Chariduar Yuva Morcha, BJP Sootea Constituency

  • Home
  • Chariduar Yuva Morcha, BJP Sootea Constituency

Chariduar Yuva Morcha, BJP Sootea Constituency This page is created for Chariduar Yuva Morcha BJP to update the activity of Morcha and the Mandator

আজি ইং 04/10/2024 তাৰিখে নদুৱাৰ সমষ্টিৰ কুসুমটোলাত জলসম্পদ বিভাগ,সংসদীয় বিষয় ইত্যাদিৰ মন্ত্রী,অসম চৰকাৰৰ কেবিনেট মন্ত্...
04/10/2024

আজি ইং 04/10/2024 তাৰিখে নদুৱাৰ সমষ্টিৰ কুসুমটোলাত জলসম্পদ বিভাগ,সংসদীয় বিষয় ইত্যাদিৰ মন্ত্রী,অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰী পিযুষ হাজৰিকা ডাঙৰীয়াই নদুৱাৰ সমজিলাৰ শুভ-উদ্বোধন কৰাৰ লগতে সমজিলাৰ সৈতে সংগতি ৰাখি সমজিলা আয়ুক্তৰ কাৰ্যালয়টিৰো শুভ-উদ্বোধন কৰে। এই অনুষ্ঠানত নদুৱাৰ সমষ্টিৰ সন্মানীয়বিধায়ক শ্ৰী যুত পদ্ম হাজৰিকাদেৱ,কমলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীদিগন্ত কলিতা ডাঙৰীয়া, শোণিতপুৰৰ জিলা আয়ুক্ত শ্ৰী অংকুৰ ভৰালী ডাঙৰীয়া, আৰক্ষী অধীক্ষক শ্ৰীবৰুণ পুৰকায়স্থ ডাঙৰীয়া, নদুৱাৰ সমজিলাৰ প্ৰথমগৰাকী সমজিলা আয়ুক্ত শ্ৰীৰাজ বৰুৱা ডাঙৰীয়াকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Biswa Sharma
Hazarika
Hazarika

আজি কিছু দিন ধৰি 78 তম 15 আগষ্ট স্বাধীনতা দিৱসৰ উপলক্ষে চাৰিদুৱাৰ মণ্ডল যুৱ মৰ্চাৰ নেতৃত্বত চলি থকা ফুটবল খেল প্ৰতিযোগিত...
14/08/2024

আজি কিছু দিন ধৰি 78 তম 15 আগষ্ট স্বাধীনতা দিৱসৰ উপলক্ষে চাৰিদুৱাৰ মণ্ডল যুৱ মৰ্চাৰ নেতৃত্বত চলি থকা ফুটবল খেল প্ৰতিযোগিতাখনৰ অহা কালি ১৫ আগষ্ট স্বাধীনতা দিৱসৰ দিনা চূড়ান্ত খেলখন অনুষ্ঠিত হব ছানজাৰাং একাদশ বনাম জে:বি একাদশ (মৰিগাঁও) ৰ মাজত ,গতিকে এই সুন্দৰ ফুটবল খেলখন উপভোগ কৰিবলৈ আপোনালোকৰ উপস্থিতি আমি একান্তভাবে কামনা কৰিলোঁ ধন্যবাদ।

আজিৰে পৰা আৰম্ভ হয় চাৰিদুৱাৰ মন্ডল য়ুৱ মৰ্চাৰ নেতৃত্বত 77তম স্বাধীনতা দিৱস উপলক্ষে স্বৰ্গীয় মঞ্জয় পায়েং ডাঙৰীয়াৰ স...
28/07/2024

আজিৰে পৰা আৰম্ভ হয় চাৰিদুৱাৰ মন্ডল য়ুৱ মৰ্চাৰ নেতৃত্বত 77তম স্বাধীনতা দিৱস উপলক্ষে স্বৰ্গীয় মঞ্জয় পায়েং ডাঙৰীয়াৰ সোঁৱৰণী ফুটবল খেল প্ৰতিযোগীতা ।

অসম চৰকাৰৰ কেবিনেট পদমৰ্য্যদাপ্ৰাপ্ত ও গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ অধ্যক্ষ, নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্রীযুত পদ...
18/07/2024

অসম চৰকাৰৰ কেবিনেট পদমৰ্য্যদাপ্ৰাপ্ত ও গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ অধ্যক্ষ, নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্রীযুত পদ্ম হাজৰিকাদেৱৰ জন্মদিনৰ উপলক্ষে তেখেতক চাৰিদুৱাৰ মণ্ডল যুৱ মৰ্চাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে তেখেকৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। Wish A Very Happy birthday To U Sir🎂🎁🎉👑💐💐

20/04/2024

আজি ঘোষিত হোৱা ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ সমূহ পৰীক্ষাৰ্থীলৈ চাৰিদুৱাৰ মণ্ডল যুৱ মৰ্চাই আন্তৰিক অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যৎ শৈক্ষিক জীৱনৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

লগতে এইবাৰৰ প্ৰচেষ্টাত অসফল হৈ ৰোৱাসকললৈও অধিক প্ৰস্তুতিৰে নিজকে সাজু কৰি আগুৱাই যাবলৈ আন্তৰিক আহ্বান জনালোঁ। 🙏🙏🙏🙏

আজি ০৮/০৪/২০২৪ তাৰিখে চাৰিদুৱাৰ মণ্ডলৰ অন্তৰ্গত ভালুকমাৰী পঞ্চায়ত  ৬ আৰু ৭ নং বুথত (চতাই) আগন্তুক লোকসভা নিৰ্বাচনৰ সন্দৰ...
08/04/2024

আজি ০৮/০৪/২০২৪ তাৰিখে চাৰিদুৱাৰ মণ্ডলৰ অন্তৰ্গত ভালুকমাৰী পঞ্চায়ত ৬ আৰু ৭ নং বুথত (চতাই) আগন্তুক লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত ঘৰে ঘৰে গৈ ৰাইজৰ লগত মত বিনিময় আৰু ৰাইজৰ অভাৱ অভিযোগৰ বুজ লোৱা হয় লগতে প্ৰত্যেক ঘৰতে একোখন কৈ দলীয় পতাকা লগোৱা হয়৷
উক্ত কাৰ্য্যসূচীত বিশেষকৈ উপস্থিত থাকে অসম ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী সন্মানীয়া শ্ৰীমতী *স্বপ্না বনিয়া ডাঙৰীয়ানী, সম্পাদিকা সন্মানীয়া শ্ৰীমতী *মধুস্মিতা ডেকা হাজৰীকা ডাঙৰীয়ানী, শোণিতপুৰ জিলা মহিলা মৰ্চাৰ সভানেত্রী সন্মানীয়া শ্ৰীমতী গিতুমনী বৰা ডাঙৰীয়ানী আৰু জিলা স্তৰৰ জ্যেষ্ঠ কাৰ্য্যকৰ্তাসকল লগতে চাৰিদুৱাৰ মণ্ডলৰ বিভিন্ন স্তৰৰ দলীয় কৰ্মকৰ্তাসকল ৷
Modi
Biswa Sarma
Hazarika
Assam Pradesh
Hazarika
Dutta
Sonitpur
Naduar
Chariduar Mandal
BJP Zindabad
Bharat Mata Ki Jai

আজি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পার্টি ৰ ৪৪ সংখ্যাক প্ৰতিষ্ঠা দিৱসত চাৰিদুৱাৰ মণ্ডল যুৱ মৰ্চাৰ তৰফৰ পৰা প্ৰ...
06/04/2024

আজি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পার্টি ৰ ৪৪ সংখ্যাক প্ৰতিষ্ঠা দিৱসত চাৰিদুৱাৰ মণ্ডল যুৱ মৰ্চাৰ তৰফৰ পৰা প্ৰতিজন কাৰ্যকৰ্তা তথা শুভাকাংক্ষীলৈ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ধন্যবাদ

03/04/2024

৬৯ নং নদুৱাৰ বিধানসভা সমষ্টিৰ চাৰিদুৱাৰ মণ্ডলত আৰ্শীবাদ যাত্রা কৰি ঘৰে ঘৰে গৈ আৰ্শীবাদ লোৱা হয় লগতে BJP ৰ একোখনকৈ পতাকা লগোৱা হয়।

কংগ্ৰেছৰ শিৱিৰত পুনৰ মোক্ষম আঘাত.👇সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষনত আজি ইং 07/03/2024 তাৰিখে নদুৱাৰ সমষ্টিৰ অন্তৰ্গত পাচ...
07/03/2024

কংগ্ৰেছৰ শিৱিৰত পুনৰ মোক্ষম আঘাত.👇
সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষনত আজি ইং 07/03/2024 তাৰিখে নদুৱাৰ সমষ্টিৰ অন্তৰ্গত পাচঁমাইল আৰু চাৰিদুৱাৰ অঞ্চলত ১০০ ৰো অধিক পৰিয়ালৰ লোকে কংগ্ৰেছ দল ত‍্যাগ কৰি BJP4India
ৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আমাৰ দলত যোগদান কৰে।


Padma Hazarika

Padma Hazarika Fan Club

আজি ইংৰাজী 3/3/2024 তাৰিখে চাৰিদুৱাৰ মৌজাৰ অন্তৰ্গত কোচ-ৰাজবংশী,আহোম আৰু গোর্খা সন্মিলিত মঞ্চত উদ্যোগত অসম চৰকাৰ, নদুৱাৰ...
03/03/2024

আজি ইংৰাজী 3/3/2024 তাৰিখে চাৰিদুৱাৰ মৌজাৰ অন্তৰ্গত কোচ-ৰাজবংশী,আহোম আৰু গোর্খা সন্মিলিত মঞ্চত উদ্যোগত অসম চৰকাৰ, নদুৱাৰ সমষ্টিৰ বিধায়ক তথা গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ শ্রী যুত পদ্ম হাজৰিকা মহোদয়লৈ,কৃতজ্ঞতা ও সম্বৰ্ধনা অনুষ্ঠান।

আজি চাৰিদুৱাৰ মণ্ডল যুৱ মৰ্চাৰ  #দেৱাল লেখন কায্যসূচী হাতত লোৱা হয়। আকৌ এবাৰ মোদী চৰকাৰ।  BJP জিন্দাবাদ।
18/02/2024

আজি চাৰিদুৱাৰ মণ্ডল যুৱ মৰ্চাৰ #দেৱাল লেখন কায্যসূচী হাতত লোৱা হয়।

আকৌ এবাৰ মোদী চৰকাৰ।
BJP জিন্দাবাদ।

16/02/2024

২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সমূহ শিক্ষাৰ্থীলৈ চাৰিদুৱাৰ মণ্ডল যুৱ মৰ্চা তৰফৰ পৰা হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
Good Luck

Address


Telephone

+919678729781

Website

Alerts

Be the first to know and let us send you an email when Chariduar Yuva Morcha, BJP Sootea Constituency posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Chariduar Yuva Morcha, BJP Sootea Constituency:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share