26/08/2026
BREAKING NEWS
⭕ মাকুম বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা।
⭕ নিয়ন্ত্ৰণ হেৰুৱাই AS23AA7999 নম্বৰৰ এখন মাহিন্দ্ৰা XUV300 দ খাৱৈত সোমাই পৰে।
⭕ ডিগবৈ দিশৰ পৰা আহি আছিল বাহনখন।
⭕ দুৰ্ঘটনাত বাহনখনৰ চালক লোহিত দাস কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়।
⭕ স্থানীয় ৰাইজে তেওঁক তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
⭕ ঘটনাস্থলীত মাকুম থানাৰ আৰক্ষী উপস্থিত হৈ বাহনখন উদ্ধাৰ কৰে।