09/05/2025
তেজপুৰত ভয়ংকৰ পথ দূৰ্ঘটনা ।
তেজপুৰৰ বিহগুৰিত সংঘটিত হৈছে উক্ত পথ দূৰ্ঘটনা।
চুইফত ডিযায়াৰ বাহনে মহতিয়াই থৈ যায় মাতৃ সহ ৭ মহীয়া শিশু।
মাতৃ কৃষ্ণা দাস আৰু শিশু টি তেজপুৰৰ বৰদুপিয়াৰ বুলি জানিব পৰা গৈছে।