Luit Media 24

Luit Media 24 এই পৃথিৱীখন বহুত ধুনীয়া ৷ বলক আমি সকলোৱে মিলি ইয়াক ভূস্বৰ্গলৈ ৰূপান্তৰ কৰোঁ ৷

08/08/2026

ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কৃতি ছাত্ৰ - ছাত্ৰীক বিশেষ অভিনন্দন অনুষ্ঠান, চাৰি শতাধিক ছাত্ৰ - ছাত্ৰীক অভিনন্দন....

07/08/2026

*ঝাৰখণ্ডত চলি থকা ছাত্ৰ আন্দোলনত ৰাহুল গান্ধীৰ মুকলি সমৰ্থন! এই সন্দৰ্ভত ৰাহুল গান্ধীয়ে স্পষ্টভাৱে কৈছে— চৰকাৰ কংগ্ৰেছৰ হওক, বিজেপিৰ হওক বা অন্য যিকোনো দলৰ হওক, তেওঁলোকে যুৱক-যুৱতীৰ লগত আলোচনা কৰিবই লাগিব, তেওঁলোকৰ কথা শুনিব লাগিব আৰু শিক্ষা ব্যৱস্থাটো উন্নত কৰিব লাগিব!*!....

.

05/08/2026

*গৃহমন্ত্ৰী "অমিত শ্বাহ উত্তৰ দিয়ক"*
দেশৰ ৰাজনীতি উত্তাল!

ছাত্ৰ-ছাত্ৰীৰ ওপৰত হোৱা বৰ্বৰতা আৰু 'চড়াৱা চুৰি'ৰ বিৰুদ্ধে বিৰোধী সাংসদসকলৰ পদযাত্ৰা।

মোদী চৰকাৰে নিজৰ দায়িত্বৰ পৰা পলাব নোৱাৰে। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে সদনত আহি উত্তৰ দিয়াটো বাধ্যতামূলক! নতুন দিল্লী,..

05/08/2026

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ Viral Video, এজন সাধাৰণ পথচাৰীৰ লগত ৰাহুল গান্ধীৰ কথোপকথন...

ভাৰতবৰ্ষৰ ৰাজনীতিৰ চাণক্য খ্যাতি লাভ কৰা Prasant Kishore বিহাৰৰ উপ নিৰ্বাচনত জয়ী৷ অভিনন্দন PK. এইয়া CJP ৰ আন্দোলনৰ প্ৰভা...
04/08/2026

ভাৰতবৰ্ষৰ ৰাজনীতিৰ চাণক্য খ্যাতি লাভ কৰা Prasant Kishore বিহাৰৰ উপ নিৰ্বাচনত জয়ী৷ অভিনন্দন PK. এইয়া CJP ৰ আন্দোলনৰ প্ৰভাৱ নেকি?

28/07/2026

প্ৰয়াত প্ৰধান শিক্ষক দীপচন্দ্ৰ সৎনামীৰ স্মৃতিচাৰণ সভা৷“ স্মৃতি অৰ্ঘ্যৰ এটিকলি ” নামৰ স্মৃতি গ্ৰন্থৰ শুভ উন্মোচন....

.

27/07/2026

ঢেকিয়াজুলিত শোণিতপুৰ জিলা এবছুৰ উদ্যোগত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী পালন...
*দাবীসমূহ:*
1. *BTR ৰ সীমা সম্প্ৰসাৰণ কৰা*
2. *সংবিধানৰ ষষ্ঠ অনুসূচী সংশোধন কৰা - সংবিধান (125 সংশোধনী) বিধেয়ক, 2019 ৰ জৰিয়তে*
3. *BKWAC ত অতিৰিক্ত গাঁওসমূহক তৎক্ষণাত অন্তৰ্ভুক্ত কৰা আৰু পলম নকৰাকৈ নিৰ্বাচন অনুষ্ঠিত কৰা*৷
4. *কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বাস কৰা বড়োসকলক জনজাতি (পাহাৰীয়া) [ST(H)]ৰ মৰ্যাদা প্ৰদান কৰা*
5. *বড়ো মাধ্যমৰ শিক্ষাৰ সৈতে জড়িত সকলো সমস্যাৰ তৎক্ষণাত সমাধান কৰা, যাৰ ভিতৰত আছে পৰ্যাপ্ত শিক্ষক, পাঠ্যপুথি আৰু শিক্ষাগত আন্তঃগাঁথনিৰ ব্যৱস্থা*
6. *বনাঞ্চলত বসবাস কৰা লোকসকলৰ ন্যায়সংগত অধিকাৰ সুৰক্ষিত কৰিবলৈ বন অধিকাৰ আইন, 2006 (FRA) সম্পূৰ্ণ আৰু কাৰ্যকৰীভাৱে কাৰ্যকৰী কৰা*....

18/07/2026

শ্বহীদ নগৰী ঢেকিয়াজুলিত বড়ো সাহিত্য সভাৰ উদ্যোগত বড়ো নাগৰিক সভা!!
মন্ত্ৰী অশোক সিংহলৰ বুজনি বুজ নগল বড়ো সমাজ! শ্বহীদ ৰতন কছাৰীৰ পৰিবৰ্তে ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামত পথ নামাকৰণ নামানে বড়ো সমাজে! মন্ত্ৰী সিংহল আৰু পৌৰ সভাক সিদ্ধান্ত সলনি কৰিবলৈ আহ্বান বড়ো সাহিত্য সভাৰ!! অন্যথা কৰা হব বৃহৎ গণতান্ত্ৰিক আন্দোলন....

16/07/2026

ঢেকিয়াজুলিৰ ভোটপাৰাস্থিত শ্ৰীশ্ৰী জগনাথ মন্দিৰত প্ৰভুৰ ৰথ যাত্ৰা । দিনযোৰা কায্যসূচীৰে ৰথ যাত্ৰা ঊদযাপন । সন্ধিয়া ৬বজাত ভোট পাৰা মন্দিৰৰ পৰা ৰথ যাত্ৰা আৰম্ভ কৰে । আলিচিঙাত সামৰনি পৰে....

16/07/2026

বৰছলা সমষ্টিৰ বালিগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক আলী মামুদৰ আকস্মিক মৃ*ত্যু ! সমগ্ৰ অঞ্চলত শোকৰ ছাঁ....

Address

Thelamara, Sonitpur
Tezpur
784149

Website

Alerts

Be the first to know and let us send you an email when Luit Media 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share