SONITPUR LIVE

SONITPUR LIVE শোণিতপুৰ লাইভ
সত্যৰ কণ্ঠ | জনতাৰ কণ্ঠ
(2)

14/09/2026

#নগাঁও লোকসভা উপ-নিৰ্বাচন: ৰূপহীহাটত কংগ্ৰেছক মোক্ষম আঘাত, বিজেপিত যোগদান দুই শতাধিক কৰ্মীৰ

“সন্ধিয়াৰ নীৰৱতাত আকাশত এটি সৰু জোন… 🌙প্ৰকৃতিৰ সৌন্দৰ্যই মনটো অলপ শান্ত কৰি দিয়ে।” ❤️
14/09/2026

“সন্ধিয়াৰ নীৰৱতাত আকাশত এটি সৰু জোন… 🌙
প্ৰকৃতিৰ সৌন্দৰ্যই মনটো অলপ শান্ত কৰি দিয়ে।” ❤️

13/09/2026

#নপাম মজলীয়া বিদ্যালয়ত মঞ্চৰ ক্ষুদ্ৰ আলোচনী শব্দৰ পদাতিক আৰু অসম কাণ্ডাৰী কাকতৰ বিশেষ পৃষ্ঠা উন্মোচনৰ লগতে সমাজ কৰ্মী প্ৰেম নাৰায়ণ শৰ্মাক ৰাজহুৱা ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

13/09/2026

তেজপুৰ বনাম লখৰা মাজত উদগনি ফুটবল প্ৰতিযোগিতা।

 #অসম গোৰ্খা সন্মিলন, শোণিতপুৰ জিলা সমিতিৰসভাপতি হিচাপে ভুবন শৰ্মা আৰু মূল সম্পাদক হিচাপে ললিত খড্কা ছেত্ৰী নিৰ্বাচিত হৈ...
12/09/2026

#অসম গোৰ্খা সন্মিলন, শোণিতপুৰ জিলা সমিতিৰ
সভাপতি হিচাপে ভুবন শৰ্মা আৰু মূল সম্পাদক হিচাপে ললিত খড্কা ছেত্ৰী নিৰ্বাচিত হৈছে।
দুয়োগৰাকীলৈ আন্তৰিক অভিনন্দন আৰু আগন্তুক সফল কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰা হৈছে।
তেওঁলোকৰ নেতৃত্বত সংগঠনটো অধিক শক্তিশালী হৈ আগবাঢ়িব বুলি আশা কৰা হৈছে।

12/09/2026

#তেজপুৰ বিশ্ববিদ্যালয়ত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্য উপস্থিতি।

11/09/2026

উৰিয়াগাঁৱৰ অৰ্জুনতলত ছাগলী চোৰৰ সন্ত্ৰাস: ৰাইজৰ হাতত হাতে লোটে ধৰা পৰিল মূল খলনায়ক বিকাশ নেওগসহ চোৰৰ দল

10/09/2026

#ৰঙাপৰাত স্বাধীনতা সংগ্ৰামী প্ৰসাদ সিং চুব্বাৰ ১১৮তম জন্ম জয়ন্তী পালন, স্মৃতি সেৱা সন্মান প্ৰদান।








10/09/2026

#তেজপুৰত সন্ত্ৰাসৰ সৃষ্টি কৰা দুইজন গভাইত চিলনী চোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ অভিযানত চুৰি কাণ্ডৰ সৈতে জড়িত এখন বাইকো জব্দ কৰা হয়।

09/09/2026

Duty কৰিবলৈ যোৱা শিক্ষয়িত্ৰীৰ হাতৰ পৰা দুৰ্বৃত্তই টানি নিলে বেগ।
- তেজপুৰৰ ভোজখোৱা চাপৰিত সংঘটিত হৈছে এই ঘটনা
- মটৰ চাইকেলত অহা দুজন যুৱকে কাঢ়ি নিলে বেগটো।
- কুৱৰীতল হায়াৰ চেকেণ্ডাৰী স্কুলৰ শিক্ষয়িত্ৰী দিপশিখা দেৱীৰ লগত সংঘটিত হৈছে এই ঘটনা।
- তেজপুৰ সদৰ আৰক্ষীক দাখিল কৰিছে এজাহাৰ।

Address

Tezpur
784028

Alerts

Be the first to know and let us send you an email when SONITPUR LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to SONITPUR LIVE:

Shortcuts

Share