Axom Prime Time Digital

Axom Prime Time Digital Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Axom Prime Time Digital, Media/News Company, Tihu.

♦️ গোলকগঞ্জৰ মধ্যপেটলা গাঁৱত মেট্ৰিক পৰীক্ষাৰ্থী নিৰুদ্দেশ।
10/02/2026

♦️ গোলকগঞ্জৰ মধ্যপেটলা গাঁৱত মেট্ৰিক পৰীক্ষাৰ্থী নিৰুদ্দেশ।

10/02/2026

♦️ বজালী বিধান সভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ সম্ভাব্য প্ৰাৰ্থী দিলীপ বৰুৱাৰ সৈতে মূখ্য সম্পাদক অমৰ জ্যোতি ৰয়ৰ বিশেষ সাক্ষাৎকাৰ।

10/02/2026

♦️ জনতা মেডিকজ টিহুৰ উদ্যোগত ফ্ৰী হেল্থ চেক আপ কৰা হয় টিহুৰ কিড. জি. স্কুলত ।

♦️ সংগীতৰ যাত্ৰা আপোনাৰ কেতিয়াৰ পৰা আৰম্ভ হৈছিল?♦️ সংগীতৰ ক্ষেত্ৰখনত কি কি কাম কৰিলে?♦️আপোনাৰ প্ৰিয় সংগীত শিল্পী কোন?♦️জ...
29/01/2026

♦️ সংগীতৰ যাত্ৰা আপোনাৰ কেতিয়াৰ পৰা আৰম্ভ হৈছিল?
♦️ সংগীতৰ ক্ষেত্ৰখনত কি কি কাম কৰিলে?
♦️আপোনাৰ প্ৰিয় সংগীত শিল্পী কোন?
♦️জুৱিন গাৰ্গৰ ন্যায় সন্দৰ্ভত কি কৱ ?
♦️অসম প্ৰাইম টাইমৰ ষ্টুডিঅত আজিৰ অতিথি উদীয়মান কন্ঠশিল্পী জিৎ কুমাৰ দাস।
#অসমীয়ানিউজ

13/01/2026

♦️ অসম প্ৰাইম টাইম পৰিয়ালৰ ফালৰ পৰা সমূহ অসম বাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো।

11/01/2026

🚨 টিহুৰ বৰ-মাখিবাহাৰ দৌলগুৰি চুবুৰিৰ যুৱক সকলে দু্ৰ্বৃত্তক প্ৰত্যাহ্বান জনাই পুনৰ সাজিলে এমহলীয়া ভেলাঘৰ
♦️টিহুৰ বৰ-মাখিবাহাৰ দৌলগুৰি চুবুৰিৰৰ পথাৰত একাংশ যুৱকে সাজি উলিয়াইছিল এটি এমহলীয়া ভেলা ঘৰ উল্লেখ্য যে যোৱা ৮ জানুৱাৰীত সন্ধিয়া কোনো দুবৃত্তই পেট্ৰোল ঢালি জ্বলাই দিছল ভেলাঘৰটি।
♦️ভোগালী বিহুলৈ মাজত মাত্ৰ দুটি দিন থকাত দৌলগুৰী চুবুৰিৰ যুৱক সকলে সেই স্থানৰ ওচৰত পুনৰ ন- উদ্যমেৰে সাজি উলিয়াইছে এটি এমহলীয়া ভেলাঘৰ । যুৱক সকলৰ এই প্ৰচেষ্টা সঁচাকৈ প্ৰশংসনীয়।।

13/11/2025

♦️টিহু নগৰৰ মাজমজিয়াত নতুন ৰূপত মুকলি কৰা হৈছে Face To Face নামৰ Unisex Salon।
♦️বিভিন্ন ধৰণৰ অফাৰ দি থকা হৈছে এইখন পাৰ্লাৰত।
যোগাযোগ ঠিকনাঃ টিহু টাউন ২ নং ৱাৰ্ড, নিৱেদিতা কমপ্লেক্স 'ফিট পইণ্ট জিমৰ গ্ৰাউণ্ড ফ্লৰত।
ফোন নম্বৰঃ 8876413186

06/11/2025
04/11/2025
02/11/2025

🚨"অসম চুক্তিখন ভুৱা আছিল, মই এতিয়াও কৈছো ,তেতিয়াও কৈছিলোঃ প্ৰাক্তন মন্ত্ৰী পবিন্দ্ৰ ডেকা

♦️জুৱিন গাৰ্গে হে অকল মদ খাইছিল নেকি?

♦️এতিয়া SIT তেওঁ নিজেই,বিচাৰকো তেওঁ নিজেই আৰু উকীল তেওঁ নিজেই।"

♦️বিভিন্ন কথাৰ আলাপ'ৰ সৈতে অসম প্ৰাইম টাইমৰ মজিয়াত আজিৰ অতিথি প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক পৱিন্দ্ৰ ডেকা।

29/10/2025

♦️অসম প্ৰাইম টাইমৰ বিশেষ অনুষ্ঠান সন্ধিয়াৰ আলাপ'ৰ আজিৰ অতিথি বিশিষ্ট লেখক অতুল শৰ্মা।

Address

Tihu
781371

Website

Alerts

Be the first to know and let us send you an email when Axom Prime Time Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share