Nargis Akhtar

Nargis Akhtar নমস্কাৰ, জীবনৰ প্ৰথম বাৰৰ বাবে এখন নতুন যাত্ৰা আৰম্ভ কৰিলো, আশা কৰো সকলোৱে মৰম আৰু আশীৰ্বাদ দিব .

20/12/2025

গান আমাৰ প্ৰাণত
সুৰ আমাৰ তেজত
জুবিন দা তুমি থাকা সদায় আমাৰ সকলোৰে মাজত ♥️🙏

Shout out to my newest followers! Excited to have you onboard! Rajiv Kumar Parashar, Kushal Rabha, Swapna Baruah, Shwaha...
10/12/2025

Shout out to my newest followers! Excited to have you onboard! Rajiv Kumar Parashar, Kushal Rabha, Swapna Baruah, Shwahaalam Chaudhery, Sams Uddin, Javed Ghachi, Rafikul Islam, Anowar Hussain, Soriful Islam, Narjuma Begum, Viswas Puwali, Nur Amin, Sajahan Ali, Aden Sangma, Safiqul Islam, Nagendra Vishwakrma, Md Ratan Khan, Sobikul Islam, Anser Khan, Safiqul Islam, Arjun Rajput, Krishnapratapraputthakur Rathaur, Ibrahim Ali, Manisha Kanojia, Mizaunr Rk, Sk Mohil, Md Jabed Ansari, Hayat Afrin, Asfia Sultana, Faijan Qureshi, Giashauddin Giashauddin, Haider Ali, Manjesh Kumar, Tofik Bagwan, Kartik Gurait, Sheik Khan, Dubaul Ubbin, Niyibitanga Øg, Hema Basumatary, Tinku Chouhan, Sukanto Barman, Sanjeev Rajput, Firuj Ali, Firoj Alam, Abu Nasar, Sohel Rana, Hasim Ali, Santu Goswami, Wahida Begum

Good evening everyone 😊 ❤️
08/12/2025

Good evening everyone 😊 ❤️

02/12/2025

5 বছৰীয়া মোৰ ভণ্টীজনীয়ে জুবিন দাৰ গীতটি গাবলৈ চেষ্টা কৰিছে। তাইক সকলোৱে আশীৰ্বাদ কৰিব 🙏

😊❤️
01/12/2025

😊❤️

25/11/2025

স্কুলীয়া জীৱনলৈ মনত পৰি যায়। স্কুলত পঢ়ি থকা সময়ত এইবিলাক গীত ৰেডিঅ যোগেদি শুনিছিলো আমি । সঁচাকৈ এইবিলাক গীতৰ মাজতে লুকাই আছে সোণালী শৈশৱৰ মধুৰ স্মৃতি ❤️

16/11/2025

ভূপেন হাজৰিকাদেৱৰ গীতটি গাবলৈ চেষ্টা কৰিছো
সকলোৱে আশীৰ্বাদ কৰিব 🙏

14/11/2025

আজি আমি তিনিজনী একেলগে জুবিন দাৰ গীতটি গাবলৈ চেষ্টা কৰিছো
ভূল ক্ৰুটি ক্ষমা কৰিব আৰু আমাক আগুৱাই যাবলৈ আশীৰ্বাদ কৰিব 🙏

08/11/2025

ভণ্টি জনীয়ে জুবিন দাৰ গীতটি গাবলৈ চেষ্টা কৰিছে
ভূল ক্ৰুটি ক্ষমা কৰিব 🙏

30/10/2025

সৰু ডাঙৰ সকলোৰে মুখত আজি জুবিন দাৰেই গীত
জুবিন দাৰ গীতবোৰ সদায় অমৰ হৈ থাকিব..😊

25/10/2025

জুবিন দাৰ গীতটি ভণ্টি জনীয়ে গাবলৈ চেষ্টা কৰিছে
সকলোৱে তাইক আগবাঢ়ি যাবলৈ আশীৰ্বাদ কৰিব 🙏

24/10/2025

Whole song is Masterpiece ! But this part ❤️

Address

Tezpur

Website

Alerts

Be the first to know and let us send you an email when Nargis Akhtar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share