Adivasi News Tv

Adivasi News Tv সমূহ অসমৰ লগতে চাহ জনগোষ্ঠীৰ তথা আদিবাসী প্ৰতিটো খৱৰৰ উন্নতি আৰু সৰ্বাংগীনৰ দিখত আগবঢ়াই নিয়াৰ উপৰিও আমাৰ মঞ্চ‌ত আপোনালোকৰ কণ্ঠত আদিবাসী নিউজ টি.ভি ।

07/11/2025
07/11/2025

*Big Braking, Tangla*
সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বৰ্তমানৰ উপ সভাপতি হেমন্ত বৰা কোছৰ আকস্মিক বিয়োগ।
যকৃত জনিত ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয় ০৯ বাজি ৪৫ মিনিটত টংলাৰ চিত্ৰনগৰস্থিত নিজ বাসগৃহত।
তেখেতৰ বয়স ৪১ বছৰ

*Big Braking, Tangla*সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বৰ্তমানৰ উপ সভাপতি হেমন্ত বৰা কোছৰ আকস্মিক বিয়োগ।যকৃত জনিত ৰোগত আক্ৰা...
07/11/2025

*Big Braking, Tangla*

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বৰ্তমানৰ উপ সভাপতি হেমন্ত বৰা কোছৰ আকস্মিক বিয়োগ।

যকৃত জনিত ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয় ০৯ বাজি ৪৫ মিনিটত টংলাৰ চিত্ৰনগৰস্থিত নিজ বাসগৃহত।

তেখেতৰ বয়স ৪১ বছৰ
________

*ওদালগুৰি টংলাৰ পৰা জেমছ দ

আদিবাসী ছাত্ৰ সন্থা আৰু জানি শক্তি মহিলা সমিতিৰ সহযোগত আজি আদিবাসী জনগোষ্ঠীৰ সাংবিধানিক মৰ্যাদা তথা  অধিকাৰৰ কাৰণে আজি আ...
07/11/2025

আদিবাসী ছাত্ৰ সন্থা আৰু জানি শক্তি মহিলা সমিতিৰ সহযোগত আজি আদিবাসী জনগোষ্ঠীৰ সাংবিধানিক মৰ্যাদা তথা অধিকাৰৰ কাৰণে আজি আদিবাসী জনগোষ্ঠীৰ যি মূল দাবী জনজাতিকৰণৰ দাবী, ভূমিৰ পট্টাৰ দাবী আৰু চাহ শ্ৰমিকৰ মজুৰি ৫৫১ টকালৈ বৃদ্ধিৰ দাবীত #ওদালগুৰি জিলাত গণ বিক্ষোভ তথা বিশাল গণ সমাৱেশত অগণন হাজাৰ হাজাৰ আই-মাতৃ ,পিতৃ সকল তথা দাদা, ভাই-ভনী সকল ওলাই আহিছে।

06/11/2025

আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা,আছা তিনিচুকীয়া জিলা সমিতিক বিৰূপ মন্তব্য কৰা
ৰাজু চাহু ঘৰ ঘেৰাওঁ,লগতে ৰাজু চাহুৰ কাৰ্য্যলয়ও ঘেৰাওঁ কৰে ছাত্ৰ সন্থাৰ বিষয়ববীয়াই

Address

Tinsukia
786601

Alerts

Be the first to know and let us send you an email when Adivasi News Tv posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share