Mangaldai Barta

Mangaldai Barta মঙলদৈ তথা দৰঙৰ প্ৰকাশিত সকলো বাতৰি আপোনাৰ বাবে তুলি ধৰাটোৱে আমাৰ লক্ষ্য।

17/09/2025

আৰম্ভ হ'ল খটৰাসত্ৰৰ পাচেতি মহোৎসৱ৷ মহোৎসৱ মুকলি কৰে দৰঙৰ আয়ুক্তয়ই,উপস্থিত থাকে ছিপাঝাৰৰ বিধায়ক ড: পৰমানন্দ ৰাজবংশী ৷

15/09/2025

ছিপাঝাৰৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ সমৰ্থকে উলিওৱা বিশাল বাইক ৰেলীত আৰক্ষীৰ বাধা৷অনুমতি নোপোৱাৰ বাবে বাতিল কৰিবলগীয়া হল ৰেলী ৷ কংগ্ৰেছ দলত যোগদান কৰাৰ পিছত আজি নিজ সমষ্টিত উপস্থিত হয় বিধায়ক গৰাকী ৷বিশাল বাইক-কাৰ ৰেলীৰে আদৰণি জনায় সহস্ৰাধিক কংগ্ৰেছ কৰ্মী আৰু শুভকাংশীয়ে আদৰাৰ বাবে আহিছিল বিধায়ক গৰাকীক৷

14/09/2025

মঙলদৈত ৪,৫৩০ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

গুৱাহাটী ৰিং ৰোড, নাৰেংগী-কুৰুৱা সংযোগী দলঙৰ শিলান্যাস, জি এন এম বিদ্যালয়, বি এছ চি নাৰ্ছিং মহাবিদ্যালয়সহ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰৰ শিলান্যাস প্ৰধানমন্ত্ৰীৰ

দৰঙত সৰ্বমুঠ ৬৫০০কোটি টকাৰ ৩টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে দেশৰ প্ৰধানমন্ত্ৰীয়ে। আজিৰ বৃহৎ জনসভাৰ কেইখনমান বিশেষ দৃশ্...
14/09/2025

দৰঙত সৰ্বমুঠ ৬৫০০কোটি টকাৰ ৩টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে দেশৰ প্ৰধানমন্ত্ৰীয়ে। আজিৰ বৃহৎ জনসভাৰ কেইখনমান বিশেষ দৃশ্য।

13/09/2025

কাইলৈ দৰঙত উপস্থিত হব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। দৰং আৰক্ষীয়ে জাৰি কৰিছে পথ নিৰ্দেশনা ৷প্ৰধানমন্ত্ৰীক আদৰিবলৈ ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷প্

12/09/2025

প্ৰসংগ: ৰাজ্য কপোৱা ছিপাঝাৰ নাৰিকলিৰ চাঞ্চল্যকৰ ঘটনা ৷ চুতুৰ্থ মহলাৰ চাডৰ ওপৰত কি উদ্ধাৰ হল?

12/09/2025

ৰাজ্য জোকাৰি যোৱা নাৰিকলিৰ ঘটনাস্থলীত দৰং জিলা অপৰাধ শাখাৰ উপ আৰক্ষী অধীক্ষক ৷

11/09/2025

ছিপাঝাৰৰ নাৰকলিত লোমহৰ্ষক ঘটনা ৷
একেটা পৰিয়ালৰে তিনি সদস্যক দাৰে ঘপিয়াই হ//ত্যা কৰি দুৰ্বৃত্তৰ পলায়ন ৷
জনৈক দীপক নামৰ ব্যক্তি এগৰাকীৰ পৰিয়ালৰ তিনি সদস্যকে হ//ত্যা ৷
নিহত দীপক কৰ্মসূত্ৰে লাট মণ্ডলৰ চাকৰি কৰিছিল ৷
ঘটনাৰ বলি হ'ল এগৰাকী সপ্তম শ্ৰেনীৰ ছাত্ৰ।
হ/ত্যা/কাণ্ডৰ তথ্য এই পৰ্যন্ত পোহৰলৈ অহা নাই ৷

কালিলৈ ১০ ছেপ্তেম্বৰ। জিকিব কোন?
09/09/2025

কালিলৈ ১০ ছেপ্তেম্বৰ। জিকিব কোন?

09/09/2025

মঙলদৈত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

08/09/2025

ছিপাঝাৰৰ বুঢ়ীনগৰ সেনাপতিপাৰাত শোকাৱহ ঘটনা। পুখুৰীত গা ধুৱলৈ গৈ পিতা-পুত্ৰৰ মৃত্যু। চিকিৎসালয়ত মৃত্যু হয় কণমানি কৃষ্টিমান চহৰীয়া আৰু পিতৃ ধীৰাজ চহৰীয়াৰ ।আৰু দুয়োৰে। দেওবাৰে পুখুৰীত গা ধুৱলৈ নামি পানীত ডুবিছিল দুই পিতা-পুত্ৰ। স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল যদিও চিকিৎসালয়ত পিতা-পুত্ৰৰ মৃত্যু হয়। কণমানি কৃষ্টিমান চহৰীয়া প্ৰথম শ্ৰেণীৰ ছাত্ৰ আছিল।পিতৃ ধীৰাজ চহৰীয়া আছিল এগৰাকী টেট শিক্ষক আছিল। ঘটনাৰ পাছতে অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

  দৰঙৰ বুঢ়ীনগৰ সেনাপতিপাৰাত শোকাৱহ ঘটনা। পুখুৰীত গা ধুৱলৈ গৈ মৃ/ত্যু  পিতা-পুত্ৰৰ ।
08/09/2025

দৰঙৰ বুঢ়ীনগৰ সেনাপতিপাৰাত শোকাৱহ ঘটনা।
পুখুৰীত গা ধুৱলৈ গৈ মৃ/ত্যু পিতা-পুত্ৰৰ ।

Address

Darrang
Tezpur

Alerts

Be the first to know and let us send you an email when Mangaldai Barta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share