Rimjim dutta

Directions

Rimjim dutta মোৰ সৰু পেজ তোলৈ সকলোকে স্বাগতম জনাইছো 🙏🙏

মোৰ অকণমানি পৃথিৱী 🌍🧿🥰
03/09/2026

মোৰ অকণমানি পৃথিৱী 🌍🧿🥰


 #সুপ্ৰভাত সকলোৰে দিনটো ভাল হওঁক।।।❣️🧿💫   ゚
25/08/2026

#সুপ্ৰভাত সকলোৰে দিনটো ভাল হওঁক।।।❣️🧿💫

゚

 #যোৱা কালি (22/08/2026) তাৰিখ শনিবাৰ।।।
23/08/2026

#যোৱা কালি (22/08/2026) তাৰিখ শনিবাৰ।।।

🌍_____🧿 #মই যে মাক হৈয়ে ভাগৰিলো ও আকৌ শাহু মা হবলৈ বাকি আছেই???? #বোৱাৰীক কম "ৰাতিপুৱা দেৰিকৈ শুই থাকিবা মোকো তুমি নজগাব...
21/08/2026

🌍_____🧿
#মই যে মাক হৈয়ে ভাগৰিলো ও আকৌ শাহু মা হবলৈ বাকি আছেই????

#বোৱাৰীক কম "ৰাতিপুৱা দেৰিকৈ শুই থাকিবা মোকো তুমি নজগাবা । মই ও তোমাক নজগাও।। গোটেই দিনটো কামেই কৰি থাকিব লাগিব ৰাতিপুৱাই উঠি কৰিবলৈ দৰকাৰ নাই ।।"

#সদায় ভাত খাই থাকিবলৈ দৰকাৰ নাই কেতিয়াবা ওলাই গৈ কিবা এসোপা লৈ আহিবা দগৰি খাম।।।
#হেই বোৱাৰী কি কৰিছাঁ সদায় সদায় ৰাতিপুৱা তুমিয়ে সোনকালে উঠি ঘৰ চোতাল সাৰিব নালাগে নহয় আইজনি মই ও সাৰিম ও দেহা""

#ইছ ইছ বোৱাৰী এইবোৰ কি পিন্ধিছা হয়!!!! কিবা টি চাৰ্ত এটা পিন্ধিব পৰা নাই নেকি??? কোনে গৰমত চাদৰ মেখেলা পিন্ধি ঘূৰে???

#"মোৰ বোৱাৰী হৈ টিপ টপ মানুহক জ্বলাই ছাই কৰি দিয়া ড্ৰেছ পিন্ধিবা ।।।Myntra ত link এটা দিয়া আছে চাই লোৱা বৰ ধুনীয়া one peace এটা দেখিছোঁ।।।

#অকল "ভাত খাই থাকিলে নহব ঘৰত মাজে মাজে ৰিলচ,, ফটো অলপ তামাম চালিয়াকৈ বনাই দিব লাগিব"

#ভুল বোৰ শুদ্ধ বুলি নাভাবি সময়ত সঠিক উত্তৰ দি দিবা তুমি নোৱাৰিলে মাৰ নামত এৰি দিবা।।।
Copied by ___ ...
#তেওঁৰ লিখনি খিনি ভাল লগা বাবে share কৰি থলো।।


゚

16/08/2026

সুপ্ৰভাত 🌅
সকলোকে

 #শুভ ৰাত্ৰি সকলোকে.......  #আজি এটা কথা শুনিলো আমাৰ গাঁৱৰ বোৱাৰী কেইজনী বোলে বহুত ষ্টেণ্ডাৰ্ড দ' গাঁৱৰ ছোৱালী বামত বিয়...
15/08/2026

#শুভ ৰাত্ৰি সকলোকে.......
#আজি এটা কথা শুনিলো আমাৰ গাঁৱৰ বোৱাৰী কেইজনী বোলে বহুত ষ্টেণ্ডাৰ্ড দ' গাঁৱৰ ছোৱালী বামত বিয়া হৈ আহি এতিয়া মাটি ৰুব কৰিব নোৱাৰা হল বোলে অ????

14/08/2026

৮০ তম স্বাধীনতা দিৱস ৰ সকলোকে শুভেশ্যা ও শুভকামনা জনালোঁ
ভাৰত মাতা কি জয় 🫡❣️

14/08/2026

ইমানেই গৰম হৈছে মানে কি কম আৰু ভাত কেইটা বনাই ফেনৰ তলত আমন জিমন কৈ বহি মোবাইল টোকে অলপ চাই লৈছোঁ 🌝 #গৰম
11/08/2026

ইমানেই গৰম হৈছে মানে কি কম আৰু ভাত কেইটা বনাই ফেনৰ তলত আমন জিমন কৈ বহি মোবাইল টোকে অলপ চাই লৈছোঁ 🌝

#গৰম

10/08/2026

#শিশুৰ মাক সকলক সুধিছো তোমালোকৰ লৰা ছোৱালী য়ে কেই মাহত খোজ কাঢ়িছিল আমাৰ দেহাৰ এতিয়া ১৪মাহ complete হৈছে যত তত ধৰি খোজ কাঢ়িছে নধৰা কেও দুই এখোজ যায় কিন্তু সম্পূৰ্ণ কেতিয়াকৈ যাব পাৰিব কব চোন।।।

Address

Teok

Website

Alerts

Be the first to know and let us send you an email when Rimjim dutta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share