Adda Mojar

Adda Mojar Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Adda Mojar, Digital creator, Katani Gaon Thelamara Sonitpur, Tezpur.

দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কায্যসুচি At Guwahati
07/02/2026

দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কায্যসুচি At Guwahati

আমছুৰ নৱ নিৰ্বাচিত সভাপতি মাননীয় ইমতিয়াজ হুছেইন ডাঙৰীয়ালৈ অভিনন্দন জনালোঁ।
01/01/2026

আমছুৰ নৱ নিৰ্বাচিত সভাপতি মাননীয় ইমতিয়াজ হুছেইন ডাঙৰীয়ালৈ অভিনন্দন জনালোঁ।

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) শোণিত পুৰ জিলা সমিতিৰ অন্তৰ্গত, ঠেলামৰা আঞ্চলিক  সমিতিৰ ,বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভ...
07/09/2025

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) শোণিত পুৰ জিলা সমিতিৰ অন্তৰ্গত, ঠেলামৰা আঞ্চলিক সমিতিৰ ,বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা ও শপত গ্ৰহণৰ কাৰ্য্যসুচি অনুষ্ঠান, আজি ঠেলামৰা কাটনি গাঁওৰ মাদ্ৰছা প্ৰাংগনত অনুষ্ঠিত কৰা হয় ।
নতুনকৈ শপত গ্ৰহণ কৰা প্ৰত্যেক জন (আমছু) সৈনিকক অভিনন্দন জনালোঁ।

সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু) শোণিতপুৰ জিলা সমিতিৰ অন্তৰ্গত ঠেলামৰা আঞ্চলিক সমিতিৰ নবনিৰ্বাচিত সভাপতি হাবিজুল ইছ...
03/08/2025

সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু) শোণিতপুৰ জিলা সমিতিৰ অন্তৰ্গত ঠেলামৰা আঞ্চলিক সমিতিৰ নবনিৰ্বাচিত সভাপতি হাবিজুল ইছলাম কাৰ্য্যকৰি সভাপতি ইছাক আলি সম্পাদকদ্বয় ক্ৰমে ৰছিদ আলি আৰু হজৰত আলি লগতে সকলোঁ বিষয় ববীয়াক অভিনন্দন জ্ঞাপন কৰিলোঁ।

সদৌ  #অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন ( #আমছু) ৰ  #শোণিতপুৰ জিলা সমিতিৰ অন্তৰ্গত ঠেলামৰা আঞ্চলিক সমিতি ৰ  #সাধাৰণ সভা || AAM...
03/08/2025

সদৌ #অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন ( #আমছু) ৰ #শোণিতপুৰ জিলা সমিতিৰ অন্তৰ্গত ঠেলামৰা আঞ্চলিক সমিতি ৰ #সাধাৰণ সভা ||

AAMSU Official
Rejaul Karim Sarkar , President of AAMSU
Adv Imtiaz Hussain

সকলোৰে সহায় সহযোগিতা একান্ত ভাবে কামনা কৰিলোঁ
03/08/2025

সকলোৰে সহায় সহযোগিতা একান্ত ভাবে কামনা কৰিলোঁ

আজি আমছু'ৰ উদ্যোগত দিল্লীৰ সংবিধান ভৱনত ( Constitution Club) ত আলোচনা চক্ৰ অনুষ্ঠিত হয়। উক্ত আলোচনা চক্ৰত পাটনা উচ্চ ন...
17/07/2025

আজি আমছু'ৰ উদ্যোগত দিল্লীৰ সংবিধান ভৱনত ( Constitution Club) ত আলোচনা চক্ৰ অনুষ্ঠিত হয়। উক্ত আলোচনা চক্ৰত পাটনা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মূখ্য ন্যায়াধীশ ইকবাল হুছেইন আনচাৰী, উচ্চতম ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভুষণ, ফুজাইল আহমদ আয়ুবি, দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক অপুৰ্বানন্দ, বিশিষ্ট সাংবাদিক প্ৰশান্ত টেণ্ডন, JNU ৰ অধ্যাপক বিকাশ বাজপেয়ী, প্ৰাক্তন অধ্যাপক ড৹ ইলিয়াছ, প্ৰাক্তন ৰাজ্য সভাৰ সাংসদ মহম্মদ আলিম, ৰাজনীতিজ্ঞ তছলিম ৰহমানী, মুছলিম পাৰ্চনেল ল বৰ্ডৰ সদস্য গোলাম ৰছুল, অধ্যাপক আবুল কালাম আজাদ, দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মধু প্ৰসাদ, সামাজিক কায্যকৰ্তা নাদিম খান, আছিফ মুস্তাফা, JNU ৰ প্ৰাক্তন অধ্যাপক ড৹ ইলিয়াছ, উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আদিল হুছেইন ডাঙৰীয়া সহ অন্যান্য গণ্যমান্য লোকসকলে।

নতুন দিল্লীত আমছুৰ আজিৰ কাৰ্য্যসূচী।
17/07/2025

নতুন দিল্লীত আমছুৰ আজিৰ কাৰ্য্যসূচী।

16/07/2025

Delhi Jantarmantor

যেতিয়ালৈকে অবৈধ উচ্ছেদ বন্ধ নহব এই আন্দোলন অবিৰতভাবে চলি যাব। । জয় আই অসম। । আমছু জিন্দাবাদ
11/07/2025

যেতিয়ালৈকে অবৈধ উচ্ছেদ বন্ধ নহব এই আন্দোলন অবিৰতভাবে চলি যাব। । জয় আই অসম। । আমছু জিন্দাবাদ

আমছুৰ শোণিতপুৰ জিলা সমিতৰ উদ্যোগত অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট।স্থান: ঢেঁকিয়াযুলি চক্ৰ বিষয়া কাৰ্...
19/06/2025

আমছুৰ শোণিতপুৰ জিলা সমিতৰ উদ্যোগত
অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট।
স্থান: ঢেঁকিয়াযুলি চক্ৰ বিষয়া কাৰ্যলয় সন্মুখত।

Address

Katani Gaon Thelamara Sonitpur
Tezpur
784149

Telephone

+919365937127

Website

Alerts

Be the first to know and let us send you an email when Adda Mojar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Adda Mojar:

Share