
15/08/2025
✅📌স্বাধীনতা দিৱস📌✅
অকাবস্তি মিৰি প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি, মাতৃগোট, অভিভাৱক-অভিভাৱিকা, স্থানীয় ৰাইজ আৰু ছাত্ৰ- ছাত্ৰীয়ে সকলোলৈ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।