23/04/2020
প্ৰতিযোগি নং-৪৬
নাম- Mayonk Pranjal Das
ঠিকনা- Teok, jorhat
ব'হাগ মাথোঁ এটি ঋতু নহয়
ন'হয় ব'হাগ মাথোঁ এটি মাহ।
জাতীয় জীৱনৰ আয়ুস ৰেখা
গণ জীৱনৰ ই সাহ।।
সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।। পোনপ্ৰথমবাৰৰ বাবে ৰূপহী অসম ফেচবুক পেজৰ উদ্যোগত অনলাইন ফটো প্ৰতিযোগিতা খনি এই তলাবন্ধ ৰ সময়ত ঘৰতে থাকি অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে।।
ইচ্ছুক প্ৰতিযোগীয়ে নাম ,ঠিকনাৰ সৈতে ফটোবোৰ আমালৈ প্ৰেৰণ কৰিব পাৰিব।
গতিকে সকলোৱে এই প্ৰতিযোগিতা খনিত অংশগ্ৰহণ কৰিব বুলি আশা কৰিলো.
প্ৰতিযোগিতাৰ নিয়মাৱলী সমূহ=
১/ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে আপোনাৰ এখনি উন্নত মানদণ্ডৰ থলুৱা সাজপাৰ পৰিধান কৰা এখন ফটো (যুৱক সকলে ইচ্ছা কৰিলে পেন্ত,চোলা পিন্ধা এখন ফটো) আমালৈ প্ৰেৰণ কৰক লগতে আপোনালোকৰ নাম, ঠিকনা লিখি পঠাব।
২/ মূল পোষ্ট টোৰ কমেন্ট আৰু চেয়াৰৰ ওপৰত ফটোখন বাচনি কৰা হব..
১টা লাইক=২ নম্বৰ
১টা কমেন্ট=৩ নম্বৰ
১টা চেয়াৰ=৫নম্বৰ
৩/ফটোসমূহ পেজত উপলব্ধ হ'ব। চেলফি আৰু অত্যাধিক ইডিট ফটো গ্ৰহণ যোগ্য নহ'ব।।
৪/প্ৰতিযোগীসকলে ৰূপহী অসম পেজখন লাইক বা follow কৰাটো বাধ্যতামূলক
৫/ফটোসমূহ গ্ৰহণ কৰা অন্তিম তাৰিখ ৩০ এপ্ৰিল
৬/এই প্ৰতিযোগিতাত যুৱক,যুৱতী,শিশু সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব..
ফলাফল সমূহ মে মাহৰ ৩ তাৰিখে ঘোষণা কৰা হ'ব।
ইচ্ছুক প্ৰতিযোগীয়ে ফটোসমূহ আমালৈ প্ৰেৰণ কৰিব পাৰে..
হোৱাতচেপ নম্বৰ=9365915426,
8472806717
৭/এজনে মাত্র এবাৰহে শ্বেয়াৰ,কমেন্ত আৰু লাইক কৰিব পাৰিব।
ফটোসমূহৰ লগত যাতে নাম আৰু ঠিকনাসমূহ আমালৈ প্ৰেৰণ কৰিবলৈ নাপাহৰিব..
উপহাৰ : 🎁
প্ৰথম ২ জন(এজন পুৰুষ আৰু এগৰাকী মহিলা) বিজয়ী প্ৰতিযোগীক আকষনীয় উপহাৰ।
দ্বিতীয়তে :- ২গৰাকীক (এজন পুৰুষ আৰু এগৰাকী মহিলা) Outdoor photoshoot ।
তৃতীয় গৰাকীৰ ফটো আমাৰ পেজৰ কভাৰত এক মাহৰ বাবে লগোৱা হ'ব।
# আপোনাৰ নম্বৰ পেজৰ প্ৰশাসকৰ হাতত থাকিব।।
সকলোৱে অংশগ্ৰহণ কৰক ।
#ঘৰত থাকক সুস্হ থাকক ।।