13/08/2026
হাতী–মানুহৰ সংঘাত ৰোধৰ লক্ষ্যৰে সজাগতা সভা আৰু বৃক্ষৰোপণ কাৰ্যসূচী !
আদাবাৰী চাহ বাগিচা আদৰ্শ বিদ্যালয়ত বন্যপ্ৰাণী–মানুহৰ সংঘাত ৰোধ আৰু বন সংৰক্ষণৰ লক্ষ্যৰে সজাগতা সভা আৰু বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়।
ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজৰ মাজত হাতী–মানুহৰ সংঘাত সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ লগতে শান্তিপূৰ্ণ সহাৱস্থানৰ বাৰ্তা প্ৰদান কৰা হয়।
#হাতীমানুহৰসংঘাত #বন্যপ্ৰাণীসংৰক্ষণ #বনসংৰক্ষণ #সজাগতাসভা #বৃক্ষৰোপণ #আদাবাৰীচাহবাগিচা #আদাবাৰীআদৰ্শবিদ্যালয় #বন্যহস্তী #প্ৰকৃতিসুৰক্ষা #সেউজঅসম #বন্যপ্ৰাণীসুৰক্ষা #মানুহআৰুহাতী #জীৱবৈচিত্ৰ্য