Tezpur Barta

Tezpur Barta Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Tezpur Barta, Media/News Company, Tezpur.

11/06/2025

মৌচুমী আত্মসহায়ক গোটত ভয়ংকৰ কাণ্ড
গোটৰ সদস্যাৰ অজ্ঞাতে সভানেত্ৰী সম্পাদিকাই লোন লৈ ধন আত্মসাৎ কৰাৰ অভিযোগ

13/05/2025

তেজপুৰ ভোমোৰাগুৰী জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থীৰ বিস্ফোৰক মন্তব্য।

13/05/2025

তেজপুৰ ভোমোৰাগুৰী জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী আমিনুল ইছলামৰ বিস্ফোৰক মন্তব্য।

▶️ গুৱাহাটীৰ মছজিদত ঈদৰ নামাজ আদায় কৰিলে গৌৰৱ গগৈয়ে।
31/03/2025

▶️ গুৱাহাটীৰ মছজিদত ঈদৰ নামাজ আদায় কৰিলে গৌৰৱ গগৈয়ে।

15/03/2025

হাতত চুকা দা লৈ দিন দুপৰতে গুণ্ডাগিৰী।
ঘটনাক কেন্দ্ৰ কৰি ছৌ দিশে চাঞ্চল্য

Tezpur Barta Sonitpur Police Assam Police

15/03/2025

এখনো গামোচা ডিঙিত নললে

13/03/2025

⏩আপোনাৰ লৰা ছোৱালীক USTM ত পঢ়াওক।
⏩আপোনাৰ লৰা ছোৱালীক শিক্ষিত কৰক।
⏩সাংবাদিকৰ প্ৰশ্নৰ এটাই উত্তৰ USTM ৰ আচাৰ্য মাহবুবুল হকৰ
Tezpur Barta

13/03/2025

তেজপুৰ সদৰ আৰক্ষী থানাৰ পৰা আদালতত উপস্থিত USTMৰ আচাৰ্য মহবুবুল হক

13/03/2025

তেজপুৰ সদৰ আৰক্ষী থানাৰ পৰা আদালতত উপস্থিত USTMৰ আচাৰ্য মহবুবুল হক

12/03/2025

তেজপুৰত IGGL ৰ বৃহৎ দূৰ্নীতি।
গেছৰ পাইপ লাইন নিয়াৰ নামত দখল হাজাৰ হাজাৰ বিঘা ভূমি।

Tezpur Barta

11/03/2025

Attantion তেজপুৰ বন-বিভাগ।
জংঘলৰ মাজত লোকাই ৰাখিছে মূল্যবান চুৰাং কাঠ।

'২০৪৭ত কেনেকৈ আকৌ আমি নিৰ্বাচন জিকিম তাৰে কল্পনা কৰিছো'২০২৬লৈ চিন্তা কৰাৰ প্ৰয়োজনেই নাইঃ মুখ্যমন্ত্ৰী
11/03/2025

'২০৪৭ত কেনেকৈ আকৌ আমি নিৰ্বাচন জিকিম তাৰে কল্পনা কৰিছো'
২০২৬লৈ চিন্তা কৰাৰ প্ৰয়োজনেই নাইঃ মুখ্যমন্ত্ৰী

Address

Tezpur
784027

Website

Alerts

Be the first to know and let us send you an email when Tezpur Barta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share