AnkurBaruah

AnkurBaruah Besicaly Travel,,,, music,,,& food

 #আমি যিসকল বন্ধু-বান্ধৱী ১৯৯০ ৰ পৰা ২০০০ চনৰ মাজৰ সময়চোৱাত জন্ম হৈছিলো, আমাৰ ওপৰত এক বিশেষ আৰ্শীবাদ আছে ।আমি আধুনিকো নহ...
04/12/2023

#আমি যিসকল বন্ধু-বান্ধৱী ১৯৯০ ৰ পৰা ২০০০ চনৰ মাজৰ সময়চোৱাত জন্ম হৈছিলো,
আমাৰ ওপৰত এক বিশেষ আৰ্শীবাদ আছে ।
আমি আধুনিকো নহয়, প্ৰাচীনো নহয় আৰু এনেকুৱাও নহয় যে, আমাৰ আধুনিকতাৰ জ্ঞান নাই !
কিন্তু এতিয়াৰ দৰে দিন অতিবাহিত কৰা নাছিলো....

#আমি গাধৰ দৰে কিতাপৰ বোজা লৈ কোনো দিন স্কুল যাব লগীয়া হোৱা নাছিল ।

#আমাৰ অভিভাৱকে আমাৰ পঢ়া শুনাৰ কাৰণে
নিজৰ Programs অগা-পিছা কৰা নাছিল !

#স্কুল চুটী হোৱাৰ পিছত আমি বহুত খেল-ধেমালি কৰিছিলো প্ৰকৃত বন্ধুৰ লগত ।

#যেতিয়াই পিয়াহ লাগিছিল, দমকলৰ পানী খাবলৈ দৌৰি গৈছিলো, ৪/৫ জনক লগত লৈ । Mineral Water Bottle কি, তেতিয়া জনা নাছিলোঁ । একেটা গিলাছতে গোটেই বোৰে পানী খাইছিলো, যদিও বেমাৰত পৰা নাছিলোঁ ।

#মিঠাই, টেঙা, জ্বলা, কেহা, তিতা একেলগে খাইও আমাৰ মৃত্যু নহ'ল, অসুখ হোৱাৰ অনুভৱ কৰিবই জনা নাছিলোঁ ।

#খালী ভৰিৰে ঘুৰি ফুৰিও আমাৰ ভৰিত একো হোৱা
নাছিল । ভাল চেন্দেল পিন্ধিছিলো মাত্ৰ দুৰৈত ফুৰিব গ'লে, বাকী সন্ধিয়া ভৰি ধুবলৈ ব্যৱহাৰ কৰিছিলো হাওৱাই চেন্দেল ।

#আমি Healthy হৈ থাকিবৰ বাবে কোনো ধৰণৰ Supplements প্ৰয়োজন নাছিল ।

#আমাৰ খেলা সামগ্ৰীবোৰ প্ৰায় নিজে বনোৱা আছিল । দূৰ্গা পূজাত লোৱা এটা পুতলাই সকলোৱে খেলিছিলো ।

#আমি সদায় পিতৃ-মাতৃৰ লগত বা আইতা-ককাৰ লগতে বেছিভাগ সময় কটাইছিলো । কাৰোবাৰ ঘৰত নাম, সকাম থাকিলে ভাল পাইছিলো, কাৰণ আইতাৰ লগত যাব পাম ।

#কাপোৰ কিনিলে ৪/৫ জন সহোদৰৰ একে Design ৰ হ'লে ভাল পাইছিলোঁ আৰু একতা অনুভৱ কৰিছিলো ।

#আমাৰ মাজত Mobile, DVD's,
PlayStation, Xboxes, KTM, Pulsar, KP, RajaniGandha, PC, Internet, ৱাটছএপ Chatting নাছিল, মাত্ৰ আছিল সচাঁ বন্ধু আৰু এটা পুৰণিকলীয়া ৰেডিঅ' ।

#বন্ধুৰ ঘৰলৈ যাবলৈ মন গ'লেই হ'ল, গৈ ভাত পানী খাই আহিব পাৰিছিলো । কোনোধৰণৰ Call কৰি Appointment লোৱাৰ প্ৰয়োজন নাছিল ।

#নাজানো আমি কিমান সু-চিন্তাধাৰাৰ ব্যক্তি হওঁ কিন্তু নিজৰ অভিভাৱকৰ কথা আজিও মানি চলিছো, লগতে আমিয়েই প্ৰথম প্ৰজন্ম, তুমি/তোমাৰ ফেশ্বনক বাদ দি আজিও ডাঙৰক আপুনি সম্বোধনেৰে সন্মান কৰি আহিছো ।

are not special,
but...
We are
LIMITED EDITION
and we are enjoying the Generation Gap 💞

© সংগ্ৰহ

🔴 ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ।

Cp-সুৰুজ

03/12/2023

বালিশিহা ৮২তম ৰাস মহোৎসৱৰ কিছু মূহুৰ্ত

❤️🤍
03/07/2023

❤️🤍

গাঁৱৰ ভাগবত পাঠ ও বাখ্যাৰ প্ৰথম দিনৰ শোভাযাত্ৰাৰ কিছু দৃশ্য       ০১/০৫/২০২৩
02/05/2023

গাঁৱৰ ভাগবত পাঠ ও বাখ্যাৰ প্ৰথম দিনৰ শোভাযাত্ৰাৰ কিছু দৃশ্য
০১/০৫/২০২৩

02/05/2023

গাঁৱৰ ভাগবত পাঠ ও বাখ্যাৰ প্ৰথম দিনৰ কাৰ্যসূচী ৰ কিছু দৃশ্য
০১/০৫/২০২৩

02/05/2023

জুনিয়ৰ জুবিন 🎤🎹🎸

Address

Tezpur
784001

Telephone

+916901954698

Website

Alerts

Be the first to know and let us send you an email when AnkurBaruah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AnkurBaruah:

Videos

Share