Ax Azad Axom

Ax Azad Axom Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ax Azad Axom, Record Label, Bhojkhowa, Tezpur.

24/02/2024

ফটো এখন উঠি আপলোড কৰিম বুলি ভবা সকলৰ কাৰণে এই খন উপহাৰ।

21/01/2024

তেজপুৰৰ দোলাবাৰী চাৰিআলিত ৰাহুল গান্ধী ডাঙৰীয়া দেৱৰ ভাৰত জৰৌ ন্যায় যাএা আৰম্ভ কৰিছে।
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত লাখ লাখ মানুহৰ ভিৰ দেখা পোৱা যায়।

13/12/2023

যোৱা কালি ৰাতি প্ৰায় ১১ টা মান বজাত তেজপুৰ দোলাবাৰী উৰনীয়া সেতুৰ ওপৰত এখন Alto গাড়ী আৰু মালবাহী ট্ৰাক মুখা মুখি হোৱাৰ ফলত Alto বাহনত থকা আমাৰ ভোজখোৱা গাঁওৰ সমাজ সেৱক ছাইদুল ইছলাম আৰু জালাল উদ্দিন ছফিকুল ইছলামৰ লগতে দুগৰাকী মহিলা গুৰুত্ব ভাৱে আহত
বৰ্তমান ছাইদুল ইছলাম নামৰ লোকজনক উন্নত মানৰ চিকিৎসৰ বাবে পাটনা বেলুৰলৈ পঠিওৱা হৈছে।
আৰু আপোনালোকে দোৱা কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ



 #জীৱনৰ_বাটত_সমস্যা_থাকিবই     #এইয়া_হৈছে..Part Of Life.. #আৰু _সাহসেৰে_আগুৱাই_যাব পৰাটোৱেই_হৈছে..Art Of Life..
01/12/2023

#জীৱনৰ_বাটত_সমস্যা_থাকিবই
#এইয়া_হৈছে..Part Of Life..
#আৰু _সাহসেৰে_আগুৱাই_যাব
পৰাটোৱেই_হৈছে..Art Of Life..

29/11/2023

Address

Bhojkhowa
Tezpur
784027

Alerts

Be the first to know and let us send you an email when Ax Azad Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Ax Azad Axom:

Share

Category