Balipara Diaries

Balipara Diaries Newsupdate
Assam

keep watching &
Keep supporting Baliparadiaries

  । আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি।
01/09/2026

। আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি।

  । অহা ৬ ছেপ্টেম্বৰ
30/08/2026

। অহা ৬ ছেপ্টেম্বৰ

  । অহা কালি বন্ধ থাকিব বালিপৰা দৈনিক বজাৰ।
25/08/2026

। অহা কালি বন্ধ থাকিব বালিপৰা দৈনিক বজাৰ।

  ।  অহা ১৯ ছেপ্টেম্বৰত বালিপৰা সমন্বয় সংঘৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম বাৰ্ষিকী অনুষ্ঠান। বিভিন্ন দিনজোৰা...
25/08/2026

। অহা ১৯ ছেপ্টেম্বৰত বালিপৰা সমন্বয় সংঘৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম বাৰ্ষিকী অনুষ্ঠান। বিভিন্ন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে প্ৰথম বাৰ্ষিকী অনুষ্ঠান।

22/08/2026

| সাহসী হাতীৰ এক মনোমোহা দৃশ্য।

22/08/2026

| তেজপুৰৰ বটাঁবাৰীত ভয়ংকৰ কাণ্ড: দাৰে ঘপিয়াই স্বামীক গুৰুতৰভাৱে আঁহত কৰিলে পত্নীয়ে। ৰূপজ্যোতি বঢ়ো নামৰ এগৰাকী মহিলাই অতি নির্মম ভাবে দা*ৰে ঘ*পিয়াই গুৰুত্বৰ ভাবে আঁহত কৰিলে নিজৰ স্বামী পোনা বড়োক

21/08/2026

| অগ্নিগর্ভা জোৰাবাট।।

20/08/2026

| বুধবাৰে মেঘালয়ত অসমৰ লোকৰ সৈতে হোৱাৰ ঘটনাক লৈ বিক্ষোভ। যোৰাবাটত অধিক ভয়ংকৰ হৈ পৰিছে প্রতিবাদ।স্তব্ধ হৈ পৰিছে উজনি-নামনিৰ যাতায়ত ব্যৱস্থা।

20/08/2026

| আজি ২০ আগষ্ট চতিয়া দিৱস।

20/08/2026

| কিমান বৰ্বৰতাৰে অসমৰ গাড়ীৰ ওপৰত মেঘালয়ৰ জনতাই আক্ৰমণ কৰিছে চাওক!
সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী হৈছে কেমেৰাত।

Address

Balipara
Tezpur
784101

Alerts

Be the first to know and let us send you an email when Balipara Diaries posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Balipara Diaries:

Shortcuts

Share