Janata Express

Janata Express 6001715283

UDYAM-AS-25-0008359
(1)

02/09/2026

সাৱধান,

আপুনি ও বাছত যাত্ৰা কৰে নেকি।
যদি কৰে আজিৰে পৰা হক সাৱধান।
কাৰন আপোনাৰো পৰা চুৰে লৈ যাব পাৰে ধন ।


28/08/2026
27/08/2026

27/08/2026

25/08/2026

#অভিযোগ অনুসৰি, মাত্ৰ ২০০ টকাৰ বাবে চাইকেল বন্ধকত দিয়াক কেন্দ্ৰ কৰি নিজৰ পিতৃক হত্যা কৰে পুত্ৰই। হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতে ৰাক্ষসমাৰী আৰক্ষী চকীত গৈ আত্মসমৰ্পণ কৰে অভিযুক্ত পুত্ৰই।

25/08/2026

#ঢেকিয়াজুলীৰ চপাই চাহ বাগিচাৰ নতুন লাইনত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড।

অভিযোগ অনুসৰি, মাত্ৰ ২০০ টকাৰ বাবে চাইকেল বন্ধকত দিয়াক কেন্দ্ৰ কৰি নিজৰ পিতৃক হত্যা কৰে পুত্ৰই।

23/08/2026

#শুভ_মহুৰৎ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ নিৰ্মিত অসমৰ প্ৰথমখন শিশু নাট "জয় জুবিনদা"

23/08/2026

আজি ভঙামন্দিৰ ত অসম আন্দোলনৰ প্ৰথম মহিলা শ্বহীদ বৈজয়ন্তী দেৱীৰ প্ৰতিমূৰ্তি উন্মোচন

Address

Tezpur
784001

Website

Alerts

Be the first to know and let us send you an email when Janata Express posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share