B L N

B L N (BHARAT LIVE NORTHEAST)

news & video North east assam
assames. hindi , English , bengoli I am a jurnalism and source exclusive and bracking news

নৃশংস হত্যা কাণ্ড  নিজ পুত্ৰয়ে চোকা  অস্ত্ৰৰে পিতৃক ঘপিয়াই হত্যা  কৰে হত্যাকৰী  প্ৰকাশ মুৰাহ'ক (BNS ) আইনী ধাৰা ভিত্তিত...
31/08/2026

নৃশংস হত্যা কাণ্ড নিজ পুত্ৰয়ে চোকা অস্ত্ৰৰে পিতৃক ঘপিয়াই হত্যা কৰে
হত্যাকৰী প্ৰকাশ মুৰাহ'ক (BNS ) আইনী ধাৰা ভিত্তিত বৰডুবি আৰক্ষীয়ে জেলহাজুতালৈ প্ৰেৰণ কৰে

হাতী খেদাবলৈ গৈ চাঞ্চল্যকৰ ঘটনা!তিনিচুকীয়াৰ ধূলিজান লাইনাগাঁৱত হাতী প্ৰৱেশক কেন্দ্ৰ কৰি মিলন ৰাভাক দাৰে আক্ৰমণ কৰা প্ৰদ...
30/08/2026

হাতী খেদাবলৈ গৈ চাঞ্চল্যকৰ ঘটনা!
তিনিচুকীয়াৰ ধূলিজান লাইনাগাঁৱত হাতী প্ৰৱেশক কেন্দ্ৰ কৰি মিলন ৰাভাক দাৰে আক্ৰমণ কৰা প্ৰদীপ ৰাভাক বৰডুবি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আইনী ধৰা ৫২/২০২৬, u/s ১১৮(১)/৩৩৩ BNS ধৰা ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ

30/08/2026

🚴‍♂️ नेशनल स्पोर्ट्स डे पर CRPF की साइकिल रैली 🇮🇳
खेलो इंडिया के तहत 68वीं बटालियन CRPF ने निकाली विशेष साइकिल रैली। भारतीय हॉकी के महान खिलाड़ी मेजर ध्यानचंद को किया याद

29/08/2026

দেশৰ শতৰু নিপাত যাব

29/08/2026

নগাঁও ৰহাত চাঞ্চল্যকৰ ATM কাণ্ড!
🏧 Indian Bankৰ পৰা এজন বয়োজ্যেষ্ঠ লোকৰ ATM কাৰ্ড সলাই দুই যুৱকে খালী কৰিলে জমা ধন! 😱
⚠️ কেনেকৈ সংঘটিত হ’ল এই ঘটনা? Cc tv ফুটেজ চাওক আপুনি যদি 🏧 জাই তেন্তে সাৱধান হওঁক

29/08/2026

After the devastating floods, Nepal is now facing a muddy and devastated environment, with people suffering after losing their homes

28/08/2026

যোৰহাট মেজিক চালকৰ গুণ্ডাগিৰি ছাত্ৰী সৈতে তৰ্ক বিতৰ্ক মেজিক চালকৰ
#টিয়ক #যোৰহাটমেজিকচালকৰগুণ্ডাগিৰি

28/08/2026

📌 তিনিচুকীয়াত নাবালিকা যুৱতী ধৰ্ষণ কাৰি যুৱক গ্ৰেপ্তাৰ
📌 নাবালিকাক ধৰ্ষণ কৰি গৰ্ভৱতী কৰা কমল প্ৰধান নামৰ যুৱকজনক শদিয়াৰ পৰা বৰডুবি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। 50 /2026 u/s 65 (1)(bns)r/w sec 6 pocso act আইনৰ অধীনত গোচৰ ৰুজু কৰি ধৰ্ষণকাৰী কমল প্ৰধানক জে’ল হাজোতলৈ প্ৰেৰণ কৰে বৰডুবি আৰক্ষীয়ে

27/08/2026

যোৱা ২৬/০৮/২০২৬ তাৰিখে ছোট টিংৰাই বৰভেটা বাগানৰ অভিযুক্ত সঞ্জয় তাঁতীক আজি বৰডুবি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰজিৎ ৰাজকোঁৱৰে আইনী ধৰা ৰুজু কৰি
51/2026 U/S 103(1) bns জেল হাজোতলৈ প্ৰেৰণ কৰে
#হত্যা #তিনিচুকীয়া

27/08/2026

অসমৰ বান বিধ্বংসী কাল ৰূপ পাছৰ এইবাৰ নেপালত শতাধিক লোকৰ মৃত্যু নেপালত অসমৰ শিৱসাগৰতকৈ অধিক ভয়াবহ বানে কালৰূপ ধাৰণ কৰা দেখা গৈছে
তিনিচুকীয়াত ডিব্ৰুগড় জিলাৰ ৰাইজক সতৰ্ক আৰু সাৱধান হওক অৰুণাচলৰ দিবাং জল বিদ্যুৎ প্ৰকল্পত পানী পৰিমাণ বাঢ়িবলৈ ধৰিছে !!

Address

Guwahati (Assam )
Tinsukia
NO

Telephone

+918723875321

Website

Alerts

Be the first to know and let us send you an email when B L N posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to B L N:

Shortcuts

Share