Ax Azad vlogs

Ax Azad vlogs কঠিন কামত বেছি আনন্দ পোৱা যায়
সেইবাবে সফলতাৰ আনন্দ পোৱাৰ বাবে
মানুহে কঠিন কাম কৰা উচিত ।

11/07/2025
05/09/2024

দোলাৱৰীৰ পৰা অকণমান আগত তিনি মাইল চেন্টাৰত আকৌ এক ভয়ংক ৰূপত পথ দূৰ্ঘটনা হয় ৰাতি ৩ টা মান বজাত।
মালবাহী ট্ৰাকে এই খন Ac গাড়ীখনক মহতীয়াই আনিছে । গাড়ীখনৰ নম্বৰ AS_12CC_4905

12/08/2024

ভোজখোৱা চাপৰি চেন্টাৰত অভিযান চলাইছে।

12/07/2024

আজি ৰাতিপুৱা প্ৰায় ১০ মান বজাত
পৰুৱা বজাৰত মাজহাৰুল চুলতানৰ (ডঃ মৰল)
যি খন #মাহি আইচ ফেক্টৰী আছিলে তাতে ওচেত অভিযান চলাইছে ।

01/07/2024

ভোমোৰাগুৰী গাঁৱত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

01/07/2024

বানপানী আৰম্ভ হৈ গ'ল ।
এইয়া চাওক ভয়ংকৰ ৰূপত পানী সোমাই আছে ভোজ খোৱা গাঁৱত ।

15/06/2024

Amazing funny 🤣🤣🤣

29/05/2024

মুমিন আলীৰ‌ ওচৰত না যাবা 😊😊😊 ।

22/05/2024

আতৰি দিয়ক ডাঙৰীয়া আহিছে।

Address

Tezpur

Website

Alerts

Be the first to know and let us send you an email when Ax Azad vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Ax Azad vlogs:

Share