Northeast Daily

Northeast Daily An unbiased news network for the people of North East India!!

06/10/2025

তেজপুৰৰ মাজগাঁও পাঁচআলি লক্ষ্মী মন্দিৰত পূজাৰ আয়োজন৷

06/10/2025

▶️শিৱসাগৰৰ নামতিত প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ আয়োজন ।

▶️নামতি চাৰিআলিস্থিত অস্থায়ী কাৰ্যালয়ত আহ্বায়ক মণ্ডলীৰ সংবাদমেল ।

▶️অসমৰ সংগীত জগতৰ ধ্ৰুৱতৰা স্বৰূপ, অসমবাসীৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগত সকলো মৰ্মহত, শোকস্তদ্ধ ।

▶️প্ৰয়াত শিল্পী জুবিন গাৰ্গক অসমবাসীয়ে জনাইছে শ্ৰদ্ধাঞ্জলি ।

▶️সমান্তৰাল ভাৱে বৃহত্তৰ নামতিবাসী ৰাইজে প্ৰয়াত শিল্পী গৰাকীৰ আত্মাৰ সদ্গতি কামনাৰে আয়োজন কৰিছে ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠান ।

▶️শিৱসাগৰ জিলাৰ নামতি চাৰি আলি হাইস্কুল খেলপথাৰত অহা ১৯ অক্টোবৰত অনুষ্ঠিত হব এই ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠান ।

▶️নামতি চাৰি আলি হাইস্কুল খেলপথাৰত থকা নাহৰ গছ সমূহৰ তলতে হব আদ্যশ্ৰাদ্ধ অনুষ্ঠান ।

▶️১৯ অক্টোবৰত জুবিন গাৰ্গক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱাৰ সৰ্বধৰ্মী প্ৰাৰ্থনাৰ লগতে সকলোৱে একেলগে পৰিবেশন কৰিব ময়াবিনী গীত ।

06/10/2025

📌 বিশিষ্ট মৌলানা আব্দুল আজিজ চাহাবৰ জানাজা নামাজত অংশগ্ৰহণ বিধায়ক নুৰুল হুদাৰ।

06/10/2025

▶️শিৱসাগৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ওপজা দিন উদযাপন ।

06/10/2025

প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আজি শিৱসাগৰৰ এটা বিশেষ অঞ্চলৰ ৰাইজে অনুষ্ঠিত কৰিলে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা।

06/10/2025

২০২৬ৰ বিধানসভা নিৰ্বাচনত ৰূপহীহাট সমষ্টিত জনপ্ৰিয় কংগ্ৰেছ নেতা মস্কোৰ হুছেইনে প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ সম্ভাবনা।

06/10/2025

নলবাৰীৰ শোলমাৰাত শ্ৰী শ্ৰী লক্ষ্মীপূজাৰ হীৰক জয়ন্তী উৎসৱ উদযাপন


06/10/2025

Shocking video: Car almost runs over calf in the middle of the road

06/10/2025

পশ্চিম কলিয়াবৰ ক্ৰিয়া সন্থাৰ উদ্যোগত স্বৰ্গীয় বলোৰাম নাথ অৰু স্বৰ্গীয় প্ৰবীন নাথ সোঁৱৰনী চলন্ত কাপ ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ।

05/10/2025

শ্ৰীমন্ত শঙ্কৰদেৱ সেৱা সংঘ বৰতলাৰ উদ্যোগত মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৭ আবিৰ্ভাৱ মহোৎসৱ উদযাপন

সকলোকে মৰম কৰা মানুহজনৰ লগত কিয় এনেকুৱা কৰিলে ? প্ৰশ্ন জুবিন পত্নীৰ।
05/10/2025

সকলোকে মৰম কৰা মানুহজনৰ লগত কিয় এনেকুৱা কৰিলে ? প্ৰশ্ন জুবিন পত্নীৰ।

Address

Murhateteli
Tezpur
784001

Alerts

Be the first to know and let us send you an email when Northeast Daily posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Northeast Daily:

Share