Kanyaka Live

Kanyaka Live kanyakalive media, news company
(4)

ৰাজ্যত ভূঁইকঁপৰ জোকাৰণি। নিশা ১১ বাজি ৬ মিনিটত জোকাৰণি। ৰিখটাৰ স্কেলত ভূঁইকঁপৰ মাত্রা ৫.৩।উৎপত্তিস্থল ভূটানৰ পুনাখা।
07/06/2026

ৰাজ্যত ভূঁইকঁপৰ জোকাৰণি।
নিশা ১১ বাজি ৬ মিনিটত জোকাৰণি। ৰিখটাৰ স্কেলত ভূঁইকঁপৰ মাত্রা ৫.৩।
উৎপত্তিস্থল ভূটানৰ পুনাখা।

07/06/2026

@চতিয়াৰ নতুন চেণ্টাৰত আজি চতিয়াবাসীৰ সহায় হোৱাকৈ মুকলি কৰা হ'ল "Car nest" নামেৰে চাৰিচকীয়া বাহনৰ বিভিন্ন লাগতিয়াল সামগ্ৰি উপলব্ধ এখন বিপনী। @উক্ত বিপনীখনৰ শুভাৰম্ভ কৰে চতিয়াৰ উদ্যমী যুৱক নীৰজ নিশিম হাজৰিকাই।অনুষ্ঠানটিত লগতে উপস্থিত থাকে চতিয়াৰ পৌৰপতি দিপশিখা সন্দিকৈ লগতে চতিয়া ৩নং গাঁও পঞ্চায়তৰ সভাপতি উদয় শংকৰ শইকীয়া আৰু বহু গণ্য-মান্য ব্যক্তি।
@চতিয়াৰ সমাজসেৱী যুৱক উৎপল কটকী আৰু দিব্যজ্যোতি নাথে ৰাইজৰ সহায় হোৱাকৈ মুকলি কৰে উক্ত বিপনীখন।

ৰাজ্যত ঘোষণা হ'ল অভিভাৱক মন্ত্ৰীৰ নাম।সামাজিক মাধ্যমত জিলা আৰু অভিভাৱক মন্ত্ৰীৰ নাম ঘোষণা মুখ্যমন্ত্ৰীৰ।
07/06/2026

ৰাজ্যত ঘোষণা হ'ল অভিভাৱক মন্ত্ৰীৰ নাম।
সামাজিক মাধ্যমত জিলা আৰু অভিভাৱক মন্ত্ৰীৰ নাম ঘোষণা মুখ্যমন্ত্ৰীৰ।

07/06/2026

📌অশান্তজৰ্জৰ মণিপুৰক লৈ চিআৰপিএফ সঞ্চালক প্ৰধান জিপি সিঙৰ কঠোৰ আৰু স্পষ্ট নিৰ্দেশ
📌মণিপুৰত অস্ত্ৰসহ দুৰ্বৃত্ত দেখিলেই গুলীওৱাৰ নিৰ্দেশ জি পি সিঙৰ

07/06/2026

এইবাৰ কাপোৰৰ দ’মৰ মাজত TMC নেতা
আৰক্ষীৰ পৰা বাচিবলৈ সোমাল কাপোৰৰ দ’মত

07/06/2026

ৰাজ্যত পুনৰ অনুষ্ঠিত হ'ব LP-UPৰ বিশেষ টেট

07/06/2026

📌এইবাৰ কাপোৰৰ দ’মৰ মাজত TMC নেতা।
📌আৰক্ষীৰ পৰা বাচিবলৈ সোমাল কাপোৰৰ দ’মত।
📌কাপোৰৰ দ’মৰ মাজত থাকিও ৰক্ষা নপৰিল নেতাজন।
📌কাপোৰৰ দ’মৰ পৰা চোঁচৰাই আনিলে ব্ৰহ্মানন্দ চক্ৰৱৰ্তীক।
📌নিৰ্বাচনী হিংসাত জড়িত থকাৰ অভিযোগ চক্ৰৱৰ্তীৰ বিৰুদ্ধে।

07/06/2026

📌নতুন দিল্লীত উপস্থিত ইণ্ডোনেছিয়াৰ বৈদেশিক মন্ত্রী সুগিয়োনো।

07/06/2026

চতিয়াৰ চেনিমাৰী গাঁৱত সংঘটিত হৈছে এক ভয়ানক ঘটনা।

07/06/2026

"তেওঁ বহুত কষ্ট কৰিছিল, আৰু সেই কষ্টৰ ফল এতিয়া তেওঁ লাভ কৰি আছে। তেওঁ দেশৰ হৈ খেলাৰ সৌভাগ্য অৰ্জন কৰিছে। এতিয়া একমাত্ৰ ইচ্ছা যে তেওঁ জাতিৰ হৈ ব্যতিক্ৰমীভাৱে ভাল খেলিব।"
: বৈভৱৰ পিতৃ

Address

ভৰলীপৰীয়া কন্যকা বহুমুখী পাম
Tezpur
784180

Alerts

Be the first to know and let us send you an email when Kanyaka Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Kanyaka Live:

Share