Tezpur First News

Tezpur First News নতুন চিন্তাৰ নতুন প্ৰয়াস
(1)

02/09/2026

তেজপুৰ বিহগুৰিৰ দুলাল নাথৰ জীৱন সংগ্ৰামৰ কৰুণগাঁথা। এটা ছাতিয়েই হৈ ৰৈছে বাসস্থান।চৰকাৰী কোনো আঁচনিয়ে ঢুকি নোপোৱা নিজ-বিহগুৰিৰ দুলাল নাথে এটা ছাতিৰ তলত শুই নিশা কটোৱাৰ দৃশ্য দেখিলে চকুলো ওলাব আপোনাৰ

🚨AJYCPৰ সভাপতি পলাশ চাংমাইক গ্ৰেপ্তাৰ👉লগতে গ্ৰেপ্তাৰ যুৱ ছাত্ৰ পৰিষদৰ সাঃ সম্পাদক বিজন বায়নক👉সোণাপুৰৰ টোলগেট বন্ধৰ দাবীত...
02/09/2026

🚨AJYCPৰ সভাপতি পলাশ চাংমাইক গ্ৰেপ্তাৰ
👉লগতে গ্ৰেপ্তাৰ যুৱ ছাত্ৰ পৰিষদৰ সাঃ সম্পাদক বিজন বায়নক
👉সোণাপুৰৰ টোলগেট বন্ধৰ দাবীত ধৰ্ণা দিয়া সময়ত গ্ৰেপ্তাৰ নেতাদ্বয়ক

তেজপুৰ বিহগুৰিত 'বিকশিত অসম'ৰ এক উলংগ ছবি। মুকলি আকাশৰ তলত এটা ছাতিয়েই  হৈ ৰৈছে বাসস্থান। চৰকাৰী কোনো আঁচনিয়ে ঢুকি নোপোৱ...
02/09/2026

তেজপুৰ বিহগুৰিত 'বিকশিত অসম'ৰ এক উলংগ ছবি। মুকলি আকাশৰ তলত এটা ছাতিয়েই হৈ ৰৈছে বাসস্থান। চৰকাৰী কোনো আঁচনিয়ে ঢুকি নোপোৱা নিজ-বিহগুৰিৰ দুলাল নাথৰ পৰিয়ালৰ জীৱন সংগ্ৰামৰ কৰুণগাঁথা

🚨গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ চিকিৎসকৰ আত্মহত্যা👉 আত্মহত্যা কৰিলে নেমকেয়াৰ হাস্পতালৰ চিকিৎসক প্ৰয়াস সিংহলে👉পুৱাই জৰুৰীকা...
02/09/2026

🚨গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ চিকিৎসকৰ আত্মহত্যা
👉 আত্মহত্যা কৰিলে নেমকেয়াৰ হাস্পতালৰ চিকিৎসক প্ৰয়াস সিংহলে
👉পুৱাই জৰুৰীকালীন কক্ষত ছেলাইন লৈ আত্মহত্যা
👉ডায়েৰীয়া হোৱা বুলি কৈ নাৰ্ছৰ পৰা ছেলাইন আৰু কেনুলা লৈছিল
👉নেমকেয়াৰ হাস্পতালত চিকিৎসকজনে যোগদান কৰা ৬ মাহ হৈছিল

ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীৰ বাবে সুখবৰ। অসম আৰক্ষীত মুকলি হ’ব ১৫-২০ হাজাৰ নতুন পদ।
02/09/2026

ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীৰ বাবে সুখবৰ। অসম আৰক্ষীত মুকলি হ’ব ১৫-২০ হাজাৰ নতুন পদ।

🚨নিশা যুৱকক ভিডিঅ’ কল কৰি অশান্তি কৰা যুৱতীক গ্ৰেপ্তাৰ👉 মৰমলগা কথা কৈ যুৱকক প্ৰলোভন দিয়ে এই যুৱতীগৰাকীয়ে👉 পিছত ভিডিঅ’ ৰে...
02/09/2026

🚨নিশা যুৱকক ভিডিঅ’ কল কৰি অশান্তি কৰা যুৱতীক গ্ৰেপ্তাৰ
👉 মৰমলগা কথা কৈ যুৱকক প্ৰলোভন দিয়ে এই যুৱতীগৰাকীয়ে
👉 পিছত ভিডিঅ’ ৰেকৰ্ড কৰি আৰম্ভ কৰে ব্লেকমেইলিং
👉 আৰক্ষীৰ জালত অমৃতসৰৰ অমৃতা কৌৰ
👉 এজন যুৱকৰ এজাহাৰৰ পিছতেই গ্ৰেপ্তাৰ কৰে অমৃতাক
👉 যুৱকজনৰ পৰা ২ লাখ টকা দাবী কৰিছিল যুৱতীগৰাকীয়ে

তেজপুৰত মুকলিকৈ ড্ৰাগছৰ বেহা।দিন-দুপৰতে চলিছে ড্ৰাগছ সেৱন আৰু বিক্ৰী
01/09/2026

তেজপুৰত মুকলিকৈ ড্ৰাগছৰ বেহা।
দিন-দুপৰতে চলিছে ড্ৰাগছ সেৱন আৰু বিক্ৰী

মুখ্যমন্ত্ৰীয়ে ক্ষমা খুজিব লাগে মৃতকৰ পৰিয়ালৰ ওচৰত - আছু
01/09/2026

মুখ্যমন্ত্ৰীয়ে ক্ষমা খুজিব লাগে মৃতকৰ পৰিয়ালৰ ওচৰত - আছু

জামুগুৰিহাটৰ কুসুমটোলাত ভয়ংকৰ দুৰ্ঘটনা। দুজন লোকৰ থিতাতে মৃত্যু।  নিয়ন্ত্ৰণ হেৰুৱাই দ' পুখুৰীত সোমাল ছুইফট বাহন। দুৰ্ঘটন...
01/09/2026

জামুগুৰিহাটৰ কুসুমটোলাত ভয়ংকৰ দুৰ্ঘটনা। দুজন লোকৰ থিতাতে মৃত্যু। নিয়ন্ত্ৰণ হেৰুৱাই দ' পুখুৰীত সোমাল ছুইফট বাহন। দুৰ্ঘটনাৰ সময়ত বাহনখনত আছিল তিনিগৰাকী লোক।

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি। হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ
01/09/2026

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি। হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ

Address

Tezpur
784153

Alerts

Be the first to know and let us send you an email when Tezpur First News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Tezpur First News:

Shortcuts

Share