News & FOCUS

News & FOCUS 🅽🅴🆆🆂 🅰🅽🅳 🅵🅾🅲🆄🆂
𝗨𝗗𝗬𝗔𝗠 𝗥𝗘𝗚𝗜𝗦𝗧𝗥𝗔𝗧𝗜𝗢𝗡 𝗡𝗢-𝗔𝗦-𝟮𝟲-𝟬𝟬𝟬𝟯𝟭𝟵𝟮

News and information
News and focus about information and broadcast.

08/11/2025

⭕⭕ # #তিনিচুকীয়াৰ হিযুগুৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত ৰহস্যজনকভাবে এটি মৃতদেহ উদ্ধাৰ কৰা হৈছে।।
#ভাৰতীয়news #তিনিচুকীয়া

07/11/2025

➡️➡️ # #আজি বিয়লি ৩ বজাত এখন বিশেষ সংবাদমেল অনুষ্ঠিত হয়। তিনিচুকীয়াৰ মিৰানা হোটেলত। আগন্তুক ভগৱান পৰশুৰাম কুণ্ড আৰু মা কামাখ্যা তীৰ্থযাত্ৰা ২০২৫ সন্দৰ্ভত বিতং তথ্য আগবঢ়োৱা হয়।।
#ভাৰতীয়news #তিনিচুকীয়া #তিনিচুকীয়া

06/11/2025

🔴🔴 # #প্ৰাক্তন চাবুৱা সমষ্টিৰ বিধায়ক তথা কংগ্ৰেছ নেতা ৰাজু চাহুৰ বিৰুদ্ধে এইবাৰ সোচ্চাৰ হ'ল আদিবাসী ছাত্ৰ সন্থা।।

05/11/2025

১০ নবেম্বৰত পুনৰ কংগ্ৰেছত হ’ব বৃহৎ যোগদান কাৰ্যসূচী

অহা ১০ নবেম্বৰ ২০২৫ তাৰিখে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যুৱ ৰাজনীতিবিদ গৌৰৱ গগৈ তিনিচুকীয়াৰ বিজুলীবন আৰু গাভৰুভেটি পঞ্চায়তৰ অন্তগৰ্ত অঞ্চলত উপস্থিত হব ৷

উক্ত দিনাই লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈৰ উপস্থিতিত তিনিচুকীয়া জিলা কংগ্ৰেছ সহযোগত আৰু ডিগবৈ ব্লক কংগ্ৰেছ উদ্যোগত অনুষ্ঠিত যোগদান কাৰ্যসূচীত ৫০০০ জন বিভিন্ন দল সংগঠনৰ ব্যক্তিয়ে জাতীয় কংগ্ৰেছ দলৰ প্ৰতি আস্থা ব্যক্ত কৰে সদস্যপদ গ্ৰহণ কৰিব।।

05/11/2025

➡️➡️ # #তিনিচুকীয়াত জিলাভিত্তিক বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ ''নিপুন সাৰথি'' প্ৰশিক্ষণ সম্পন্ন।।
#ভাৰতীয়news #তিনিচুকীয়া

31/10/2025

➡️➡️ # #নিজ প্ৰতিভাৰে উজলি উঠিল তিনিচুকীয়াৰ নিবাসী সুনিল আগৰবাল।।
#ভাৰতীয়news #তিনিচুকীয়া

26/10/2025

➡️➡️ # #তিনিচুকীয়া জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্রাছু) ও কোচ ৰাজবংশী মহিলা পৰিষদৰ যৌথ উদ্যোগত প্রথম কার্যনির্বাহক সভা।।
#ভাৰতীয়news #তিনচুকীয়া #তিনিচুকীয়া

24/10/2025

#তিনচুকীয়া নোপোখৰী ছঠ ঘাট উদ্বোধন।।
#ভাৰতীয়news #তিনিচুকীয়া

21/10/2025

➡️➡️ # #যোৱা নিশা দীপাৱলীৰ দিনা তিনিচুকীয়াৰ হোটেল আৰোমা ৰেচিডেন্সীৰ সমীপত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়।।
#ভাৰতীয়news #তিনিচুকীয়া

14/10/2025

➡️➡️ # #এজিপিৰ ৪১ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে জুবিন গাৰ্গৰ প্রিয় নাহৰ গছপুলি ৰোপণ পৰিবেশ সুৰক্ষা সমিতিৰ।।
#ভাৰতীয়news #তিনিচুকীয়া

09/10/2025

➡️➡️ # #ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এন.এচ.এচ. স্বেচ্ছাসেৱকক ৰাষ্ট্ৰীয় বঁটা।।
#ভাৰতীয়news #তিনিচুকীয়া #জনতাৰ

Address

Tinsukia Tulsiram Road
Tinsukia
786125

Telephone

+917002272487

Website

Alerts

Be the first to know and let us send you an email when News & FOCUS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News & FOCUS:

Share