Sonowal Roots comedy

Sonowal Roots comedy সপোন প্ৰত্যেকে দেখে কিন্তু সপোনবোৰ পূৰণ কৰা ভাগ্য প্ৰত্যেকৰ নাথাকে।
গতিকে আহক ছোঁন সকলোৱে মিলি জুলি কাম কৰোঁ ।
🙏ধন্যবাদ🙏

🔥 অসম মন্ত্ৰীসভাত ডাঙৰ সাল-সলনি! নতুনকৈ দায়িত্ব লাভ কৰিলে ১৬ গৰাকী অভিভাৱক মন্ত্ৰীয়ে 🔥অসম চৰকাৰে জিলাসমূহৰ বাবে নতুনকৈ অ...
09/06/2026

🔥 অসম মন্ত্ৰীসভাত ডাঙৰ সাল-সলনি! নতুনকৈ দায়িত্ব লাভ কৰিলে ১৬ গৰাকী অভিভাৱক মন্ত্ৰীয়ে 🔥
অসম চৰকাৰে জিলাসমূহৰ বাবে নতুনকৈ অভিভাৱক মন্ত্ৰী নিযুক্তি দিছে। ৰাজ্যৰ বিভিন্ন জিলাৰ উন্নয়ন, প্ৰশাসনিক তদাৰক আৰু জনসাধাৰণৰ সমস্যা সমাধানৰ ক্ষেত্ৰত এই দায়িত্বসমূহ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আপোনাৰ জিলাৰ অভিভাৱক মন্ত্ৰী কোন? মন্তব্যত জনাওক।
👉 এই সিদ্ধান্তে জিলাসমূহৰ উন্নয়ন আৰু শাসন ব্যৱস্থাত কি প্ৰভাৱ পেলাব বুলি আপুনি ভাবে?

াৰ
#অভিভাৱক_মন্ত্ৰী



📌 আপোনাৰ জিলাত এতিয়া নতুন দাম কিমান হ’ল? কোন জিলাৰ পৰা চাই আছে তলৰ কমেন্ট বক্সত জনাওক আৰু সকলোকে সজাগ কৰিবলৈ পোষ্টটো শ্...
08/06/2026

📌 আপোনাৰ জিলাত এতিয়া নতুন দাম কিমান হ’ল? কোন জিলাৰ পৰা চাই আছে তলৰ কমেন্ট বক্সত জনাওক আৰু সকলোকে সজাগ কৰিবলৈ পোষ্টটো শ্বেয়াৰ কৰক।🍂

সকলোকে শুভ সন্ধ্যা জনালোঁ ৰাইজ।♥️
07/06/2026

সকলোকে শুভ সন্ধ্যা জনালোঁ ৰাইজ।♥️

https://bunnyband.com/r/EDJoTFnatUa4Please click Link and enjoy 👍🏻👍🏻👆🏻👆🏻👆🏻👆🏻👆🏻👆🏻
07/06/2026

https://bunnyband.com/r/EDJoTFnatUa4

Please click Link and enjoy 👍🏻👍🏻👆🏻👆🏻👆🏻👆🏻👆🏻👆🏻

BunnyBand lets users earn with referrals and simple tasks.

বুকু খন সঁচাকৈ কপি উঠে সেই দিন মনত পৰিলে ।😭😭😭😭।তুমি বিহীন বহাগ গল এই বৰ্ষৰ
07/06/2026

বুকু খন সঁচাকৈ কপি উঠে সেই দিন মনত পৰিলে ।😭😭😭😭।
তুমি বিহীন বহাগ গল এই বৰ্ষৰ

প্ৰকৃতিত বিলীন হৈ যোৱা কিছু মুহূৰ্ত,,,সকলোকে পুৱাৰ সম্ভাষণ জনালোঁ।😞♥️
06/06/2026

প্ৰকৃতিত বিলীন হৈ যোৱা কিছু মুহূৰ্ত,,,
সকলোকে পুৱাৰ সম্ভাষণ জনালোঁ।😞♥️

🌿 প্ৰকৃতিৰ বুকুত আমাৰ হাঁহিৰ প্ৰপাত 🌿সেউজীয়া বননি আৰু জলপ্ৰপাতৰ বুকুত কিছু হেঁপাহৰ মুহূৰ্ত। জীৱনটো উপভোগ কৰক আৰু সদায় ...
05/06/2026

🌿 প্ৰকৃতিৰ বুকুত আমাৰ হাঁহিৰ প্ৰপাত 🌿
সেউজীয়া বননি আৰু জলপ্ৰপাতৰ বুকুত কিছু হেঁপাহৰ মুহূৰ্ত। জীৱনটো উপভোগ কৰক আৰু সদায় হাঁহি থাকক। ❤️
আপোনালোকৰ পলাশ কাইৰ এই নতুন ৰূপটো কেনে লাগিল, কমেন্টত জনাবচোন!
🏷️

।।

Address

Dangari Gaon . P. O:/Dangari
Tinsukia
786156

Alerts

Be the first to know and let us send you an email when Sonowal Roots comedy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sonowal Roots comedy:

Share