Anuranon 24×7

Anuranon 24×7 A 24×7 digital media for the people.

22/09/2025

তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰছাত্ৰীৰ প্ৰতিবাদঃ উপাচাৰ্যৰ বিৰুদ্ধে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ নিদিয়াৰ অভিযোগ।

21/09/2025

ইটাখোলাত ৰেলী।

21/09/2025

তেজপুৰৰ চ্যুকাফা ভৱনত শ্ৰদ্ধাঞ্জলি।

20/09/2025

নদুৱাৰ চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ত শ্ৰদ্ধাঞ্জলি।

20/09/2025

কণ্ঠ নায়ক জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ।

19/09/2025

অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ বিয়োগত শোক স্তব্ধ বিশ্বনাথৰ বালিচাং।

19/09/2025

ইটাখোলাত শ্ৰদ্ধাঞ্জলি।

19/09/2025

তেজপুৰত কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি।

এক অকল্পনীয় খবৰ৷ অসংখ্য অনুৰাগীক মায়াৰে বান্ধি ৰখা জুবিন গাৰ্গ আৰু নাই। ছিংগাপুৰত দুৰ্ঘটনাত অকালতে হেৰাই গ'ল অসমীয়া সংগী...
19/09/2025

এক অকল্পনীয় খবৰ৷ অসংখ্য অনুৰাগীক মায়াৰে বান্ধি ৰখা জুবিন গাৰ্গ আৰু নাই। ছিংগাপুৰত দুৰ্ঘটনাত অকালতে হেৰাই গ'ল অসমীয়া সংগীতত এটা পৃথক যুগৰ সৃষ্টি কৰা জুবিন গাৰ্গ। ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰা কণ্ঠশিল্পী গৰাকী স্কুবা ডাইভিঙৰ সময়ত সাগৰত পৰিছিল জুবিন গাৰ্গ। ইয়াৰ পাছতেই অচেতন হৈ পৰিছিল তেওঁ৷ চিকিৎসাধীন অৱস্থাতে সংসাৰৰ মায়া এৰি গ’লগৈ জুবিন গাৰ্গ৷

18/09/2025

দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকৰ মাজত প্ৰয়োজনীয় সামগ্ৰী বিতৰণ।

18/09/2025

তেজপুৰত ভাওনা প্ৰদৰ্শন।

Address

Tezpur
784001

Website

Alerts

Be the first to know and let us send you an email when Anuranon 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share