UC Nation

UC Nation Unition Channel is Assamese News and Entertainment channel of Assam

21/09/2025

টিপুক গাঁও পঞ্চায়ত বহুমুখী মহিলা সমবায় সমিতিৰ উদ্যোগত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
মৃত্যুৰ দিনটো “জুবিন" উৎসৱ হিচাপে ঘোষণা কৰাৰ আহ্বান-- লক্ষিমী নেওগৰ

21/09/2025

জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কাকপথাৰ চেলেংগুৰি কৰমৰ সন্মিলন বাতিল ।
৩০০ বন্তি জ্বলাই তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কৰমৰ উদযাপন সমিতিয়ে।

21/09/2025

ডিব্ৰুগড়ৰ এখন সুৰাৰ বিপনীত উত্তপ্ত পৰিস্থিতি।
ডিব্ৰুগড় আছুৱে ভাঙি লণ্ডভণ্ড কৰে ফ্লেমিংগ' ৱাইন নামৰ এখন সুৰাৰ বিপনী।

20/09/2025

কাকপথাৰ গাঁও পঞ্চায়তত যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি ৷

20/09/2025

ডিগবৈৰ নাজিৰাটিং পৰ্যটনস্থলীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন
অন্যহাতে হাজোৰ মিলপাৰা ক্লাৱৰ উদ্যোোগত হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ
গভীৰ দূখ প্ৰকাশৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

20/09/2025

জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তিনিচুকীয়াত বাতিল কৰা হৈছে- মহালয়াৰ কাৰ্যসূচী।

20/09/2025

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই ৰাইডাং - হাঁহচৰা কৰম উৎসৱ উদযাপন - ২০২৫ ৰ কাৰ্যসূচী বাতিল।

20/09/2025

ৰাজ্যৰ প্ৰতিটো প্ৰান্তত জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।
মাৰ্ঘেৰিটা -লিডু -জাগুনটো শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি।

II জুবিন গাৰ্গৰ মৃত্যুত আলফা স্বাধীনৰ শোক প্ৰকাশ II
19/09/2025

II জুবিন গাৰ্গৰ মৃত্যুত আলফা স্বাধীনৰ শোক প্ৰকাশ II

Address

Tinsukia

Website

Alerts

Be the first to know and let us send you an email when UC Nation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share