Times Media 24×7

Times Media 24×7 সত্য আৰু নিৰপেক্ষ খবৰ

কোনটো শাস্তি উত্তম বুলি ভাবে ?
03/10/2025

কোনটো শাস্তি উত্তম বুলি ভাবে ?

26/08/2025

মিঞা সংবিধানত অন্তৰ্ভূক্ত এটা শ্ৰেষ্ঠ জাতী , এইগৰাকীৰ ৮০ বছৰৰ উৰ্ধৰ লোকৰ কথাত কিমান সত্যতা লোকাই আছে বুৰঞ্জী জনা সকলে কমেন্ট কৰিব !!

🎁 সংগ্রহ কৰক আপোনাৰ মন পছন্দৰ কুপন।✔️১৮ ছেপ্তেম্বৰত ঘূৰিব ভাগ্যৰ চকৰি।✔️Available Coupon✔️Limited Time⏰✔️100% Genuine co...
22/08/2025

🎁 সংগ্রহ কৰক আপোনাৰ মন পছন্দৰ কুপন।
✔️১৮ ছেপ্তেম্বৰত ঘূৰিব ভাগ্যৰ চকৰি।
✔️Available Coupon
✔️Limited Time⏰
✔️100% Genuine coupon
🟢 WHATSAPP- 78969 63206

20/06/2025

কাৰ্বি আংলং ৰ খেললৈ মাজত মাত্ৰ কেইটামান দিন ।
31 তাৰিখে হব এই বৃহৎ খেল ।
টিকটৰ বাবে যোগাযোগ কৰক: 6000123076 |

27/03/2025

11/02/2025

📌গোসাইগাঁৱৰ কচুগাঁও পাব্লিক হাইস্কুলক মডেল হাইস্কুললৈ উন্নীতকৰণ, নৱ নিৰ্মিত ভৱনৰ আধাৰশিলা স্থাপন-বিধায়ক ৰবিৰাম নাৰ্জাৰী

11/02/2025

⏩আজিৰে পৰা তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ল ঐতিহ্যমণ্ডিত জটীয়া সত্ৰত দৌল উৎসৱ
⏩পলাশবাৰীৰ বৰদুৱাৰৰ জটীয়া সত্ৰত ধৰ্মীয় ৰীতি-নীতিৰে গোন্ধ পৰ্বৰে আৰম্ভণি কৰিলে দৌল মহোৎসৱৰ
⏩কাইলৈ দৌল যাত্ৰা আৰু শেষৰ দিনা সুৱেৰী উৎসৱ অনুষ্ঠিত কৰা হ'ৱ।

11/02/2025

⏩ৰূপহীহাটত খিলঞ্জীয়া অসমীয়া পৰিয়াল এটাৰ ওপৰত অনা অসমীয়া ব্যৱসায়ীৰ দাদাগিৰিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া।

11/02/2025

⭕শিৱসাগৰত ৰাইজৰ দলৰ সভাপতি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ সংবাদমেল ⭕২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ লক্ষ্যৰে বিৰোধী ঐক্যলৈ অখিল গগৈৰ অনুৰোধ |
⭕দিল্লীৰ নিৰ্বাচনে এটা কথা প্ৰমাণ কৰি গল যে বিৰোধী ঐক্য যদি একত্ৰিত নহয় তেন্তে বিজেপিক প্ৰতিহত কৰাটো সম্ভৱ নহয় |

11/02/2025

📌মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহ উপলক্ষে বিশাল সাংস্কৃতিক শোভাযাত্ৰা

11/02/2025

📌গৌৰিসাগৰত গৰু চুৰৰ উপদ্ৰপ

11/02/2025

📌এক বিৰল ভূ-ত্বাত্তিক পৰিঘটনাৰ সাক্ষী হ'ব সমগ্ৰ বিশ্ববাসী !
📌বিশ্ববাসীক আচৰিত কৰি গঠন হ'ব এখন মহাসাগৰ !
📌যিকোনো সময়তে দ্বিখণ্ডিত হ'ব আফ্ৰিকা মহাদেশ

Address

Dhekiajuli
Tezpur
784110

Telephone

+919957845410

Website

Alerts

Be the first to know and let us send you an email when Times Media 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Times Media 24×7:

Share