The voice of Chariduar-TVC

The voice of Chariduar-TVC THE VOICE OF CHARIDUAR

●অসমবাসীলৈ জুবিন গাৰ্গৰ শেষ চিঠিখন; চিঠিখনত কি লিখিছিল জুবিন গাৰ্গে?
29/10/2025

●অসমবাসীলৈ জুবিন গাৰ্গৰ শেষ চিঠিখন; চিঠিখনত কি লিখিছিল জুবিন গাৰ্গে?

●পাকিস্তানে বন্দী কৰা বুলি দাবী কৰা পাইলটৰ সৈতে এইদৰে ফটোত প’জ দিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে●ৰাফালেত উৰণ সম্পন্ন কৰি ...
29/10/2025

●পাকিস্তানে বন্দী কৰা বুলি দাবী কৰা পাইলটৰ সৈতে এইদৰে ফটোত প’জ দিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে
●ৰাফালেত উৰণ সম্পন্ন কৰি বিমানখনৰ পাইলট শিবাংগী সিঙৰে ফটো ৰাষ্ট্ৰপতিৰ
●ৰাফালে আৰু চুখই দুয়োখন বিমানত উৰণ সম্পন্ন কৰা প্ৰথম ৰাষ্ট্ৰপতি হ’ল দ্ৰৌপদী মুৰ্মু
●Operation Sindoorৰ সময়ত ফ্লাইট লেফটেনেণ্ট শিবাংগী সিভক বন্দী কৰা বুলি দাবী কৰিছিল পাক সেনা আৰু পাক ইনফ্লুৱেন্সাৰসকলে

29/10/2025

●জুবিন ক্ষেত্ৰত ৫০টি কণ কণ শিশুৱে মেণ্ডোলিনত মায়াবিনী গীতটিৰ সুৰ তোলে।মেণ্ডোলিন বজোৱা শিশুৰ মাজত থাকি আৱেগিক হৈ পৰে গৰিমা গাৰ্গ

তেজপুৰ আৰক্ষীয়ে চানমাৰিৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিলে বিকাশ শইকীয়াক
29/10/2025

তেজপুৰ আৰক্ষীয়ে চানমাৰিৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিলে বিকাশ শইকীয়াক

●"এদিন লগ হ'ম আকৌ সোনকালেই" ●"এতিয়া তোমাৰ সতে প্ৰকৃততে কি ঘটিছিল কৰি অভিশপ্ত দিনটোত সেইয়া জানিব লাগে"●মহাবাহুত জুবিন গাৰ...
29/10/2025

●"এদিন লগ হ'ম আকৌ সোনকালেই"
●"এতিয়া তোমাৰ সতে প্ৰকৃততে কি ঘটিছিল কৰি অভিশপ্ত দিনটোত সেইয়া জানিব লাগে"
●মহাবাহুত জুবিন গাৰ্গৰ চিতাভষ্ম বিসৰ্জন দি পুনৰ ন্যায় বিচাৰি ফেচবুক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ

29/10/2025

●শ্রীভূমিত কংগ্ৰেছীয়ে গালে বাংলাদেশৰ জাতীয় সংগীত 'আমাৰ সোনাৰ বাংলা'
●ইন্দিৰা ভৱনত কংগ্ৰেছ কৰ্মীয়ে গালে বাংলাদেশৰ জাতীয় সংগীত
●সেৱা দলৰ ৰাজ্যিক মুৰব্বী দ্বীপ বায়নৰ উপস্থিতিত গালে বাংলাদেশৰ জাতীয় সংগীত
●শ্রীভূমিত কংগ্ৰেছৰ সভাত এই ঘটনা
●বাংলাদেশৰ জাতীয় সংগীত পৰিৱেশনক লৈ তীব্ৰ প্রতিক্রিয়া

●তিনিচুকীয়াৰ বীৰ লাচিত সেনাৰ মুখ্য সচিব বিপ্লৱ গগৈক গ্ৰেপ্তাৰ●লখিমপুৰৰ বীৰ লাচিত সেনাৰ নেতা বিকাশ বুঢ়াগোঁহাইক গ্ৰেপ্তাৰ...
29/10/2025

●তিনিচুকীয়াৰ বীৰ লাচিত সেনাৰ মুখ্য সচিব বিপ্লৱ গগৈক গ্ৰেপ্তাৰ
●লখিমপুৰৰ বীৰ লাচিত সেনাৰ নেতা বিকাশ বুঢ়াগোঁহাইক গ্ৰেপ্তাৰ

29/10/2025

বিদায় প্ৰাণৰ গ’ল্ডি! ব্ৰহ্মপুত্ৰত চিতাভস্ম বিসৰ্জনৰ পিছতে কান্দি উঠিল গৰিমা শইকীয়া গাৰ্গ

29/10/2025

●চিতাভস্ম উটুৱাই দিবলৈ গৈ কান্দোনত ভাগি পৰিল অৰুণ গাৰ্গ
●যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ'ল জুবিন গাৰ্গৰ চিতাভস্ম।

29/10/2025

জুবিন গাৰ্গৰ চিতাভস্ম ব্ৰহ্মপুত্ৰত বিসৰ্জন দিলে পত্নী গৰিমা শইকীয়া গাৰ্গে।

●শোণিতপুৰৰ চাৰিদুৱাৰৰ পৰা সন্ধানহীন বিবাহিত মহিলা।●চাৰিদুৱাৰ আৰক্ষী খানৰ অন্তৰ্গত গড়মৰা গাঁওৰ পৰা সন্ধানহীন হৈ আছে তুলসী...
29/10/2025

●শোণিতপুৰৰ চাৰিদুৱাৰৰ পৰা সন্ধানহীন বিবাহিত মহিলা।
●চাৰিদুৱাৰ আৰক্ষী খানৰ অন্তৰ্গত গড়মৰা গাঁওৰ পৰা সন্ধানহীন হৈ আছে তুলসী মজুমদাৰ(৩০) নামৰ এগৰাকী বিবাহিত মহিলা।

Address

Chariduar
Tezpur

Telephone

+916003842221

Website

https://thevoiceofchariduar.my.canva.site/

Alerts

Be the first to know and let us send you an email when The voice of Chariduar-TVC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The voice of Chariduar-TVC:

Share