Sootea 24X7

Sootea 24X7 এই মঞ্চখন হ’ল চতিয়াৰ বিভিন্ন বা-বাতৰিৰ ৷
(2)

10/03/2025

নমস্কাৰ
প্ৰিয় দৰ্শক
সকলোকে স্বাগতম জনালোঁ
❤️বিশেষ কাৰিকৰী বিজুতিৰ ফলত sootea24X7 পেজটো পুনৰ চলাই নিবলৈ অসুবিধা হোৱাত বিকল্প হিচাপে sooteaLIVE নামৰে এটা পেজ আজিৰপৰা আৰম্ভ কৰা হৈছে
❤️sooteaLIVE follow কৰিবৰ বাবে আপোনালোক এটা লিংকত ক্লিক কৰক

https://www.facebook.com/share/1HEv1NDqy5/

09/03/2025

প্ৰিয় দৰ্শক
দুটা সপ্তাহৰো অধিক সময় আপোনালোকক কোনো ধৰণৰ বা-বাতৰি দিয়াৰ পৰা বিৰত আছিলো
অতিশীঘ্ৰেই liveতএই সকলোবোৰ কথা আপোনালোকক জনাম

15/02/2025

🔴আজিৰপৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা
🔴১০ খনকৈ বিদ্যালয়ৰ কেন্দ্ৰস্থল চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত ৪৬৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব

13/02/2025

🔴বিলুপ্তিৰ পথত ৰঙাবাছ
▶️শ্মশানযাত্ৰা ৰঙাবাছৰ

মহান বীৰযোদ্ধা, কোঁচ সাম্ৰাজ্যৰ প্ৰধান সেনাপতি শুক্লধ্বজ চিলাৰায়ৰ শৌৰ্য আৰু পৰাক্ৰমৰ গাথাৰে ধন্য আমাৰ অসম ভূমি। আজি চিল...
12/02/2025

মহান বীৰযোদ্ধা, কোঁচ সাম্ৰাজ্যৰ প্ৰধান সেনাপতি শুক্লধ্বজ চিলাৰায়ৰ শৌৰ্য আৰু পৰাক্ৰমৰ গাথাৰে ধন্য আমাৰ অসম ভূমি।
আজি চিলাৰায় দিৱস উপলক্ষে মহান বীৰগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছো।

09/02/2025

দেওবাৰৰ অতিথি
৯৫ বছৰতো দুৰন্ত তৰুণ ৷ নিতৌ ২০-৩০ কিলোমিটাৰ ছাইকেলৰে আহযাহ ৷

Address

Tezpur
784175

Telephone

+19706118799

Website

Alerts

Be the first to know and let us send you an email when Sootea 24X7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sootea 24X7:

Share