Jorhat
Teok

Website

Alerts

Be the first to know and let us send you an email when Teok Press Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Teok Press Club:

Share