12/09/2026
মোৰ বহুত বন্ধু নাই , মোৰ বন্ধু সীমিত । তাৰ ভিতৰত বৰ্তমানৰ অন্যতম বন্ধু মোৰ ল'ৰা যাৰ লগত মই বহুত কথা পাতো , কেতিয়াবা ফুৰিব যাওঁ , দুয়োটাই কিবা এটা খাব যাওঁ ... কেতিয়াবা নদীৰ পাৰলৈকো যাওঁ ....
প্ৰায় সকলো কথাই পাতিব পাৰো (যিমানখিনি তাৰ বয়সৰ লগত সম্ভৱ)