MOVI

MOVI movi

27/12/2025
27/12/2025
27/12/2025
27/12/2025

আজি এ আৰ এ এ চি এ সংস্থাৰ ৩৫ জনীয়া দলটিক কন্যকাত সাক্ষাৎ কৰি সুখী অনুভৱ কৰিলোঁ। নতুন প্ৰযুক্তিগত কৃষি ব্যৱস্থা তথা কৃষিৰ যোগেদি স্বাৱলম্বিতা আদিৰ ক্ষেত্ৰত ক্ষেত্ৰভিত্তিক অধ্যয়নৰ দ্বাৰা পোনপটীয়া কৃষিক্ষেত্ৰক প্ৰভাৱিত কৰা বিভিন্ন দিশৰ পৰ্যবেক্ষণৰ উদেশ্যে পামলৈ আহি পামখন চোৱাৰ উপৰি অসমৰ বিকাশত আধুনিক কৃষিৰ ভূমিকা এই বিষয়ে মোৰ সৈতে মত-বিনিময় কৰে।

সংস্থাটোৰ কৃষিক্ষেত্ৰৰ সৈতে জড়িত বিভিন্ন পদক্ষেপ সফল হোৱাৰ লগতে সভাপতি ড° হৰ্ষজ্যোতি বৰুৱাই কৰা ভৱিষ্যত পৰিকল্পনাবোৰে যেন সাৰ্থক ৰূপ লাভ কৰে।

22/12/2025

ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথমগৰাকী মহিলা শ্বহীদ #কনকলতা_বৰুৱাৰ জন্মবাৰ্ষিকীত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

08/02/2025

virelvideo #

Address

Tezpur
Tezpur
784182

Website

Alerts

Be the first to know and let us send you an email when MOVI posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share